ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

নিউজ ডেস্কঃ

News Desk by News Desk
June 10, 2026
Reading Time: 1 min read
A A
0
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

বুধবাৰে ভাৰতৰ ‘নিৰ্বাচিত প্ৰধানমন্ত্ৰী’ হিচাপে নৰেন্দ্ৰ মোদীৰ নতুন অভিলেখ (Narendra Modi’s new record) উপলক্ষে দিল্লীৰ (Delhi) ভাৰত মণ্ডপমত বিজেপি নেতৃত্বাধীন এনডিএৰ বিশেষ বৈঠক (Special meeting of the NDA) অনুষ্ঠিত হয়। তাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে (Shubendu Adhikari) নিজ হাতেৰে ঝালমুড়ি (Spicy puffed rice mix) বনাই মোদীক পৰিবেশন কৰে। উল্লেখ্য যে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ বাবে মোদীৰ প্ৰচাৰৰ সময়তো ঝালমুড়ি আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আহিছিল। ১৯ এপ্ৰিলত প্ৰচাৰৰ বাবে ঝাৰগ্ৰামলৈ গৈছিল মোদী। ৰাস্তাৰে উভতি অহাৰ সময়ত তেওঁৰ কনভয় ঝাৰগ্ৰাম চহৰৰ ৰাজ কলেজৰ ওচৰত ৰৈছিল।

প্ৰধানমন্ত্ৰীয়ে ‘চাৱনলাল বিশেষ ঝালমুড়ি’ দোকানৰ পৰা ১০ টকা মূল্য দি ঝালমুড়ি কিনি খায়। আৰু সেই ঘটনাৰ বাবেই ঝাৰগ্ৰামৰ ঝালমুড়ি বিক্ৰেতা বিক্ৰম কুমাৰ সৌ নিশাটোৰ ভিতৰতে বিখ্যাত হৈ পৰে। শেহতীয়াকৈ বিক্ৰমে জনাইছে যে প্ৰধানমন্ত্ৰীয়ে ঝলমুড়ি খোৱাৰ পৰাই তেওঁ বিভিন্ন ধৰণৰ ভাবুকি লাভ কৰি আহিছে। আনকি টেক্সট মেছেজ আৰু ৱাটছএপৰ জৰিয়তে পাকিস্তান আৰু বাংলাদেশৰ পৰা নিৰন্তৰ ভাবুকি লাভ কৰি আহিছে। এই সন্দৰ্ভত ঝাৰগ্ৰাম আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত তেওঁৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিৰ বিপুল বিজয়ৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে খালে মুখ্যমন্ত্ৰী শুভেন্দুৱে বনোৱা ঝালমুড়ি।

jal1 | ASSAM TIMES POST
পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

২০১৪ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল মোদীয়ে। তেতিয়াৰে পৰা একেৰাহে ৪,৩৯৯ দিন ‘নিৰ্বাচিত প্ৰধানমন্ত্ৰী’ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ নতুন অভিলেখ গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ ১২ বছৰক উজ্জ্বল কৰি তুলিবলৈ মঙলবাৰৰ পৰা সমগ্ৰ দেশতে এমাহজোৰা অভিযান আৰম্ভ কৰিছে এনডিএয়ে। এই উপলক্ষে দিল্লীত অনুষ্ঠিত হয় এই বৈঠক।

‘নিৰ্বাচিত’ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ ক্ষেত্ৰত মোদীয়ে জৱাহৰলাল নেহৰুক চেৰ পেলাইছে বুলি দাবী কৰিছে বিজেপিয়ে। গেৰুৱা শিবিৰৰ যুক্তি যে নেহৰুৱে একেৰাহে ১৬ বছৰ প্ৰধানমন্ত্ৰী আছিল। কিন্তু ১৯৪৭ চনৰ পৰা ১৯৫২ চনলৈ তেওঁ নিৰ্বাচিত প্ৰধানমন্ত্ৰী নাছিল। সেই পাঁচ বছৰ বাদ দি বিজেপিয়ে দাবী কৰে যে এই সময়ছোৱাৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত মোদীয়ে নেহৰুক চেৰ পেলাইছে।

মোদীয়ে নিজেই প্ৰধানমন্ত্ৰিত্বৰ সময়ছোৱাক ‘১২ বছৰীয়া আস্থা, উন্নয়ন আৰু জনকল্যাণ’ বুলি চিহ্নিত কৰিছে। তেওঁ নিজৰ এক্স-হেণ্ডলত লিখিছে, “বিগত ১২ বছৰত আমাৰ চৰকাৰে বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে উৎসৰ্গিত হৈ আহিছে। ১৪০ কোটি দেশবাসীৰ আশীৰ্বাদ আৰু ‘দেশ প্ৰথম’ মনোভাবেৰে আমি আমাৰ যুৱক-যুৱতী, মহিলা আৰু কৃষক ভাই-ভনীসকলক সবলীকৰণ কৰাত ব্যৰ্থ হোৱা নাই। আমাৰ এই প্ৰচেষ্টাৰ ফলস্বৰূপে আন্তঃগাঁথনিৰ পৰা ডিজিটেল বিপ্লৱলৈকে ভাৰত আজি বিশ্বত পৰিচিত হৈছে। উন্নত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিবলৈ আমি সেৱা, সুশাসন আৰু সমৃদ্ধিৰ এই পথত আগবাঢ়ি যাম।”

Tags: ModitakeJalmuri
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx