ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nepal Floods : নেপালৰ বান পৰিস্থিতি, নেপালৰ পৰা উভতি অহা ২১ ভাৰতীয় দিলে ভয়ানক অভিজ্ঞতাৰ বিৱৰণী

নিউজ ডেস্কঃ

News Desk by News Desk
August 29, 2026
Reading Time: 1 min read
A A
0
Nepal Floods : নেপালৰ বান পৰিস্থিতি, নেপালৰ পৰা উভতি অহা ২১ ভাৰতীয় দিলে ভয়ানক অভিজ্ঞতাৰ বিৱৰণী

RELATED POSTS

Social Media Influencer : চণ্ডীগড়ত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৰ্মান্তিক মৃত্যু; ধৰ্ষণ কৰি, গছত বান্ধি গাত অগ্নিসংযোগ কৰিছিল

Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

New Logo Smal 3 | ASSAM TIMES POST

বাছত উঠি সকলোৱে ৰৈ আছিল। নেপাল-তিব্বত সীমান্তৰ জিৰাং বন্দৰত পৰ্যটক কঢ়িয়াই অনা কেইবাখনো বাছ ৰখাইছিল। হঠাৎ পৰ্যটকৰ মাজত এটা ডাঙৰ গৰ্জন শুনা গ’ল। প্ৰথমতে তেওঁলোকে গম পোৱা নাছিল যে ‘জল দানৱ’টো পাহাৰৰ পৰা নামি আহিছে। তেওঁলোকে গম পোৱাৰ আগতেই কনভয়ত থকা পৰ্যটকৰ বাছ দুখন উটুৱাই লৈ গ’ল। তেওঁলোকৰ তৃতীয়খন বাছ কনভয়ৰ মাজত আছিল আৰু কেনেবাকৈ বানৰ পৰা ৰক্ষা (Save from Nepal flood) পৰিছিল। নেপালৰ পৰা ভাৰতলৈ উভতি অহা তামিলনাডুৰ ২১ গৰাকী পৰ্যটকে (21 tourists from Tamil Nadu) এনে এক ভয়ানক অভিজ্ঞতাৰ কথা বৰ্ণনা (Description of a terrifying experience) কৰে।

শুকুৰবাৰে চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে ২১জন পৰ্যটক। তেওঁলোক ভাৰাক্ৰান্ত, বিধ্বস্ত, মুখত আতংকৰ স্পষ্ট চাপ। কিছুমানে কয় যে তেওঁলোকে এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তেওঁলোক কেনেকৈ জীৱিত অৱস্থাত ঘূৰি আহিল। এই জীয়াই থকাটোক তেওঁলোকে ‘অলৌকিক’ বুলি অভিহিত কৰিছিল। ইয়াৰে এজন পৰ্যটক বিজয় ভুবনেশ্বৰীয়ে কয়, “বোমা বিস্ফোৰণৰ দৰে শব্দ শুনিবলৈ পালোঁ। তাৰ পিছত আমাৰ কনভয়ৰ বাছবোৰত এটা বিশাল বোকা-শিলৰ পানীয়ে খুন্দা মাৰিলে।”

tamil1 | ASSAM TIMES POST
নেপালৰ বান পৰিস্থিতি, নেপালৰ পৰা উভতি অহা ২১ ভাৰতীয় দিলে ভয়ানক অভিজ্ঞতাৰ বিৱৰণী

ভুৱনেশ্বৰীয়ে লগতে কয়, ”সেই আকস্মিক বানত আমাৰ কনভয়ৰ দুখন বাছ মোৰ চকুৰ সন্মুখতে নোহোৱা হৈ যোৱা দেখিলোঁ। সেই সময়ত আমি ভাবিছিলোঁ বাছৰ ভিতৰতে আমিও বাচি নাথাকো। কিন্তু আমাৰ সন্মুখ আৰু পিছফালে বাছ আছিল। কেনেবাকৈ বাছৰ পৰা নামি আৰু ওখ ঠাইলৈ গ’লোঁ৷ তাত এটা সশস্ত্ৰ বাহিনীৰ কেম্প আছিল। আমাক টানি আনিলে। বিশ্বাস কৰিব পৰা নাই আমি তাৰ পৰা জীৱিত অৱস্থাত উভতি আহিলোঁ।”

তামিলনাডুৰ শিক্ষামন্ত্ৰী এ ৰাজমোহনে কয় যে ৰাজ্যখনৰ পৰা প্ৰায় ৪০০ লোক ভ্ৰমণৰ বাবে নেপাললৈ গৈছিল। ১৪০ জন লোকক উদ্ধাৰ কৰি সুৰক্ষিত কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে কমেও ৮০জন লোক। আনহাতে, নেপাল আৰক্ষীৰ ২৯ আগষ্টৰ হিচাপ অনুসৰি, নেপালত বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬১৬ জন। বিভিন্ন প্ৰতিবেদনত নেপাল আৰু তিব্বতত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা একেলগে প্ৰায় ৩ হাজাৰ বুলি প্ৰকাশ পাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: TamilnaduTouristNepalFloods
Share4Tweet3Send

Related Posts

Social Media Influencer : চণ্ডীগড়ত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৰ্মান্তিক মৃত্যু; ধৰ্ষণ কৰি, গছত বান্ধি গাত অগ্নিসংযোগ কৰিছিল
National-International

by News Desk
August 29, 2026
50
Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত
National-International

Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

by News Desk
August 29, 2026
50
India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ
National-International

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

by News Desk
August 29, 2026
50
Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ
National-International

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

by News Desk
August 29, 2026
50
Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ
National-International

Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ

by News Desk
August 29, 2026
50
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

by News Desk
August 28, 2026
54
ADVERTISEMENT
Social Media Influencer : চণ্ডীগড়ত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৰ্মান্তিক মৃত্যু; ধৰ্ষণ কৰি, গছত বান্ধি গাত অগ্নিসংযোগ কৰিছিল
National-International

Social Media Influencer : চণ্ডীগড়ত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৰ্মান্তিক মৃত্যু; ধৰ্ষণ কৰি, গছত বান্ধি গাত অগ্নিসংযোগ কৰিছিল

August 29, 2026
50
Nepal Floods : নেপালৰ বান পৰিস্থিতি, নেপালৰ পৰা উভতি অহা ২১ ভাৰতীয় দিলে ভয়ানক অভিজ্ঞতাৰ বিৱৰণী
National-International

Nepal Floods : নেপালৰ বান পৰিস্থিতি, নেপালৰ পৰা উভতি অহা ২১ ভাৰতীয় দিলে ভয়ানক অভিজ্ঞতাৰ বিৱৰণী

August 29, 2026
50
Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত
National-International

Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

August 29, 2026
50
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
Assam

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

August 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Social Media Influencer : চণ্ডীগড়ত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৰ্মান্তিক মৃত্যু; ধৰ্ষণ কৰি, গছত বান্ধি গাত অগ্নিসংযোগ কৰিছিল

Social Media Influencer : চণ্ডীগড়ত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৰ্মান্তিক মৃত্যু; ধৰ্ষণ কৰি, গছত বান্ধি গাত অগ্নিসংযোগ কৰিছিল

August 29, 2026
Nepal Floods : নেপালৰ বান পৰিস্থিতি, নেপালৰ পৰা উভতি অহা ২১ ভাৰতীয় দিলে ভয়ানক অভিজ্ঞতাৰ বিৱৰণী

Nepal Floods : নেপালৰ বান পৰিস্থিতি, নেপালৰ পৰা উভতি অহা ২১ ভাৰতীয় দিলে ভয়ানক অভিজ্ঞতাৰ বিৱৰণী

August 29, 2026
Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

August 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d