ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 3, 2026
Reading Time: 1 min read
A A
0
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশৰ ইন্দোৰৰ যুৱক ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড (Murder of Raja Raghubansh)ৰ অভিযুক্তৰ পত্নী সোণমৰ জামিন বাহাল (Sonam’s bail granted) ৰাখিছে। ফলত বৰ্তমান তেওঁ জে’লৰ বাহিৰত থাকিব পাৰিব। শেহতীয়াকৈ মেঘালয় উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। কিন্তু আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ গৈছিল মেঘালয় চৰকাৰ। সোণমৰ জামিনৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰে শীৰ্ষ আদালতত প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰাৰ লগতে জৰুৰী শুনানিৰ বাবেও অনুৰোধ জনায়। শুকুৰবাৰে এই গোচৰৰ শুনানি অনুষ্ঠিত হয়। অৱশ্যে মেঘালয় উচ্চ ন্যায়ালয়ৰ ৰায় বলবৎ থাকিব বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কয় যে সোণমৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি গুৰুতৰ। মেঘালয় আৰক্ষীয়ে কিয় তেওঁৰ জামিনৰ বিৰোধিতা কৰিছে তাৰো তদন্ত কৰাটো প্ৰয়োজনীয়। কিন্তু যেতিয়া সোণম জামিনত বাহিৰত থকাৰ কথা জনোৱা হয়, তেতিয়া শীৰ্ষ আদালতে কয় যে তেওঁলোকে গোচৰটোত হস্তক্ষেপ কৰিব নিবিচাৰে। আদালতৰ পৰ্যবেক্ষণ, “যদি ইতিমধ্যে তেওঁক মুকলি কৰি দিয়া হৈছে, তেন্তে আমি এই বিষয়ত হস্তক্ষেপ নকৰো।” অৱশ্যে আদালতে সোণমৰ জামিন স্থগিত ৰাখিব বিচাৰিছিল। কিন্তু তেওঁৰ মুক্তিৰ কথা জানিব পাৰি তেওঁলোকে হস্তক্ষেপ কৰিবলৈ সন্মত নহ’ল।

sonam | ASSAM TIMES POST
ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

মেঘালয় চৰকাৰৰ হৈ আদালতত যুক্তি দিয়ে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। আদালতত তেওঁ দাবী কৰে যে ইয়াৰ পূৰ্বেও দুবাৰকৈ সোণমৰ জামিন নাকচ কৰা হৈছিল। ইয়াৰ পিছত মেঘালয় উচ্চ ন্যায়ালয়ে যোৱা এপ্ৰিল মাহত জামিন মঞ্জুৰ কৰে। আদালতৰ পৰ্যবেক্ষণত আছিল কি ভিত্তিত সোণমক গ্ৰেপ্তাৰ কৰা হ’ল, কিয় আৰক্ষীয়ে তেওঁৰ নথি-পত্ৰ প্ৰদান কৰা নাছিল আৰু কিয় তেওঁক সমগ্ৰ বিষয়টোৰ বিষয়ে অৱগত কৰা হোৱা নাছিল। আৰু সেই প্ৰশ্নৰ উত্তৰৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে অভিযুক্তক জামিন মঞ্জুৰ কৰে। তাৰ পিছত মেহতাই আদালতত কয় যে গোচৰটোৰ তথ্যৰ ভুলৰ বাবে জামিন মঞ্জুৰ কৰা হৈছে।

শুনানিৰ সময়ত সোণমৰ অধিবক্তাই অভিযোগ কৰে যে গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ ক্লায়েণ্টক কোনো ধৰণৰ আইনী সাহায্য প্ৰদান কৰা হোৱা নাছিল। আনকি আৰক্ষীয়ে তেওঁক ট্ৰেনজিট ৰিমাণ্ডত লৈ যোৱাৰ সময়তো তেওঁক কোনো আইনী সাহায্য দিয়া হোৱা নাছিল। তেওঁ লগতে দাবী কৰে যে তেওঁৰ ক্লায়েণ্টক কি ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে জনোৱা হোৱা নাছিল। তেওঁক এখন উকা কাগজ দিয়া হৈছিল। তাৰ পিছত উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে যে এই সকলোবোৰ আগতে কিয় অৱগত কৰা হোৱা নাছিল।

যোৱা বছৰৰ মে’ মাহত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁৰ পত্নী সোণম আৰু তেওঁৰ প্ৰেমিকৰ বিৰুদ্ধে হনিমুনত মেঘালয়লৈ লৈ যোৱাৰ পিছত তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। যোৱা এপ্ৰিল মাহত মেঘালয়ৰ আদালতে সোণমক জামিন প্ৰদান কৰিছিল। সূত্ৰ অনুসৰি, আৰক্ষীৰ গ্ৰেপ্তাৰৰ অভিযোগনামাত সামান্য ‘পদ্ধতিগত ভুল’ দেখা যায়। সোণমক গ্ৰেপ্তাৰ কৰাৰ সময়ত আৰক্ষীয়ে দিয়া গ্ৰেপ্তাৰৰ অভিযোগনামাত ৪০৩ (১) ধাৰা উল্লেখ কৰা হৈছে। কিন্তু ভাৰতীয় ন্যায় সংহিতাত সেই ধাৰাৰ কোনো অস্তিত্ব নাই। ২০২৪ চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় দণ্ডবিধিৰ পৰিৱৰ্তে বিএনএছ প্ৰৱৰ্তন কৰে। সেই আইনত ৪০৩ (১) ধাৰাৰ কোনো উল্লেখ নাই। তাত হত্যাৰ বাবে ধাৰা হৈছে ১০৩ (১)। কিন্তু অভিযোগনামা লিখা ব্যক্তিজনে ১০৩ (১) ধাৰাৰ সলনি ৪০৩ (১) ধাৰা লিখিছিল বুলি বিশ্বাস কৰা হয়। ভুলতে ১ ৰ সলনি ৪ হৈ পৰে। আদালতে নিজৰ আদেশত এই অস্তিত্বহীন ধাৰাটোৰ কথাও উল্লেখ কৰিছে।

Tags: Sonam'sbailgranted
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

by News Desk
July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

by News Desk
July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

by News Desk
July 3, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

by News Desk
July 3, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx