ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

নিউজ ডেস্কঃ

News Desk by News Desk
October 7, 2026
Reading Time: 1 min read
A A
0
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

RELATED POSTS

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

New Logo Smal 2 | ASSAM TIMES POST

জাপানত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰাৰ পিছত মঙলবাৰে জন্মভূমিত পদাৰ্পণ কৰিছে বক্সাৰ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)। লাভলীনাক গুৱাহাটী বিমানবন্দৰত বিপুল আদৰণি জনোৱাৰ লগতে ঢোলে-ডগৰে আদৰি অনা হয়। আনহাতে, অসমকন্যা লাভলীনাই এছিয়ান গেমছত স্বৰ্ণপদক (Gold medal in the Asian Games) লাভ কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষ উপহাৰ প্ৰদান (Special gift from the Assam Govt.) কৰা হয়।

cm 2 | ASSAM TIMES POST
বক্সাৰ লাভলীনা বৰগোহাঁইক অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

ৰাজ্য চৰকাৰে লাভলীনাক অতিৰিক্ত আৰক্ষী অধীক্ষক (Additional Superintendent of Police) পদলৈ পদোন্নতি (Promotion) দিয়ে। ইয়াৰ পূৰ্বে তেওঁ অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত আছিল। লগতে তেওঁক অসম চৰকাৰৰ তৰফৰ পৰা পুৰস্কাৰ হিচাপে ৫০ লাখ টকাৰ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কাৰ্যালয়ত লাভলীনাক এই উপহাৰ প্ৰদান কৰে।

cm1 | ASSAM TIMES POST
লাভলীনালৈ অসম চৰকাৰৰ ৫০ লাখ টকাৰ উপহাৰ

আনহাতে, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বুধবাৰে তেওঁক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে মঙলবাৰে নিশা গুৱাহাটী বিমানবন্দৰত বিভিন্ন দল-সংগঠন তথা অনুৰাগীয়ে তেওঁক আদৰণি জনায়। অসম চৰকাৰৰ হৈ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কংগ্ৰেছ দল তথা লাভলীনাৰ পৰিয়াল আৰু অনুৰাগীয়ে তেওঁক আদৰণি জনায়। কংগ্ৰেছ দলৰ হৈ প্ৰণতি ফুকনৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে তেওঁক আদৰণি জনায়। প্ৰতিনিধি দলটোত কংগ্ৰেছৰ নেতা বিপুল গগৈ, বেদব্ৰত বৰা আদি উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: LovlinaBorgohain
Share4Tweet3Send

Related Posts

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
51
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ
Guwahati

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

by News Desk
October 2, 2026
51
The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ
Guwahati

The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ

by News Desk
October 2, 2026
51
ADVERTISEMENT
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

October 7, 2026
50
Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

October 7, 2026
50
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

October 7, 2026
50
Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান
National-International

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

October 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

October 7, 2026
Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

October 7, 2026
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d