ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পৰিৱেশ পৰিবৰ্তনক লৈ বিজ্ঞানে একো নাজানে : মার্কিন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্পৰ দাবী

ASSAM TIMES POST by ASSAM TIMES POST
September 15, 2020
Reading Time: 1 min read
A A
0
পৰিৱেশ পৰিবৰ্তনক লৈ বিজ্ঞানে একো নাজানে : মার্কিন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্পৰ দাবী

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

নিউজ ডেক্স:

বিশ্ববিসীৰ ওচৰত হাঁহিৰ খোৰাক তুলিলে মার্কিন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্পে৷ জলবায়ু পৰিবর্তন সম্পর্কে তেওঁ যি জানে, বিজ্ঞানে তাৰ একোৱেই খবৰ নাৰাখে বুলি মন্তব্য কৰে মার্কিন ৰাষ্ট্রপতিয়ে৷ তেওঁৰ এই আজব দাবীৰ কথা শুনি হাঁহিৰ ৰোল উঠিল বিভিন্নজনৰ৷ কিছুদিন ধৰি কেলিফৰ্ণিয়াৰ হাবিত জুই জ্বলাৰ বাবে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছিল৷

ইয়াৰ বাবে ৫ লাখ লোকে ঘৰ এৰিব লগা হৈছিল৷ কমেও ২২ জনৰ মৃত্যু হয়৷ পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই৷ বিষয়টোক লৈ চিন্তিত বিজ্ঞানী আৰু পৰিৱেশবিদ৷ ইয়াৰ মাজতে বিজ্ঞান আৰু বিজ্ঞানীৰ দক্ষতা লৈ প্ৰশ্ন কৰে মার্কিন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্পে৷ কেলিফৰ্ণিয়াৰ পৰিস্থিতি সম্পৰ্কে সচেতন মহলে অধিক বিপৰ্যয়ৰ আশংকা কৰিছে৷

জুইৰ ফলত গৰম বৃদ্ধি পাইছে বুলি দাবী কৰিছে৷ ইয়াৰ বিপৰীত সুৰ শুনিবলৈ পোৱা গ’ল মার্কিন ৰাষ্ট্রপতিৰ মুখত৷ পৰিৱেশ ক্ৰমশঃ ঠাণ্ডা হ’ব বুলি তেওঁ দাবী কৰে৷ বন বিভাগৰ অদক্ষতাৰ বাবেই কেলিফৰ্ণিয়াৰ হাবিত জুইৰ সৃষ্টি হয় বুলি তেওঁ জনায়৷

প্ৰকৃততে জলবায়ু পৰিবৰ্তনৰ সম্পৰ্কে মই যি জানো, বিজ্ঞানে তাক নাজানে৷ এই জুইৰ বাবে পৰিৱেশ গৰম হৈ উঠিব বুলি বিজ্ঞানীসকলে লক্ষ্য কৰিছে৷ কিন্তু মোৰ মনত ভাব হয়, তৎকালে পৰিৱেশ ঠাণ্ডা হৈ উঠিব৷

Tags: featured3
Share4Tweet3Send

Related Posts

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

by News Desk
June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

by News Desk
June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

by News Desk
June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

ADVERTISEMENT
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT