ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শৰীৰৰ এই ৫ অংগত বাৰেবাৰে হাত দিয়াৰ অভ্যাস আছেনেকি? কি হ’ব পাৰে জানি লওক

ASSAM TIMES POST by ASSAM TIMES POST
June 17, 2020
Reading Time: 1 min read
A A
0
শৰীৰৰ এই ৫ অংগত বাৰেবাৰে হাত দিয়াৰ অভ্যাস আছেনেকি? কি হ’ব পাৰে জানি লওক

0 1 e1574345654996 6 1 2 2 14 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

বিশেষ প্ৰতিবেদন:

ক’ৰোনা মহামাৰীৰ সময়ত সকলোতকৈ গুৰুত্বপূর্ণ বিষয় হ’ল সুস্থ হৈ থকা। যাতে কোনোভাৱে আপুনি এই মাৰণ ভাইৰাছৰ চিকাৰ নহয় সেই বিষয়ত সচেতন হৈ থকা। এই মহামাৰীৰ পৰা বাচিবৰ বাবে প্রথমৰ পৰাই শৰীৰ বিভিন্ন অংগক স্বাস্থ্যবিধি মানি স্পর্শ কৰাৰ কথা জনোৱা হৈছিল স্বাস্থ্য মন্ত্রণালয় আৰু স্বাস্থ্য দপ্তৰৰ তৰফ পৰা।

এই বাধা-নিষেধসমূহ পালন কৰিলে ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰা ৰক্ষা পৰিব পাৰিব। আপুনি নিশ্চয় জানে যে মহিলা আৰু পুৰুষ উভয়েই তেওঁলোকৰ শৰীৰৰ নির্দিষ্ট অংগসমূহক বাৰম্বাৰ স্পর্শ কৰে। এই অভ্যাসৰ চিকাৰ ব্যক্তিসকল গুৰুতৰ অসুস্থতাৰ চিকাৰ হ’ব পাৰে যিকোনো সময়তে। জানি লওঁ আহক দেহৰ কোন বিশেষ অঙ্গসমূহ বাৰম্বাৰ স্পর্শ কৰা উচিত নহয়। চকু- চকু আমাৰ দেহৰ এনে এটি গুৰুত্বপূর্ণ অঙ্গ যাৰ মাধ্যমেৰে আমি আমাৰ চাৰিওপাশৰ বস্তুসমূহ দেখিবলৈ পাওঁ।

মহিলা আৰু পুৰুষসকলৰ মাজত ঘন ঘন চকু স্পর্শ কৰা বা চকু মোহৰাৰ এটি বেয়া অভ্যাস আছে। এইটো কৰাৰ সময়ত যদি কোনো জীবাণু আপোনাৰ হাতত উপস্থিত থাকে তেতিয়া ই চকুত মাৰাত্মক সংক্রমণৰ কাৰণ হ’ব পাৰে। সেয়ে ঘনে ঘনে আপুনি চকু স্পর্শ নকৰিব। প্রয়োজনত চকু চিকিৎসকৰ পৰামর্শ লওক।ওঁঠ- পুৰুষ মহিলা নির্বিশেষে বাৰম্বাৰ ওঁঠ স্পর্শ কৰাৰ প্রবণতা বেছি লক্ষ্য কৰা যায়। মহিলাসকলে মেকআপ বা ছালৰ যত্ন ল’বলৈ গৈ ওঁঠ স্পর্শ কৰে।

পুৰুষো এই অভ্যাসৰ চিকাৰ। ই কেৱল ওঁঠৰ আকৃতিয়েই নষ্ট নকৰে, কিন্তু ই ওঁঠৰ নৰম ছালকো প্রচুৰ ক্ষতি কৰিব পাৰে। সেয়ে বাৰম্বাৰ আপোনাৰ ওঁঠ স্পর্শ কৰা এৰাই চলক। ইয়াৰ উপৰি আপোনাৰ আঙুলিত লাগি থকা জীবানুৰ ফলত সহজেই শৰীৰৰ ভিতৰত প্রৱেশ কৰিব পাৰে। সেই অভ্যাস থাকিলে সচেতন হওক আৰু এই অভ্যাস ত্যাগ কৰক।নাক- শ্বাস-প্রশ্বাসৰ প্রক্রিয়া বন্ধ থকাত বা আৰু নানা বিষয়ত বাৰম্বাৰ নাক-চুলি বা কাণত হাত দিয়াৰ প্রৱণতা লক্ষ্য কৰা যায়।

কিছু লোকৰ নাকৰ ভিতৰত বাৰম্বাৰ আঙুলি দি স্পর্শ কৰাৰ অভ্যাসো থাকে। এই অভ্যাসৰ ফলত খুব সহজেই নাকৰ ভিতৰত সংক্রমণ বিয়পি যাব পাৰে। ইয়াৰ ফলত আপোনাৰ শ্বাসকষ্টজনিত ৰোগো হ’ব পাৰে। পুৰুষসকলৰ তুলনাত মহিলাসকলৰ মাজত এই অভ্যাস কম দেখা যায়। কিন্তু পুৰুষ আৰু মহিলা উভয়েই এই বিষয়ত যত্নৱান হোৱা দৰকাৰ।কাণ- বহুতে নিশ্চয় দেখিছে যে কাণ পৰিষ্কাৰ কৰাৰ বাবে কাণৰ ক্লিনাৰ পৰিৱর্তে আঙুলিৰ সহায় লয়।

ই অত্যন্ত বিপজ্জনক হ’ব পাৰে। ইয়াৰ ফলত হাতত থকা জীবানু যাক আমি দেখা নাপাওঁ পোনে পোনে কাণত প্রবেশ কৰিব পাৰে। এই জীবাণুসমূহে কাণৰ সংক্রমণো ঘটাব পাৰে। কাণৰ সংক্রমণ কেতিয়াবা কেতিয়াবা ইমান মাৰাত্মক হয় ইয়াৰ ফলত ডিঙি ফুলি যোৱা, কাণত বিষ হৈৱাৰ সম্ভাৱনা থাকে।

সেয়ে এই অভ্যাসসমূহ যদি আপোনাৰ থাকে তেন্তে তাক তুৰন্তে সলনি কৰক।খাদ্য খোৱাৰ পিছত, এনে বহু লোক আছে যিয়ে মুখত লাগি থকা খাদ্য পৰিষ্কাৰ কৰিবলৈ কেৱল মাত্র আঙুলি ব্যৱহাৰ কৰে। এটি অদ্ভুত অনুভূতিৰ উপৰি ই পোনেপোনে শৰীৰত বিভিন্ন ধৰণৰ ৰোগ সৰবৰাহ কৰিব পাৰে। গতিকে, যিসকলৰ এইধৰণৰ অভ্যাস আছে তেওঁলোকে ইয়াক আজিৰ পৰাই পৰিত্যাগ কৰা উচিত। মুখ পৰিষ্কাৰ কৰাৰ বাবে কেৱল গৰম পানী বা মাউথৱাছ ব্যৱহাৰ কৰক।

Tags: featured3
Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx