ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

নিউজ ডেস্কঃ

News Desk by News Desk
September 16, 2026
Reading Time: 1 min read
A A
0
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

প্ৰিয় নায়ক নিজৰ চহৰত উপস্থিত হোৱাৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ অনুৰাগীসকলে তেওঁক লগ কৰিবলৈ আগ্ৰহী হৈ পৰে। লণ্ডনৰ দ্য শ্বাৰ্ডত ‘থলপতি’ ওৰফে তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে আয়োজন কৰে এক অনুষ্ঠান। কিন্তু শেষ মুহূৰ্তত আয়োজকসকলে অনুষ্ঠানটো বাতিল কৰিবলগীয়া হয়। মহানগৰ আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ প্ৰিয় নায়কক ওচৰৰ পৰা চাবলৈ বৃহৎ সংখ্যক অনুৰাগীৰ সমাগম ঘটে। ভিৰ বৃদ্ধি পোৱাত নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ হ’ব পাৰে বুলি আশংকা কৰি আয়োজকসকলে অনুষ্ঠানটো বাতিল কৰাৰ সিদ্ধান্ত লয়। বিজয়ৰ দলটোৱে ঘোষণা কৰে যে অনুগামীসকলৰ সুৰক্ষাৰ স্বাৰ্থত অনুষ্ঠানটো বাতিল কৰিবলগীয়া হৈছে। নিজৰ প্ৰিয় নায়কক ওচৰৰ পৰা দেখাৰ সুযোগ হেৰুৱাই নিৰাশ হৈ পৰে অনুৰাগীসকল।

সংবাদ সংস্থা পিটিআইক এজন অনুৰাগীয়ে কয়, “এই অনুষ্ঠানটো বাতিল কৰিবলগীয়া হোৱাৰ কাৰণ আছে ঠিকেই, কিন্তু থলপতিক চাবলৈ বহুদিন অপেক্ষা কৰি থকা আমি এই ঘটনাত হতাশ হৈছোঁ। তামিলনাডুতহে এই ধৰণৰ উৎসাহ দেখা যায়।”

লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

বিজয়ৰ নেতৃত্বত তামিলনাডু চৰকাৰৰ এটা প্ৰতিনিধি দল বৰ্তমান লণ্ডনত আছে। দলীয় সূত্ৰ অনুসৰি, বিজয়ৰ এই ভ্ৰমণ মূলতঃ ৰাজ্যখনত বিদেশী বিনিয়োগ আকৰ্ষণ কৰিবলৈ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পোৱা সূত্ৰ অনুসৰি, এই ভ্ৰমণৰ সময়ত বিদেশী বিনিয়োগক আকৰ্ষণ কৰিবলৈ ১২,৩০০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হয়। বুধবাৰে বিজয় লণ্ডনৰ পৰা উভতি অহাৰ কথা আছে। বহুতে বিজয়ৰ অনুষ্ঠান বাতিলৰ সৈতে কাৰুৰ সভাৰ প্ৰসঙ্গ আনিছে। ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ বাবে কাৰুৰলৈ গৈছিল ‘থলপতি’।

সভাত হাজাৰ হাজাৰ অনুগামী আৰু সমৰ্থকে ভিৰ কৰে। উল্লেখ্য যে সেই জনসভাতে সংঘটিত হৈছিল পদপিষ্টৰ কাণ্ড। যাৰ বাবে বিজয়ে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। কাৰুৰৰ এই ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ লণ্ডনত তেওঁৰ অনুষ্ঠানৰ আয়োজকসকলে তেওঁৰ অনুৰাগীসকলৰ সুৰক্ষাৰ বাবে এই বৃহৎ জনসমাগম দেখি অনুষ্ঠান বাতিল কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

by News Desk
September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
50
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

ADVERTISEMENT
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

September 16, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

September 16, 2026
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

September 16, 2026
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d