ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

নিউজ ডেস্কঃ

News Desk by News Desk
August 29, 2026
Reading Time: 1 min read
A A
0
Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

RELATED POSTS

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ

New Logo Smal 3 | ASSAM TIMES POST

হিমালয়ৰ (Himalaya) এটা বিশাল হিমবাহ (Huge glacier) ভাঙি নেপালত ভূমিস্খলনৰ সৃষ্টি (Landslide occurrence in Nepal) হৈছে। বোকামাচিৰ খহনীয়াই উটুৱাই লৈ যায় নিম্নভূমি। এজন পৰ্যটকে গম নোপোৱাকৈয়ে এই দুৰ্যোগৰ মুহূৰ্তটো তেওঁৰ কেমেৰাত বন্দী কৰে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে বগা ডাৱৰে পাহাৰ আবৰি ধৰিছে। ইয়াৰ মাজতে বৰফৰ ধ্বংসাৱশেষ ধোঁৱাৰ ৰূপত বাঢ়িছে । যিহেতু ভিডিঅ’টোৰ সময় আৰু স্থান তিব্বতত সংঘটিত হোৱা দুৰ্যোগৰ সময়ৰ লগত মিল আছে, সেয়েহে বিশেষজ্ঞসকলৰ মতে এয়াই সেই মুহূৰ্ত। চীনৰ জিনজিয়াং স্বায়ত্তশাসিত অঞ্চলৰ জিৰং অঞ্চলত যোৱা ২৬ আগষ্টত হিমালয়ৰ সৌন্দৰ্য বন্দী কৰি ভ্ৰমণ কৰি আছিল এজন পৰ্যটক। সেই সময়তে দুৰ্যোগৰ মুহূৰ্তটো তেওঁৰ কেমেৰাত বন্দী হৈছিল।

ice1 | ASSAM TIMES POST
তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

চীনা একাডেমী অব ছায়েন্সেছৰ অধীনস্থ ইনষ্টিটিউট অব মাউণ্টেইন হেজাৰ্ডছ এণ্ড এনভাইৰনমেণ্টৰ সঞ্চালক কাং শ্বিচাঙে পৰ্যটকগৰাকীয়ে তোলা ভিডিঅ’টো বিশ্লেষণ কৰে। তেওঁ কয় যে ৰিম’ট ছেন্সিং ইমেজৰীৰ জৰিয়তে হিমবাহটো ভাঙি পৰা ঠাইখন চিনাক্ত কৰা হৈছে, ভিডিঅ’টোত দেখা পোৱা সেই একে ঠাই। ভিডিঅ’টোত থকা ধোঁৱাৰ কুণ্ডলীটো নেপালৰ দিশে হিমবাহ ভাঙি যোৱাৰ বাবে সৃষ্টি হৈছে। চীনৰ সংবাদ মাধ্যমে দাবী কৰিছে যে সমুদ্ৰপৃষ্ঠৰ পৰা ৫১৪০ মিটাৰ উচ্চতাত এই হিমবাহটো ভাঙি গৈছে। প্ৰায় ৬ লাখ ২০ হাজাৰ বৰ্গমিটাৰ এলেকাত বিয়পি পৰিছিল। এই হিমস্খলনৰ ফলত সৃষ্টি হোৱা বৰফ, বোকা আৰু শিলৰ ধ্বংসাৱশেষে পিছৰ সাত মিনিটত পাহাৰৰ ঢালৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নামি গৈ গিৰাং বন্দৰ পায়হি। সেই সময়ত বৰফৰ ধ্বংসাৱশেষ ৫১৪০ মিটাৰ উচ্চতাৰ পৰা ৩৩০০ মিটাৰলৈ নামি আহিছিল।

বুধবাৰে পুৱা এই হিমস্খলনৰ বাবেই নেপালৰ সীমান্তৱৰ্তী ৰসুৱা জিলাৰ ভোটে কোশী নদীত আকস্মিক বান আহে। গাঁৱৰ পিছত গাঁও, ঘৰ, ৰাস্তা, গাড়ী, দলং উটুৱাই লৈ যায়। শনিবাৰে পুৱালৈকে নেপাল আৰক্ষীয়ে ৬১৬ জন লোকৰ মৃত্যুৰ খবৰ দিছে। নিৰুদ্দেশ হৈছে ৩ হাজাৰৰো অধিক লোক। ইয়াৰে বহুতেই ভাৰতীয়। ভাৰতৰ পৰা বহু পৰ্যটক কৈলাস-মানৰোবৰ দৰ্শন কৰিবলৈ নেপাললৈ গৈছিল। ঘটনাৰ দিনটোত ভাৰত চৰকাৰে নেপাললৈ সাহায্যৰ বাৰ্তা প্ৰেৰণ কৰিছিল। কেইবাটাও গোটত তালৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। নেপালৰ অনুৰোধত নতুন দিল্লীয়ে প্ৰেৰণ কৰিছে উদ্ধাৰকাৰী দলো।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NepalFloods
Share4Tweet3Send

Related Posts

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ
National-International

by News Desk
August 29, 2026
50
Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ
National-International

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

by News Desk
August 29, 2026
50
Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ
National-International

Nepal Floods : নেপাললৈ উদ্ধাৰকাৰী দল প্ৰেৰণ ভাৰতৰ, অৱশেষত নতি স্বীকাৰ কাঠমাণ্ডুৰ

by News Desk
August 29, 2026
50
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

by News Desk
August 28, 2026
54
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

by News Desk
August 28, 2026
56
Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে
National-International

Nepal Floods : নদীপথত আন এক দুৰ্যোগৰ শঙ্কা, সতৰ্ক নেপাল; মৃত্যুৰ সংখ্যা ৫০০ৰ ওচৰ চাপিছে

by News Desk
August 28, 2026
51
ADVERTISEMENT
Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত
National-International

Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

August 29, 2026
50
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
Assam

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

August 29, 2026
50
India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ
National-International

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

August 29, 2026
50
Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ
National-International

Sonia Gandhi Autobiography : বাক স্বাধীনতাক হত্যা, ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ কৰিব নিবিচাৰাত পেংগুইন প্ৰকাশনক কটাক্ষ কংগ্ৰেছৰ

August 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

Nepal Floods : তিব্বতৰ হিমবাহ ভঙাৰ মুহূৰ্ত পৰ্যটকৰ কেমেৰাত বন্দী, সাত মিনিট পিছতে ২০ কিলোমিটাৰ বৈ যায় বোকামাটিৰ সোঁত

August 29, 2026
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

August 29, 2026
India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

India US Defence deals : আমেৰিকাৰ জেভেলিন মিছাইল ক্ৰয় কৰিব ভাৰতে, চুক্তিত স্বাক্ষৰ

August 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d