ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এটা হাতীৰ হাত- ভৰিৰ দোলনৰ অতি সুন্দৰ ভিডিঅ’ ভাইৰেল!

ভিডিঅ'টো এই পর্যন্ত টুইটাৰত ৩২ হাজাৰতকৈও অধিকবাৰ অনুসৰণ কৰা দেখা গৈছে

ASSAM TIMES POST by ASSAM TIMES POST
July 12, 2020
Reading Time: 1 min read
A A
0
এটা হাতীৰ হাত- ভৰিৰ দোলনৰ অতি সুন্দৰ ভিডিঅ’ ভাইৰেল!

logo new 2 6 | ASSAM TIMES POST

নিউজ ডেক্স:

আজিকালি ভিডিঅ’ সমূহ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ বাবে কোনো সময় নালাগে ৷ সম্প্রতি, এটা এটা বান্দৰে এটুকুৰা কেকলৈ পলাই যোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈছেল, আৰু এতিয়া এটা হাতিৰ ভিডিঅ’ ভাইৰেল (viral video) হৈছে তাকলৈ ছ’চিয়েল মেডিয়াত আলোড়ন সৃষ্টি হৈছে ৷ ভিডিঅ’টোত দেখা গৈছে অতি সুন্দৰ ৰূপত আছে হাতী এটা ৷

ভাৰতীয় বনদপ্তৰ বিষয়া সুশান্ত নন্দই নিজৰ ছ’ চিয়েল মিডিয়া একাউন্টত একাধিক ফটো আৰু ভিডিঅ’ ভাগ- বতৰা কৰিছে ৷ কেমাৰাত প্রাণী ও চৰাই বন্দী কৰা তেওঁলোকৰ দ্বিতীয় বিনোদন হিছাবে পৰিণত হৈছে । সম্প্রতি,তেওঁ নিজৰ ছ’চিয়েল মেডিয়া একাউন্টত এটা হাতীৰ ভিডিঅ শেয়াৰ কৰিছে ।

কোনোবাই জংঘলত হাতীটোক দোলনাত দোলাই দিয়ীৰ চেষ্টা কৰিছিল ৷ এই ভিডিঅটো চাই , এটি স্পষ্ট যে, দেখাত এই হাতীটো তাৰ নিজৰ আপোন ইচ্ছাত এনেদৰে হাত- ভৰি দোলাইছে আচলতে , সি গছৰ মাজত কৰবাত আৱদ্ধ হৈ পৰিছিল ৷ আৰু শৰীৰ গধুৰ হোৱাৰ বাবে গছৰ চেঁপাৰ পৰা ওলাই অহাত হাতীটোৰ বাবে বহু কষ্টকৰ মূহুৰ্ত আছিল ৷ চাওক, সেই ভিডিঅ’ …

Too heavy for the swing😊😊 pic.twitter.com/dk9u1cKi06

— Susanta Nanda IFS (Retd) (@susantananda3) July 10, 2020

RELATED POSTS

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

কি সুন্দৰবাবে দুলিব ধৰিছে তাৰ ভৰি, হাতীৰ ভিডিঅ’ টো ছ’চিয়েল মেডিয়াত যথেষ্ট ভাইৰেল হৈছে । এই ভিডিঅ’ টো চাই জানিব পৰা গ’লযে, হাতীৰ ভৰি কাঠৰ সৈতে আৱদ্ধ হৈ আছে আৰু নিজকে তাৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা কৰিছে ৷ ভিডিঅ’ত এইটো স্পষ্ট হৈ পৰিছে যে, কিদৰে কাঠৰ চেঁপাৰ পৰা নিজৰ ভৰি মুক্ত কৰি আনিবলৈ হাতীটোৱে চেষ্টা কৰিছে ৷

এই ভিডিঅ’টো শেয়াৰ কৰি সুশান্ত নন্দ কাপশনে লিখিছে, “শৰীৰ খুব দুলিছে”। এই ভিডিঅ’টো এই পর্যন্ত টুইটাৰত ৩২ হাজাৰতকৈও অধিকবাৰ অনুসৰণ কৰা দেখা গৈছে ৷ কেৱল তেনে নহয়, , এই ভিডিঅ’টো ২০০ বাৰতকৈও অধিকবাৰ পুণঃ টুইট কৰা হৈছে ৷

Tags: featured3
Share4Tweet3Send

Related Posts

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?
National-International

by Staff Reporter
June 3, 2026
50
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ
National-International

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

by Staff Reporter
June 3, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

by News Desk
June 2, 2026
50
Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

by Staff Reporter
June 2, 2026
50
ADVERTISEMENT
8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?
National-International

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

June 3, 2026
50
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ
National-International

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

June 3, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

8th Pay Commission I অষ্টম দৰমহা আয়োগত বৃদ্ধি পাব বৃহৎ পৰিমাণৰ দৰমহা, কি ফৰ্মূলাত দৰমহা বৃদ্ধি ?

June 3, 2026
Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

Rudram-II Missile I শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংসকাৰী ৰুদ্ৰম-২ মিছাইলৰ সফল পৰীক্ষণ

June 3, 2026
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT