ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৪ কোটি পাৰিশ্রমিক লোৱা চলমান সমস্যাত ! সলনি হ’ল বিগবছ-১৪ৰ সম্প্ৰচাৰৰ তাৰিখ

ASSAM TIMES POST by ASSAM TIMES POST
September 10, 2020
Reading Time: 1 min read
A A
0
১৪ কোটি পাৰিশ্রমিক লোৱা চলমান সমস্যাত ! সলনি হ’ল বিগবছ-১৪ৰ সম্প্ৰচাৰৰ তাৰিখ

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্ক:

RELATED POSTS

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

আৰম্ভ হ’বলৈ আগবাঢ়িছে বিগবছ-১৪। যোৱা বছৰ সৰ্বাধিক টিআৰপি লাভ কৰিছিল বিগবছে। এই বছৰ ক’ৰোনাৰ বাবে আৰম্ভণি যথেষ্ট পলং হৈছে। অৱশ্যে কোন কোন এইবাৰৰ বিগবছৰ ঘৰত থাকিব সেয়া প্ৰায় ঠিক হৈ গৈছে। চলমান খানৰ এই শ্বত এই বছৰ যিসকল থাকিব পাৰে তাৰে কেইবাজনৰো নাম ইতিমধ্যে প্ৰকাশ হৈ গৈছে। যাৰ ভিতৰত ৰাধে মাও থাকিব পাৰে। ইয়াৰ উপৰি বলিউডৰ বহু কেইজন জনপ্রিয় অভিনেত্রীৰ সৈতেও আলোচনা হৈ গৈছে।

বিগবছত চলমান খানৰ পাৰিশ্রমিক ১৪ কোটি টকা। এই বিশাল অঙ্কৰ ধন লোৱাৰ বাব সমালোচিতও হৈছে চল্লুভাই। অৱশ্যে তেওঁৰ বাবেই এই শ্বৰ টিআৰপি সবকলোতকৈ বেছি। যিহেতু ক’ৰোনাৰ প্ৰকোপ এতিয়াও কমা নাই দেশত, সেয়ে এই শ্ব আৰম্ভ হোৱাত বহু দেৰি হৈছে। বিগবছ কৰ্তৃপক্ষই জনাইছিল অক্টোবৰৰ তিনি তাৰিখৰ পৰা টেলিকাষ্ট হ’ব এই শ্বৰ। কিন্তু এতিয়া সেই সিদ্ধান্তও সলনি কৰিছে।

প্রতিবছৰে বিগবছৰ প্রতিযোগীসকলৰ নাম গোপনে ৰখাৰ বাবে প্রথম শ্বৰ শ্বুট হয় ঠিক এদিন আগতে। কিন্তু এইবাৰ তিনি দিন আগতে শ্বুট হ’ব। তিনি তাৰিখৰ সলনি ৪ অক্টোবৰৰ পৰা প্ৰচাৰ হ’ব বিগব- ১৪।

এই শ্বৰ বাবে ইতিমধ্যেই নেহা শর্মা, নিয়া শর্মা, পবিত্র পুনিয়া, নিশান্ত সিঙৰ দৰে অভিনেতাসকলৰ নাম সন্মুখলৈ আহিছে। অৱশ্যে এই শ্বৰ শ্বুটিঙৰ বাবে কৰোনা সতর্কতা মানি চলা হৈছে। আনকি এই বছৰ ঘৰত থকাৰ নিয়মো সলনি কৰা হৈছে।

প্রতিবাৰৰ দৰে একেবাৰে ওচৰলৈ আহি মাৰপিট, কাজিয়া কৰিব পৰা নাযাব এইবাৰ। কিন্তু ঠিক কি হ’বলৈ গৈছে সেয়া জানিব পৰা যাব ৪ তাৰিখৰ পিছতহে। সূত্রৰ খবৰ অনুযায়ী, শ্বক লৈ বিভিন্ন সমস্যাত পৰিবলগা হৈছে কৰ্তৃপক্ষ। কৰোনাৰ বাবে বহুতেই এই শ্বলৈ আহিবলৈ ৰাজী হোৱা নাই।

Tags: featured3
Share4Tweet3Send

Related Posts

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

by News Desk
June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

by News Desk
June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

by News Desk
June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

by News Desk
June 29, 2026
50
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

by News Desk
June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

by News Desk
June 29, 2026
50
ADVERTISEMENT
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT