ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi : ৰাহুল গান্ধীৰ ঘৰত চাহমেলত নিৰ্ধাৰণ হ’ব আন্দোলনৰ পৰৱৰ্তী ৰূপৰেখা, ইণ্ডিয়াৰ সাংসদ আৰু বিভিন্ন ছাত্ৰ নেতাক আমন্ত্ৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
October 13, 2026
Reading Time: 1 min read
A A
0
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

RELATED POSTS

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

New Logo Smal 2 | ASSAM TIMES POST

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত (Demand for Gyanesh Kumar’s removal) বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই কেন্দ্ৰৰ ওপৰত হেঁচা বৃদ্ধিৰ চেষ্টা চলাইছে। এইবাৰ ‘ইণ্ডিয়া’ৰ বৈঠকত কেন্দ্ৰৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পৰৱৰ্তী কৌশলৰ সিদ্ধান্ত লোৱা হৈছে। মঙলবাৰে বিয়লি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে (Rahul Gandh) ‘ইণ্ডিয়া’ৰ সাংসদসকলক চাহমেলৰ বাবে আমন্ত্ৰণ জনাইছে। তাত বিভিন্ন ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজৰ প্ৰতিনিধিকো আমন্ত্ৰণ জনোৱা হৈছে। ৰাহুল গান্ধীৰ বাসগৃহৰ পৰা যৌথ সংবাদমেল অনুষ্ঠিত কৰাৰো কথা আছে। তাৰ পৰাই পৰৱৰ্তী পৰিকল্পনা ঘোষণা হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

পিটিআইৰ সূত্ৰ অনুসৰি, মঙলবাৰে বিয়লি দিল্লীৰ ৫নং সুনেহৰীবাগ ৰোডৰ ৰাহুল গান্ধীৰ বাসগৃহত এই চাহমেলৰ আয়োজন কৰা হৈছে। তাৰ পূৰ্বে ‘ইণ্ডিয়া’ৰ নেতাসকলে যৌথ সংবাদমেল অনুষ্ঠিত কৰিব। ইতিমধ্যে চাহমেলৰ আমন্ত্ৰণী-পত্ৰ সংশ্লিষ্ট নেতা, ছাত্ৰ-ছাত্ৰী আৰু নাগৰিক সমাজৰ প্ৰতিনিধিলৈ প্ৰেৰণ কৰা হৈছে। পিটিআইৰ তথ্য অনুসৰি, সোমবাৰে প্ৰেৰণ কৰা আমন্ত্ৰণ-পত্ৰত ৰাহুল গান্ধীয়ে লিখিছে, “‘গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে মাৰ্চ’ আৰু আজি গোচৰ ৰুজু হোৱাৰ পিছত কাইলৈ বিয়লি ‘ইণ্ডিয়া’ৰ নেতাসকলৰ যৌথ সংবাদমেল আৰু চাহমেলৰ আয়োজন কৰা হ’ব। মই আপোনালোকক মঙলবাৰে (১৩ অক্টোবৰ) বিয়লি ৪ বজাত নতুন দিল্লীৰ সুনেহৰীবাগ ৰোডত মোৰ বাসগৃহলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ।”

rg | ASSAM TIMES POST
ৰাহুল গান্ধীৰ ঘৰত চাহমেলত ইণ্ডিয়াৰ সাংসদ আৰু বিভিন্ন ছাত্ৰ নেতাক আমন্ত্ৰণ

উল্লেখ্য যে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টীৰ আন্দোলন অব্যাহত আছে। কংগ্ৰেছ নেতৃত্বাধীন ‘ইণ্ডিয়া’ৰো সমান্তৰাল প্ৰতিবাদ চলি আছে। ইতিমধ্যে ৰাহুল গান্ধীৰ সমৰ্থকসকলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিছে। তেওঁৰ লগতে অন্যান্য বিৰোধী নেতাই সোমবাৰে সমদল উলিয়াই উচ্চতম ন্যায়ালয়ত এছআইআৰত অনিয়মৰ অভিযোগ উত্থাপন কৰে। চিজেপিৰ আন্দোলনৰ অন্যতম মুখ তথা আইছাৰ সৰ্বভাৰতীয় সভাপতি নেহা বোৰায়ো এই সমদলত যোগদান কৰে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে আহিব পাৰে ৰাহুল গান্ধীৰ গোচৰ। এই একেটা দিনতে ৰাহুল গান্ধীয়ে বিৰোধী সাংসদ, ছাত্ৰ নেতা আৰু নাগৰিক সমাজক চাহমেললৈ আমন্ত্ৰণ জনায়। অৱশ্যে এই চাহমেলত কোন বিশেষভাৱে উপস্থিত থাকিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে জ্ঞানেশ বিৰোধী আন্দোলনৰ পৰৱৰ্তী ৰূপৰেখা এই চাহমেলৰ পৰাই স্থিৰ হ’ব পাৰে বুলি বহুতে জল্পনা-কল্পনা কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RahulGandhi
Share4Tweet3Send

Related Posts

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ
National-International

by News Desk
October 13, 2026
50
Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

by News Desk
October 13, 2026
50
New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ
National-International

New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

by News Desk
October 13, 2026
50
Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ

October 12, 2026
51
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য
National-International

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

by News Desk
October 12, 2026
52
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

ADVERTISEMENT
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ
National-International

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026
50
Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

October 13, 2026
50
New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ
National-International

New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

October 13, 2026
50
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য
National-International

Rahul Gandhi : ৰাহুল গান্ধীৰ ঘৰত চাহমেলত নিৰ্ধাৰণ হ’ব আন্দোলনৰ পৰৱৰ্তী ৰূপৰেখা, ইণ্ডিয়াৰ সাংসদ আৰু বিভিন্ন ছাত্ৰ নেতাক আমন্ত্ৰণ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026
Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

October 13, 2026
New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d