ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰতত উত্পাদিত কৰোনা ভেকচিন খুব কার্যকৰী আৰু নিৰাপদ হ’ব : আশা প্রকাশ বিল গেটছৰ

News Desk by News Desk
September 15, 2020
Reading Time: 1 min read
A A
0
ভাৰতত উত্পাদিত কৰোনা ভেকচিন খুব কার্যকৰী আৰু নিৰাপদ হ’ব : আশা প্রকাশ বিল গেটছৰ

ATP Logo | ASSAM TIMES POST

RELATED POSTS

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

নিউজ ডেস্কঃ

২০২১ চনৰ প্রথম তিনি মাহৰ ভিতৰতেই কোভিড-১৯ ভেকচিনৰ টীকা লাভ কৰিব পৰা যাব বুলি আশাবাদী মাইক্রছফটৰ সহ-প্রতিষ্ঠাতা বিল গেটছ। লগতে তেওঁৰ আশা, ভাৰতীয় কোম্পানীবোৰে এই ভেকচিন বিপুল পৰিমাণত উত্পাোদন কৰিব। ভাৰতেই কৰোনা ভাইৰাছ ভেকচিনৰ উত্পাদনত মুখ্য ভূমিকা পালন কৰিব বুলি ধাৰণা গেটছৰ।

সংবাদ সংস্থা পিটিআইক মঙ্গলবাৰে বিল গেটছে কয়, ”আমি সকলোৱেই বিচাৰো দ্রুততাৰে ভাৰতত কৰোনা ভেকচিন উত্পাাদন আৰম্ভ হওক।” ভাৰতত উত্পাদিত কৰোনা ভেকচিন খুব কার্যকৰী আৰু নিৰাপদ হ’ব বুলি আশা প্রকাশ কৰে তেওঁ। তেওঁ কয়, ”ভাৰত শীর্ষস্থানীয় ভেকচিন উত্পাদনকাৰী। কোভিড-১৯ ভেকচিনৰ ক্ষেত্রতো আমি ভাৰতৰ পৰা সহযোগিতা বিচাৰিলো।”

বিল গেটছে আৰু কয়, ”কোভিড-১৯ ভেকচিন সম্ভৱত আগন্তুক বছৰতেই যথেষ্ট পৰিমাণে পোৱা যাব ভাৰতৰ পৰা। মই আশাবাদী, অহা বছৰৰ প্রথম তিনি মাহৰ ভিতৰতেই কোভিড-১৯ৰ কেইবাটাও ভেকচিনৰ উত্পাদন চূড়ান্ত পর্বত উপনীত হ’ব।”

উল্লেখ্য যে কৰোনাৰ মোকাবিলাত ভেকচিনক লৈ সমগ্ৰ বিশ্বৰ বিভিন্ন দেশতেই দেখা গৈছে ব্যাপক তত্পৰতা। ভাৰততো তাৰ ব্যতিক্রম নহয়। সম্ভাৱনাময় ভেকচিনৰ ট্রায়েল হৈছে দেশখনতো। কিন্তু এতিয়াও চূড়ান্ত পৰ্যায়ত উপনীত হোৱা নাই কোনো ভেকচিন। ইফালে দেশত কৰোনা সংক্রমণৰ হাৰ বিগত কেইবা দিনৰ তুলনাত সামান্য কমিছে। সোমবাৰে নতুনকৈ ৮৩ হাজাৰৰ সামান্য বেছি সংখ্যক লোক কৰোনাত আক্রান্ত হৈছে। অৱশ্যে দৈনিক সংক্রমণৰ ক্ষেত্রত স্বস্তি লাভ কৰিলেও আজিয়েই বিশ্বৰ তৃতীয় দেশ হিচাবে ভাৰতত কৰোনাত মৃত্যুৰ সংখ্যা পাৰ হৈ গৈছে ৮০ হাজাৰৰ সীমাৰ গণ্ডি। সমগ্ৰ বিশ্বত কৰোনা সংক্রমণৰ হিচাবত শীর্ষত আমেৰিকা। তাৰ পিছতেই ভাৰত আৰু ব্রাজিল।

Tags: Featured
Share4Tweet3Send

Related Posts

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

by News Desk
June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

by News Desk
June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

by News Desk
June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

ADVERTISEMENT
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT