ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Staff Reporter by Staff Reporter
July 10, 2026
Reading Time: 1 min read
A A
0
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

অষ্ট্ৰেলিয়া চৰকাৰে নাবালকসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ১৬ বছৰৰ তলৰ লোকে যাতে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিব নোৱাৰে তাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে।

Modi Australia visit I
অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ:

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ এই নীতিক প্ৰশংসা কৰে। মেলবোৰ্ণত তেওঁ কয় যে অষ্ট্ৰেলিয়াৰ আইনৰ পৰা ভাৰতে বহু কথা শিকিছে। সমগ্ৰ বিশ্বই ইয়াৰ পৰা শিক্ষা লৈছে।

ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অষ্ট্ৰেলিয়ালৈ গৈছে মোদী। তথ্য-প্ৰযুক্তি নিয়ন্ত্ৰণ আৰু অনলাইন সুৰক্ষাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াই লোৱা পদক্ষেপ, বিশেষকৈ ছ’চিয়েল মিডিয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা শিশুসকলক সুৰক্ষা দিয়াৰ পদক্ষেপ প্ৰশংসনীয় বুলিও তেওঁ কয়।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ উপস্থিতিত মেলবোৰ্ণত দিয়া ভাষণত মোদীয়ে কয়, “আপুনি তথ্য প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত আইনসমূহৰ পৰিৱৰ্তন যিদৰে আনিছে, সমাজখনক সুৰক্ষিত কৰিবলৈ যিদৰে চেষ্টা কৰিছে, সেয়া সমগ্ৰ বিশ্বৰ বাবে এক প্ৰেৰণা। আপোনালোকৰ প্ৰচেষ্টাৰ পৰা আমি বহু কথা শিকিছো, আমি শিক্ষা লৈছোঁ।”

ছ’চিয়েল মিডিয়াত বাধা আৰোপ কৰাৰ ক্ষেত্ৰত ভাৰতেও ভৱিষ্যতে অষ্ট্ৰেলিয়াৰ নীতি মানি চলিব নেকি সেই কথা অৱশ্যে মোদীয়ে স্পষ্ট নকৰিলে। অষ্ট্ৰেলিয়াত ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে অন্যতম কঠোৰ আইন আছে।

দেশখনত ১৬ বছৰ বয়সৰ পূৰ্বে গুৰুত্বপূৰ্ণ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত একাউণ্ট খোলাটো আইনগতভাৱে নিষিদ্ধ। ছ’চিয়েল মিডিয়া কোম্পানীকো একে কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অনলাইনৰ নেতিবাচক প্ৰভাৱ, শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ লক্ষ্যৰে এই আইনখন অনা হৈছে।

ভাৰততো শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন হৈছে। ইতিমধ্যে কৰ্ণাটকত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰেও সেই পথ অনুসৰণ কৰিবলৈ যোৱাৰ ইংগিত দিছে। গতিকে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোদীয়ে কৰা মন্তব্যক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। মোদীয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত নৱপ্ৰজন্মৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।

তেওঁ কয়, “আমাৰ যুৱ প্ৰজন্ম ইজনে সিজনৰ লগত মিলাপ্ৰীতিৰে ডাঙৰ হৈছে। এই দেশত ভাৰতীয় যুৱক-যুৱতীসকলে যি উষ্ম আদৰণি লাভ কৰিছে সেয়া বিশেষভাৱে উল্লেখযোগ্য। একৰ লগত এক যোগ কৰিলে দুই হয়। কিন্তু একৰ কাষত এক থিয় হ’লে হয় ১১ ! ভাৰত আৰু অষ্ট্ৰেলিয়াই সেইদৰে ইজনে সিজনৰ কাষত থিয় দিছে।”

মেলবোৰ্ণত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় মোদী। তাত দুয়োখন দেশে শক্তি সুৰক্ষা, পাৰমাণৱিক শক্তি, কৌশলগত সহযোগিতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে। অষ্ট্ৰেলিয়াই ভাৰতক ইউৰেনিয়াম যোগান ধৰাৰ উদ্যোগ লৈছে। ফলত মোদীয়ে বিশ্বাস কৰে যে ভাৰতৰ শক্তি কাৰ্যসূচীয়ে গতি লাভ কৰিবলৈ গৈ আছে।

Tags: অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰনীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT