ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সঁজাতি দলৰ ডিচি এছপিক সাক্ষাৎ

ASSAM TIMES POST by ASSAM TIMES POST
August 28, 2020
Reading Time: 1 min read
A A
0

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কাৰবি আংলং জিলাৰ সভাপতি মাজিদ খানৰ নেতৃত্বত এক সঁজাতি দলে আজি কাৰবি আংলং জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সাক্ষাৎ কৰে ৷ আলোচনা কালত সঁজাতি দলটোয়ে দুয়োগৰাকী প্ৰশাসনিক বিষয়া ক্ৰমে , চন্দ্ৰধ্বজ  সিনহা আৰু দেৱজিৎ দেউৰীক জিলাখনত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা অসামাজিক কাৰ্যকলাপ, যুৱচামৰ মাজত গঢ়ি উঠা ড্ৰাগছৰ আসক্তি, বাল্যবিবাহ, আৰ শিশুশ্ৰম বিৰুদ্ধে আমছুৱে যুঁজি যোৱা বুলি অৱগত কৰে ৷

f1b50412 1108 49d6 894d c352ccb31175 e1598616422655 | ASSAM TIMES POST

ইয়াৰোপৰি অসম- নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজান এলেকাত আধাৰ সেৱা কেন্দ্ৰৰ অভাৱত সাধাৰণ ৰাইজে দূৰ্ভোগ ভুগিছে বুলি অভিযোগ কৰাৰ পিছত উপায়ুক্ত গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে ড্ৰাগছৰ প্ৰতি আসক্ত থকা যুৱচামক চিনাক্ত কৰি তেওঁলোকক পুণ: সংস্থাপন কি দৰে কৰা হয় সেই লৈ আমছুৰ সঁজাতি দলটোক পৰামৰ্শ আগবঢ়ায় ৷

আনহাতে আমছুৰ সঁজাতি দলটোৱে শীৰ্ষ প্ৰশাসনিক বিষয়া দুগৰাকীক চেনেহৰ উপহাৰ স্বৰূপে একোখনকৈ আমছুৰ স্মাৰক উপহাৰ হিচাপে প্ৰদান কৰে ৷ আমছুৰ সঁজাতি দলটোত ক্ৰমান্বয়ে সভাপতি মাজিদ খান, উপসভাপতি ৱালি শ্বাহৰ নেতৃত্বত বকলীয়াঘাট আৰু বালিজান আঞ্চলিকৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত আছিল

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ADVERTISEMENT
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT