ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সুশান্তৰ মৃত্যুৰ এইমছৰ ৰিপোৰ্টক লৈ পুনৰ সৰৱ কংগনা:

ASSAM TIMES POST by ASSAM TIMES POST
October 4, 2020
Reading Time: 1 min read
A A
0
সুশান্তৰ মৃত্যুৰ এইমছৰ ৰিপোৰ্টক লৈ পুনৰ সৰৱ কংগনা:

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

নিউজ ডেক্স:

সুশান্ত সিং ৰাজপুতৰ মৃত্যু তদন্তত হত্যাৰ সম্ভাৱনাক সম্পূৰ্ণভাবে নাকচ কৰি দিছে অল ইণ্ডিয়া ইনস্টিটিউট অব মেডিকেল ছায়েন্স (এইমছ)-এ। এইমছৰ ৰিপোর্ট অহাৰ পিছতেই সুশান্তৰ মৃত্যুৰ ঘটনাত পুনৰ সৰব অভিনেত্রী কঙ্গনাৰানাৱত।

দুটি টুইটবার্তাত কঙ্গনাই পুনৰ আক্ৰমণ কৰিছে শনিবাৰে। তেওঁ লিখে, ‘‘এদিন পুৱা টোপনি ভাঙিল, তাৰ পিছত হঠাৎ নিজকে মাৰি পেলালে ফেললেন, তৰুণ আৰু অসাধাৰণ প্রতিভাসম্পন্ন মানুহৰ ক্ষেত্রত এইটো কেতিয়াও হ’বই নোৱাৰে।

সুশান্তই কৈছিল, তেওঁ ব্যঙ্গ বিদ্রুপৰ চিকাৰ হ’বলগা হৈছে। প্রাণৰ আশঙ্কা আছিল। মুভি মাফিয়াসকলে তেওঁৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে, তেওঁক অপমান কৰা হৈছে। ধর্ষণৰ ভুৱা অভিযোগত মানসিকভাবে বিপর্যস্ত হৈ পৰিছিল সুশান্ত।’’ তেওঁ হ্যাজট্যাগ-এইমছ শব্দ অংশও ব্যৱহাৰ কৰিছে এই টুইটত।

আত্মহত্যাৰ ৰিপোর্ট অহাৰ পিছতেই বহু কেইটা প্রশ্ন তোলে কঙ্গনাই অন্য এটি টুইটত। তেওঁ লিখিছে, ‘‘সুশান্তই বাৰম্বাৰ কৈছিল, নামী প্রযোজনা সংস্থাই তেওঁক ‘বেন’ কৰিছে। কোনে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছিল? কিয় গণমাধ্যমত তেওঁক ধৰ্ষণকাৰী হিচাবে ভুৱা খবৰ প্রচাৰ কৰা হৈছিল? কিয় মহেশ ভাটে ছাইকো এনালিচিছ কৰিছিল সুশান্তক?’’

Tags: featured3
Share4Tweet3Send

Related Posts

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

by Staff Reporter
July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

by Staff Reporter
July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT