ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সন্দেহজনক ইনষ্টাগ্ৰাম পোষ্ট আৰমান মালিকৰঃ কিয় মানসিক কষ্টত ভুগিছে কন্ঠশিল্পী গৰাকী??

Staff Reporter by Staff Reporter
March 12, 2020
Reading Time: 1 min read
A A
0
সন্দেহজনক ইনষ্টাগ্ৰাম পোষ্ট আৰমান মালিকৰঃ কিয় মানসিক কষ্টত ভুগিছে কন্ঠশিল্পী গৰাকী??

“মে ৰহু য়া না ৰহু”, “বল দো না জাৰা, “হা তুম মেৰে পাস ৰহো”, বজহ তুম হো” ৰ দৰে কেইবাটাও জনপ্ৰিয় গীতত কন্ঠদান কৰা কন্ঠশিল্পী আৰমান মালিকৰ হৈছে মানসিক অশান্তি। আৰমান মালিক চচিয়েল মিডিয়াত প্ৰায়ে একটিভ থকা দেখিবলৈ পোৱা যায়; বিভিন্ন ফটো তথা ভিডিঅ’ তেওঁ আপলোড কৰে। কিন্তু, কিছু সময় পূৰ্বে কন্ঠশিল্পী গৰাকীয়ে এটা এনে পোষ্ট কৰিছে যিটো দেখি আপোনালোকৰো নিশ্চয় কিছু সন্দেহজনক প্ৰশ্নৰ সৃষ্টি হ’ব। উল্লেখ্য যে, আৰমান মালিকে পূৰ্বৰ সকলো ইনষ্টাগ্ৰাম আপডেট ডিলিট কৰি এটা আপডেটত লিখিছে যে, “মই আৰু সহ্য কৰিব নোৱাৰো।” ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ “ডিপি” ত কলা ৰঙ দি থয়। এনেবোৰ কিছু ঋণাত্মক তথা সন্দেহজনক কাম কৰাৰ বাবে বৰ্তমান শিল্পী গৰাকীৰ অনুৰাগী হতাশ হৈ পৰিছে।

View this post on Instagram

A post shared by ARMAAN (@armaanmalik)

উক্ত পোষ্টটোত বৰ্তমান তেওঁৰ অনুৰাগীয়ে বিভিন্ন কমেন্ট কৰা দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি প্ৰশ্ন কৰিছে তাতেই আকৌ কোনোৱে তেওঁৰ এই পোষ্টটোৰ অৰ্থ বিচাৰিছে। এইখিনিতে আপোনালোকক জনাই থওঁ যে,আৰমান মালিকে পূৰ্বতেও এনে হতাশজনক পোষ্ট টুইট কৰিছে। বিগত বৰ্ষৰ মাৰ্চ মাহত জাষ্টিন বিৱাৰে যেতিয়া পোষ্ট কৰিছিল যে তেওঁ সাংঘাতিক অকলশৰীয়া অনুভৱ কৰিছে; তেতিয়াই আৰমান মালিকেও লিখিছিল যে, “মই এতিয়া অনুভৱ কৰিছো যে মই অকলেই এনে অনুভৱ নকৰো; আমাৰ চাৰিওফালে মানুহ থকা স্বত্বেও আমি কেতিয়াবা অশান্তি পাওঁ।”

Just realised that it’s not only me, it’s you and everybody else around us and we all go through some intense stuff on a daily basis which we don’t talk about. Let’s all be strong together 🙌🏼

— ARMAAN MALIK (@ArmaanMalik22) March 26, 2019

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

armaan malik 1558487299 | ASSAM TIMES POST

১৯৯৫ চনৰ ২২ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পী সংগীত নিৰ্দেশক ডবু মালিকৰ পুত্ৰ। আৰমান মালিকে “মাই নেম ইজ খান” ত থকা এটা ইংৰাজী ল’ৰাক কন্ঠ দি শিল্পী ৰূপে আত্মপ্ৰকাশ কৰে।কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত” ক শলাগি টুইট কৰিছিল আৰমানে মালিকে।

SOURCE:https://rupaliparda.com/archives/11316

Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx