ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

নিউজ ডেস্কঃ

News Desk by News Desk
July 14, 2026
Reading Time: 1 min read
A A
0
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

মহাৰাষ্ট্ৰত (Maharashtra) সংঘটিত হৈছে এক বৃহৎ গাখীৰ কেলেংকাৰী (Milk adulterated Milk)। ৰাজ্যখনৰ ধৰাশিৱ জিলাৰ ভুম অঞ্চলত ডিটাৰজেণ্ট, পাম অইল আনকি অতি নিম্নমানৰ ৰাসায়নিক পদাৰ্থ মিহলাই ২.৩ কোটি লিটাৰ ভেজাল গাখীৰ তৈয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তদন্তকাৰীয়ে এই বিপুল পৰিমাণৰ গাখীৰ বিভিন্ন স্থানলৈ বিক্ৰীৰ বাবে যোগান ধৰা বুলিও জানিব পাৰিছে। এই ঘটনাত ৭ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এতিয়ালৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী পৰিদৰ্শকৰ নেতৃত্বত বিশেষ তদন্তকাৰী দল বা এছআইটি গঠন কৰা হৈছে।

শেহতীয়াকৈ আৰক্ষী আৰু ৰাজ্যখনৰ খাদ্য আৰু ঔষধ বিভাগে এক গোপন সূত্ৰৰ ভিত্তিত মহাৰাষ্ট্ৰৰ ধৰাশিৱ জিলাৰ ভুম অঞ্চলত অভিযান চলায়। ভেজাল গাখীৰৰ বিষয়টো যৌথ তদন্তত পোহৰলৈ আহে। তদন্তত ধৰা পৰা তথ্যই তদন্তকাৰীক স্তম্ভিত কৰি তুলিছে। দেখা গৈছে যে অভিযুক্তই ২ লাখ ৩০ হাজাৰ কেজি নিম্নমানৰ গুড়ি গাখীৰ ব্যৱহাৰ কৰি ২৩ লাখ লিটাৰতকৈ অধিক কৃত্ৰিম গাখীৰ তৈয়াৰ কৰিছিল। এই কৃত্ৰিম গাখীৰ প্ৰকৃত গাখীৰৰ লগত মিহলাই মিশ্ৰিত গাখীৰ তৈয়াৰ কৰা হৈছিল। ১০ লিটাৰ প্ৰকৃত গাখীৰৰ লগত ১০ লিটাৰ ভেজাল গাখীৰ মিহলাই দিয়া হৈছিল।

milk | ASSAM TIMES POST
মহাৰাষ্ট্ৰত ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ মিহলী গাখীৰ বাজেয়াপ্ত

তদন্তত এই কৃত্ৰিম গাখীৰ ডিটাৰজেণ্ট পাউডাৰ, পাম অইল আৰু অতি নিম্নমানৰ ৰাসায়নিক পদাৰ্থ মিহলাই তৈয়াৰ কৰা বুলিও জানিব পৰা গৈছে। কৃত্ৰিম গাখীৰৰ লগত প্ৰকৃত গাখীৰ মিহলাই এনেদৰে তৈয়াৰ কৰা হৈছিল যাতে এই দুৰ্নীতি ক্ৰেতাৰ দৃষ্টিগোচৰ নহয়। সেইবাবেই গাখীৰৰ ৰং আৰু চৰ্বিৰ পৰিমাণ ‘আচল’ গাখীৰৰ দৰেই ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছিল। জানিব পৰা মতে, প্ৰায় ৯.৫ কোটি টকাৰ গাখীৰ এনেদৰে তৈয়াৰ কৰা হৈছিল। চিকিৎসকৰ মতে, ডিটাৰজেণ্ট আৰু ৰাসায়নিক দ্ৰব্যৰ সৈতে মিহলি গাখীৰ খালে যিকোনো ব্যক্তিৰ বৃক্ক আৰু যকৃত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ’ব পাৰে। আনকি বিপাকীয় তন্ত্ৰও সম্পূৰ্ণৰূপে ধ্বংস হ’ব পাৰে। এনে ভেজাল গাখীৰ সেৱন কৰিলে শিশু, বৃদ্ধ আৰু গৰ্ভৱতী মহিলাৰ মৃত্যুও হ’ব পাৰে বুলি চিকিৎসকে আশংকা কৰে।

দেশৰ খাদ্য সুৰক্ষা আইনত এনে ভেজাল গাখীৰ তৈয়াৰ কৰা অপৰাধৰ বাবে কঠোৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে। এনে ক্ষেত্ৰত দোষীক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে গাখীৰ প্ৰস্তুত কৰা কাৰখানাটোৰ পৰা ৬১ বেগ মিশ্ৰিত গুড়ি গাখীৰ উদ্ধাৰ কৰিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে এই গাখীৰ দুৰ্নীতিৰ মূল মাষ্টাৰমাইণ্ড হৈছে বালাচাহেব গৰ্জ। তেওঁ বিভিন্ন দুগ্ধ গোটত ভেজাল গুড়ি গাখীৰ যোগান ধৰি ভেজাল তৰল গাখীৰ তৈয়াৰ কৰিছিল। আৰক্ষীৰ মতে, উক্ত অঞ্চলৰ বিভিন্ন গাখীৰ সংগ্ৰহ কেন্দ্ৰ এই চক্ৰৰ সৈতে জড়িত। প্ৰতিদিনে মহাৰাষ্ট্ৰৰ ভুম অঞ্চলৰ পৰা কেইবা লিটাৰ গাখীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয়। এই গাখীৰ প্ৰধানকৈ খীৰ বনাবলৈ ব্যৱহাৰ কৰা হয়।

Tags: MaharashtraAdulteratedMilk
Share4Tweet3Send

Related Posts

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

by Staff Reporter
July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

by Staff Reporter
July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

by Staff Reporter
July 14, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
ADVERTISEMENT
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx