ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আই চি চি মহিলা টি-২০ বিশ্ব কাপ ক্ৰিকেটত ছেমিফাইনেলত প্ৰৱেশ ভাৰত

Staff Reporter by Staff Reporter
February 27, 2020
Reading Time: 1 min read
A A
0
আই চি চি মহিলা টি-২০ বিশ্ব কাপ ক্ৰিকেটত ছেমিফাইনেলত প্ৰৱেশ ভাৰত

RELATED POSTS

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

নিউজ ডেস্ক: হৰমনপ্ৰীত কৌৰ নেতৃত্বতাধীন ভাৰতীয় দলে নিউজীলেণ্ডক ৪ ৰানত পৰাস্ত কৰি আই চি চি মহিলা টি-২০ বিশ্ব কাপ ক্ৰিকেটত ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ বৃহস্পতিবাৰে মেলবৰ্ণত অনুষ্ঠিত খেলত শেফালী বাৰ্মাৰ ৪৬ আৰু তানিয়া ভাটিয়াৰ ২৩ ৰানৰ সহায়ত ভাৰতে ৮ উইকেটত ১৩৩ ৰান সংগ্ৰহ কৰে৷ প্ৰত্যুত্তৰত নিউজীলেণ্ডে ৬ উইকেটত ১২৯ ৰান কৰি পৰাজয় স্বীকাৰ কৰে৷ নিউজীলেণ্ডৰ মাৰ্টিনাই ২৫ আৰু কেৰই অপৰাজিত ৩৪ ৰান কৰে৷ এই জয়ৰ ফলত ভাৰতে আই চি চি মহিলা টি-২০ বিশ্ব কাপ ক্ৰিকেটত ছেমিফাইনেলত প্ৰৱেশ কৰে৷ উল্লেখ্য যে বিশ্ব কাপ ক্ৰিকেটত বিৰাট কোহলিৰ নেতৃত্বতাধীন ভাৰতে নিউজীলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পোটক ল’লে হৰমনপ্ৰীত কৌৰ নেতৃত্বতাধীন মহিলা ক্ৰিকেটাৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Cricket TeamIndia Female Cricket TeamT-20
Share4Tweet3Send

Related Posts

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

by News Desk
October 27, 2026
51
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

by News Desk
October 27, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা

by News Desk
October 27, 2026
52
Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
National-International

Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

by News Desk
October 27, 2026
51
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

by News Desk
October 26, 2026
51
ADVERTISEMENT
Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ
DIPHU

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
51
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক
National-International

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
51
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য
Guwahati

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

October 27, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

Diphu APHLC Protest : ডিফুত এপিএইচএলচিৰ প্ৰতিবাদ

October 27, 2026
Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

Car parking murder : গাড়ী পাৰ্কিঙক লৈ বিবাদত একেটা পৰিয়ালৰ তিনিজনক হত্যা, মৃতদেহৰ কাষত বহি থাকিল অভিযুক্ত যুৱক

October 27, 2026
Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেল বিলাস ইনৰ হত্যাকাণ্ড, অভিযুক্ত ঘনকান্ত গগৈৰ পৰিয়ালৰ বিস্ফোৰক মন্তব্য

October 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d