ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

News Desk by News Desk
September 12, 2026
Reading Time: 1 min read
A A
0
BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

RELATED POSTS

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। ইতিমধ্যে তেওঁ বেইজিঙৰ পৰা ৰাওনা হৈছে। শনিবাৰে দুপৰীয়া তেওঁ দিল্লীত অৱতৰণ কৰাৰ কথা। তাৰ আগতে চীনে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। দুয়োখন দেশৰ মাজত থকা মতানৈক্য সন্দৰ্ভতো এক বিশেষ বাৰ্তা প্ৰদান কৰা হয়।

ব্ৰিকছ সন্মিলনৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জিনপিঙে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। শনিবাৰে সন্ধিয়া ৫.৪৫ বজাৰ পৰা এই বৈঠক আৰম্ভ হোৱাৰ কথা। ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে শুকুৰবাৰে নিশা ছ’চিয়েল মিডিয়াত এই দ্বিপাক্ষিক বৈঠক নিশ্চিত কৰে। তেওঁ লিখিছে, “প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠকৰ আয়োজন কৰা হৈছে। এইখন দুয়োগৰাকী নেতাৰ মাজত একেৰাহে তৃতীয়খন বৈঠক। ইয়াৰ পূৰ্বে কাজান আৰু টিয়ানজিনত তেওঁলোকৰ বৈঠক হৈছিল।”

ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰি চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয়, “জিনপিং আৰু মোদীৰ কৌশলগত নিৰ্দেশনাত চীন আৰু ভাৰতে একেলগে কাম কৰিব। আমি দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিম। দুয়োখন দেশৰ মাজত যোগাযোগ আৰু সহযোগিতা আৰু অধিক বৃদ্ধি পাব।” চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে যদি মতানৈক্য থাকে তেন্তে চম্ভালিব বুলিও বাৰ্তা প্ৰদান কৰে। তেওঁ লিখিছে, “আমি মতানৈক্য সঠিকভাৱে চম্ভালিম। এইদৰে চীন আৰু ভাৰতৰ মাজত বন্ধুত্বপূৰ্ণ চুবুৰীয়া সম্পৰ্ক বজাই ৰখা হ’ব। আমি ইখন দেশে সিখন দেশৰ সফলতাৰ অংশীদাৰ হ’ম।”

জিনপিঙে শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ২০১৯ চনত। ইয়াৰ পিছত ২০২০ চনত লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাই সশস্ত্ৰ সংঘৰ্ষত লিপ্ত হৈছিল। কেইবামাহো ধৰি দুয়োখন দেশৰ সম্পৰ্ক সৰ্বনিম্ন স্তৰত আছিল। কিন্তু ক্ৰমান্বয়ে সম্পৰ্ক উন্নত হৈছে। জিনপিঙক দুবাৰ সাক্ষাৎ কৰিছে মোদীয়ে। অৱশ্যে ৭ বছৰৰ মূৰত ভাৰত ভ্ৰমণলৈ আহিছে চীনৰ ৰাষ্ট্ৰপতিগৰাকী। দেওবাৰলৈ অব্যাহত থাকিব ব্ৰিকছ সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পিজেছকিয়ানেও ইয়াত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে। মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। শনিবাৰে বিয়লি জিনপিঙৰ সৈতে হোৱা বৈঠকক লৈও বিভিন্ন মহলত কৌতুহলৰ সৃষ্টি হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BRICSIndia2026
Share4Tweet3Send

Related Posts

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

by News Desk
September 12, 2026
51
ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ
National-International

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

by News Desk
September 12, 2026
53
India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ
National-International

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

by News Desk
September 12, 2026
51
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutan smuggling : ওড়িশাৰ জংঘললৈ ক’ৰ পৰা আহিছিল পাঁচটা ওৰাংওটাং, দীঘাত আটক ৩

by News Desk
September 12, 2026
52
BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩
National-International

BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩

by News Desk
September 12, 2026
51
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

by News Desk
September 12, 2026
52
ADVERTISEMENT
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
53
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
53
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d