ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সাংবাদিকতা ক্ষেত্ৰৰ বিভিন্ন দিশ সাঙুৰি আহি আছে “চিঁয়াহীৰ ৰং”- মূখ্য চৰিত্ৰত যতীন বৰাঃ

Staff Reporter by Staff Reporter
March 7, 2020
Reading Time: 1 min read
A A
0
সাংবাদিকতা ক্ষেত্ৰৰ বিভিন্ন দিশ সাঙুৰি আহি আছে “চিঁয়াহীৰ ৰং”- মূখ্য চৰিত্ৰত যতীন বৰাঃ

সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বিভিন্ন দিশ আজুৰি অসমৰ এগৰাকী জনপ্ৰিয় পৰিচালক প্ৰদ্যুত কুমাৰ বৰাৰ পৰিচালনাৰে আহি আছে এখন নতুন অসমীয়া ছবি “চিঁয়াহীৰ ৰং”। সাংবাদিক জিতুমণি বৰাৰ একে নামৰ উপন্যাসখনৰ ভিত্তিতেই নিৰ্মাণ কৰা হৈছে এই ছবিখন। মিডিয়া হাউচৰ ভিতৰত চলা ষড়যন্ত্ৰকে আদি কৰি বিভিন্ন সময়ত সাংবাদিক এজনে সন্মুখীন হ’বলগীয়া কিছু পৰিস্থিতিক বাখ্যা কৰি লিখা এই উপন্যাস খনৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে এই ছবিখন। “ধুনীয়া তিৰোতাবোৰ”, “সমীৰণ বৰুৱা আহি আছে” “সূৰ্য্যাস্ত” তথা “বৰশী” ৰ পিছত প্ৰদ্যুত কুমাৰ বৰাৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত এই ছবিখনক লৈ এতিয়া উৎসাহী অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজ। যোৱা ২২ ফেব্ৰুৱাৰী তাৰিখে জ্যোতি চিত্ৰৱনৰ ষ্টুডিঅ’ত ছবিখনৰ ডাবিঙৰ কাম সম্পূৰ্ণ হৈ যায়।

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

75223641 1513617452134418 6173397652659503104 n | ASSAM TIMES POST

87044434 10213004321822048 5801752161146634240 n | ASSAM TIMES POST

87323142 10213003785888650 8176956053217345536 n | ASSAM TIMES POST

ৰ’জী বৰাৰ দ্বাৰা প্ৰযোজিত উক্ত ছবিখনত সংলাপ দিছে “চিঁয়াহীৰ ৰং” উপন্যাস খনৰ স্ৰষ্টা জিতুমণি বৰাই। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তি পাবলগীয়া এই ছবিখনত মূখ্য ভূমিকা ৰূপায়ন কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই। ইয়াৰ লগতে, ছবিখনত আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিৱছে তৌফিক ৰহমান, অলক নাথ, বিদ্যুৎ কুমাৰ ভূঞা, মেল’ডী পাটগিৰী, দেৱিকা প্ৰিয়ম, মৃদুপৱন দত্ত, পাৰ্থপ্ৰতিম বৰা, দৃষ্টি নয়না দাস, হেমচন্দ্ৰ পাঠক, মুকুট নাথ আৰু শিশু শিল্পী ৰাগিনী বৰাই।

SOURCE:https://rupaliparda.com/archives/11071

Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

by News Desk
July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT