ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাত্ৰ ১ টকাতে বাইক চলাব খোজে নেকি? চাওক এই প্ৰতিবেদন

ASSAM TIMES POST by ASSAM TIMES POST
September 7, 2020
Reading Time: 1 min read
A A
0
মাত্ৰ ১ টকাতে বাইক চলাব খোজে নেকি? চাওক এই প্ৰতিবেদন

logo new 2 12 | ASSAM TIMES POST
বিশেষ প্ৰতিবেদন :

RELATED POSTS

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

বিগত কেইটামান বছৰত ভাৰতীয় বজাৰত বাইকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ কিন্তু বাইক কিনিবলৈ বজাৰলৈ গৈ পেট্ৰলৰ দামৰ ভয়ত পিছুৱাই আহিবলগা হয় বহুতে। বাইকপ্ৰেমীসকল এতিয়া আৰু পেট্রলৰ ভয়ত পিছুৱাই আহিব নালাগে৷ কাৰণ পেট্রল নহয়, দ্ৰুতবেগী বাইকো চলিব বতাহতে! শুনিবলৈ অবাক লাগিলেও এই অসাধ্য সাধনেই কৰিছে লখনৌৰ এক বিজ্ঞানীয়ে৷ ইতিমধ্যেই ইয়াৰ পৰীক্ষাত সফলো হৈছে৷

জানিব পৰা মতে, লখনৌৰ এইগৰাকী বিজ্ঞানীয়ে প্রায় ৯ বছৰ পূৰ্বে এই এয়াৰ ইঞ্জিন আবিষ্কাৰ কৰিছিল৷ তেওঁৰ এই আবিষ্কাৰৰ আঁৰত ডাঙৰ ভূমিকা পালন কৰিছিল গ্লোবেল ৱাৰ্মিঙে৷ তাৰ লগত আছিল সাধাৰণ জনতাৰ টকাৰ সমস্যা৷

1625a0b4936b88ff6a762de2ac95af3b 1 | ASSAM TIMES POST

এই নতুন এয়াৰ-অ’-বাইক নির্মাণত ভাৰত ৰাজ সিঙে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে বুলি জানিব পৰা গৈছে৷ বর্তমান তেওঁ এখন ইঞ্জিনিয়াৰিং কলেজৰ এছোচিয়েট ডিৰেক্টৰ পদত আছে৷ তেওঁ জনোৱা মতে, তেওঁৰ এই আবিষ্কাৰ যেতিয়া ৰাস্তাত নামিব তেতিয়া প্ৰদূষণ প্রায় ৫০ শতাংশ হ্ৰাস কৰা সম্ভবপৰ হ’ব৷

এই আবিষ্কাৰৰ অন্যতম প্রধান উদ্দেশ্য, পেট্রল-ডিজেলৰ পৰিবর্তে, ইন্ধন বচোৱা কাৰ্যক বহুতেই সাধুবাদ দিছে৷ ইয়াৰ ইঞ্জিনৰ খৰচো বহু কম বুলি জানিব পৰা গৈছে৷ এলুমিনিয়ামৰ চিলিণ্ডাৰ বনাই এয়াৰ-অ’-বাইক লগোৱা হৈছে৷ সৰ্বপ্রথমে এই আবিষ্কাৰক টু হুইলাৰত কামত লগোৱা হৈছে৷ ইয়াত ৫ টকাৰ বায়ু ভৰালেই ৪০ কিলোমিটাৰ পর্যন্ত যাব পাৰি৷

বায়ুত চলিলেও বাইকৰ স্পীডত কোনো প্রভাব নপৰে৷ এয়াৰ-অ’-বাইক ঘন্টাত ৭০-৮০ কিলোমিটাৰ বেগত চলিব পাৰে৷ ভাৰত ৰাজ সিঙে তেওঁৰ এই আবিষ্কাৰৰ অনুমোদনৰ বাবে চৰকাৰলৈ প্রস্তাব প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে৷

Tags: featured3
Share4Tweet3Send

Related Posts

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

by News Desk
June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

by News Desk
June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

by News Desk
June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

by News Desk
June 29, 2026
50
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ
National-International

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

by News Desk
June 29, 2026
50
IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত
National-International

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

by News Desk
June 29, 2026
50
ADVERTISEMENT
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT