ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আশা কৰ্মী সকলৰ প্ৰতি মাহী আইৰ চকু ভাৰত চৰকাৰৰ:

ASSAM TIMES POST by ASSAM TIMES POST
October 6, 2020
Reading Time: 1 min read
A A
0
আশা কৰ্মী সকলৰ প্ৰতি মাহী আইৰ চকু ভাৰত চৰকাৰৰ:

logo new 2 1 1 | ASSAM TIMES POST

RELATED POSTS

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

নিউজ ডেক্স:

২০১৪চনৰ ডিচেম্বৰ মাহৰ পিয়ল অনুসৰি ভাৰতবৰ্ষৰ ৩২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলোবোৰ গাৱঁত মুঠ ৮৫৯,৩৩১ আশা কৰ্মীয়ে বৰ্তমান ক’ভিড সেৱা আগবঢ়াই আছে নিজৰ জীৱনকো তুচ্ছ কৰি ৷ তাৰ বাবে তেওঁলোকক দিয়া হয় কামৰ ভিত্তিত অতি কম পাৰিশ্ৰমিক ৷

প্ৰত্যেক গাওঁ অঞ্চলত তৃণমূল পৰ্যায়ত মানুহৰ ঘৰে ঘৰে গৈ ক’ভিড-১৯ৰোগীৰ সন্ধান কৰা,এই মহামাৰীৰ সময়তো ঘৰে ঘৰে গৈ স্বাস্থ্য সম্বন্ধীয় আন আন সেৱাসমূহো আগবঢ়াই যায় ৷ তেওঁলোকৰ নিজৰ জীৱন সংকতত পৰিব লগা পৰিস্থিতিও আহি পৰে কেতিয়াবা ৷
তথ্য অনুসৰি ক’ভিড সেৱাৰ বাবে প্ৰয়োজনীয় পিপিই কিট যোগান ধৰা নহয় তেওঁলোকক ৷ যোগান ধৰা চেনিটাইজাৰ আৰু উপযুক্ত প্লাষ্টিক হাত মোজাৰ পৰিমাণো তেনেই কম মাহটো ব্যৱহাৰ কৰিব পৰাকৈ ৷

এই বিলাকৰ উপৰিও ক’ভিড ৰোগীৰ সৈতে কাম কৰি থকাৰ বাবে ওচৰ চুবুৰীয়াই বেমাৰৰ বাহক হিচাপে পৰিগণিত কৰি আশা কৰ্মী গৰাকীৰ সম্পূৰ্ণ পৰিয়ালকে এঘৰীয়া কৰে বা এঘৰীয়া কৰাৰ পৰ্যায় পাইগৈ ৷

কোনোবা কোনোবা সময়ত এগৰাকী আশা কৰ্মীয়ে আধা খোৱা ভাত টেবুলতে এৰি খবৰ পোৱা মাত্ৰকে ক’ৰনা থকাৰ সন্দেহযুক্ত ব্যক্তিৰ ঘৰ পাবগৈ লগাও হয় ৷ তথাপিও চৰকাৰে কিয় দিব পৰা নাই স্বাস্থ্য সুৰক্ষা ক’ভিড মহামাৰীৰ সময়চোৱাতো এই তৃণমূল পৰ্যায়ৰ স্বাস্থ্য কৰ্মী সকলক?

Tags: featured3
Share4Tweet3Send

Related Posts

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

by News Desk
June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

by News Desk
June 29, 2026
50
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

by News Desk
June 29, 2026
50
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

ADVERTISEMENT
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
50
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’
Sports News

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

June 29, 2026
50
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

June 29, 2026
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

June 29, 2026
Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

Lionel Messi : সতীৰ্থই খুলিলে মুখ : ‘মেছিৰ সৈতে মই বিশ্বকাপ জিকিছো, মোৰ সৈতে তিনি মাহ কথা পতা নাছিল’

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT