ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

নিউজ ডেস্কঃ

News Desk by News Desk
July 15, 2026
Reading Time: 1 min read
A A
0
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

কল্পনা চাওলা, সুনীতা উইলিয়ামছ, ৰাজা চাৰিৰ পিছত এইবাৰ মহাকাশলৈ ৰাওনা (Heading to space) হৈছে আন এজন ভাৰতীয় মূলৰ আমেৰিকান (Indian origine American) মহাকাশচাৰী অনিল মাধৱন সমোইলেংকো মেনন (Astronaut Anil Madhavan Samoilenko Menon)। মঙলবাৰে তেওঁ কাজাখস্তানৰ বাইকনুৰ কচমোড্ৰমৰ পৰা ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ৰাওনা হয়।

আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ অভিযন্তা তথা চিকিৎসক অনিলে ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছৰ ‘এক্সপেডিচন-৭৫’ৰ ক্ৰু মেম্বাৰ আৰু ফ্লাইট ইঞ্জিনিয়াৰ হিচাপে কাম কৰিব। এয়া তেওঁৰ প্ৰথম মহাকাশ যাত্ৰা। এই অভিযানত অনিলৰ সৈতে আছে ৰাছিয়াৰ মহাকাশচাৰী পিয়ট্ৰ ডুব্ৰভ আৰু আন্না কিকিনা।দুয়োৰে বাবে এইটো অৱশ্যে দ্বিতীয় মহাকাশ যাত্ৰা। এই তিনিজন মহাকাশচাৰীয়ে প্ৰায় ৮ মাহ মহাকাশত থাকিব। তাত তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ গৱেষণামূলক কামৰ লগত জড়িত হ’ব। ভাৰতীয় মূলৰ অনিলৰ জন্ম আমেৰিকাৰ মিনেছ’টাৰ মিনিয়াপলিছত।

astro | ASSAM TIMES POST
মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মাধৱন সমোইলেংকো মেনন

তেওঁ ইউক্ৰেইন আৰু ভাৰতৰ প্ৰব্ৰজনকাৰী পিতৃ-মাতৃৰ পুত্ৰ। অনিলে মিনেছ’টাৰ ছেইণ্ট পল একাডেমী আৰু ছামিট স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰে। ১৯৯৫ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৯৯ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নায়ু জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৪ চনত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তাৰ পিছত তেওঁ ২০০৬ চনত ষ্টেনফ’ৰ্ড মেডিকেল স্কুলৰ পৰা মেডিকেল ডিগ্ৰীও লাভ কৰে। ২০০৯ চনত ষ্টেনফ’ৰ্ডত জৰুৰীকালীন চিকিৎসাৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। ২০১০ চনত তেওঁ ৱাইল্ডাৰ্নেছ মেডিচিনত ফেল’শ্বিপ লাভ কৰে। ৪৮ বছৰীয়া অনিলে দীৰ্ঘদিন ধৰি আমেৰিকাৰ বায়ুসেনাত কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৪ চনত তেওঁ নাছাত ফ্লাইট ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰে। অনিলে ছয়ুজ টিএমএ-১৩এম আৰু ছয়ুজ টিএমএ-১৭এমৰ ডেপুটি ক্ৰু চাৰ্জন হিচাপে আৰু ছয়ুজ এমএছ-৬ৰ প্ৰাথমিক ক্ৰু চাৰ্জন হিচাপে কাম কৰি আহিছে। তেওঁৰ ১০০০ ঘণ্টাৰো অধিক বিমান উৰণৰ অভিজ্ঞতা আছে।

Tags: AstronautAnilMadhavanNasa
Share4Tweet3Send

Related Posts

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

by News Desk
July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

by News Desk
July 15, 2026
50
India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক
National-International

India US relations : ভাৰতৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ সম্ভাৱনা, উত্থাপন হ’ব নতুন বিধেয়ক

by News Desk
July 15, 2026
50
FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে
National-International

FiFA 2026 I বিশ্বকাপৰ ফাইনেলত স্পেইন, অন্তিম বিশ্বকাপত খালীহাতে উভতিল এমবাপে

by Staff Reporter
July 15, 2026
50
Central Fund to Assam : নিৰ্বাচনী উপহাৰ, অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৭৪৮ কোটিৰ পুঁজি ঘোষণা
National-International

E-20 Petrol । ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ মাইলেজ হ্ৰাস কৰিছে, কি কয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীয়ে

by Staff Reporter
July 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA 2026 । মুখ্যমন্ত্ৰীৰ বিশ্বকাপৰ উপহাৰ, এই চাৰি দিনত লাভ কৰিব বিশেষ সুবিধা

by Staff Reporter
July 15, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx