ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2026
Reading Time: 1 min read
A A
0
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

হঠাতে এটা জোকাৰণি উঠিল। ইয়াৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিমানখন (Air India) তললৈ নামিবলৈ ধৰিলে। ভিতৰত থকা একাংশ যাত্ৰী আসনৰ পৰা দূৰলৈ চিটিকি পৰিল। কিছুমানৰ মুখৰ পৰা তেজ ওলাই আহিছিল। বিমানখনৰ যাত্ৰী হিচাপে থকা ইটালীৰ পৰ্যটক (Italian tourist) ভিভিয়ানা (Viviana)ই মাজ আকাশৰ এই ভয়ংকৰ অভিজ্ঞতাটো বৰ্ণনা (Describe the experience) কৰিছে। ঘটনাটো বৰ্ণনা কৰিবলৈ গৈ তেওঁ শিয়ৰি উঠে।

ভিভিয়ানাই কয়, “বাচি আহিছোঁ যে সেয়াই বহুত। এটা সময়ত এনে লাগিছিল যেন মৰিয়েই যাম।” ইটালীৰ যুৱতীগৰাকীয়ে সংবাদ সংস্থাক জনোৱা মতে, বিমানখনত তেওঁৰ মাতৃ আৰু ভগ্নীও তেওঁৰ লগত আছিল। তেওঁৰ মাতৃ আহত হয়। থাইলেণ্ডৰ ফুকেটৰ পৰা ১৩৭ জন যাত্ৰী আৰু ৮ জন ক্ৰু মেম্বাৰ লৈ উৰা মাৰিছিল AI2379 বিমানখন। গন্তব্যস্থান আছিল দিল্লী। কিন্তু যেতিয়া বিমানখন হঠাতে মাজ আকাশত তীব্ৰভাৱে কঁপিবলৈ ধৰিলে, যাত্ৰীসকল আতংকিত হৈ পৰে। বিমানখনৰ ভিতৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। হঠাতে হোৱা ‘এয়াৰ টাৰ্বুলেন্স’ৰ (air turbulance) ফলত চাৰিজন ক্ৰুকে ধৰি মুঠ ১৭ জন লোক আহত হয়।

air 1 | ASSAM TIMES POST
এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

ভিভিয়ানাই কয়, “ফুকেটৰ পৰা উৰামৰাৰ সময়ত কোনো সমস্যা হোৱা নাছিল। কিন্তু কিছু সময় উৰাৰ পিছত হঠাতে বিমানখন জোৰেৰে কঁপিবলৈ ধৰে। মই দেখিলোঁ মোৰ ভগ্নী আসনৰ পৰা ওপৰলৈ উঠি চিটিকি পৰিল।” লগতে মাতৃয়েও মূৰত আঘাত পোৱা বুলি কয়। তেওঁৰ ফোনটো হাতৰ পৰা সৰি পৰিছিল। ঠিক পিছফালে বহি থকা যাত্ৰীগৰাকীৰ মুখৰ পৰা তেজ ওলাই আহিছিল। ভিভিয়ানাৰ ভাষাত, “মই ভাবিছিলোঁ যে মই জীয়াই নাথাকো। মই আগতে কেতিয়াও ইমান ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। মোৰ হাত-ভৰি থৰথৰ কৰি কঁপি আছিল। মই কান্দিবলৈ ধৰিলোঁ।”

ইফালে এয়াৰ ইণ্ডিয়াই কয় যে এই ঘটনাত কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই। দুই-এজন যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হৈছে। কিন্তু আকাশৰ মাজভাগত যাত্ৰীসকলে সন্মুখীন হোৱা ভয়ানক পৰিস্থিতিৰ কথা ভাবিলে এতিয়াও বহুতে স্তম্ভিত হৈ পৰে। বহুতে কয় যে সেইটো আছিল এটা বিভীষিকাময় বিমান যাত্ৰা।

Tags: AirIndiaairturbulance
Share4Tweet3Send

Related Posts

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

by News Desk
August 5, 2026
50
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা
National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

by News Desk
August 5, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

ADVERTISEMENT
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
50
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ
National-International

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026
50
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা
National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT