ASSAM TIMES POST
নিউজ ডেস্ক
দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহ্বান কৰে যে কৰ’না বিৰূদ্ধে ৫ এপ্ৰিল, দেওবাৰে ৰাতি ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ সকলো লাইট বন্ধ কৰি নিজৰ ঘৰৰ দুবাৰ মুখত বা বেলকনিত চাকি, মম, টৰ্চ লাইট বা মোবাইল টৰ্চ জ্বলাই এই দুৰ্যোগৰ সময়ত দেশৰ সামূহিক শক্তিৰ পৰিচয় দিবলৈ দেশবাসীলৈ আহ্বান। এই কাৰ্যসূচী পালন কৰাৰ সময়ত সামাজিক দূৰত্ব মানি চলে তাৰ বাবেও আহ্বান জনায়। কৰ’না হৰুৱাৰ ই এক ‘ৰামবান’ চিকিতসা বুলি তেও লগতে কয়।












