ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

News Desk by News Desk
May 6, 2026
Reading Time: 1 min read
A A
0
UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ

উত্তৰ প্ৰদেশৰ (Uttar Pradesh) হৰদয় জিলাত ধৰ্ষণৰ অভিযুক্তক (Rape accused) গুলীয়াই হত্যা কৰে আৰক্ষীয়ে (Police shoot and kill)। আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্তই বাইকেৰে পলায়ন কৰিছিল। তেওঁক আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল। কিন্তু বাইক পেলাই পলাবলৈ চেষ্টা কৰে। অভিযুক্ত যুৱকজনে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰো অভিযোগ। আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰাত এটা গুলীয়ে অভিযুক্তৰ বুকু ভেদি যায়। ফলত তেওঁৰ থিতাতে মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক বিচাৰি উলিয়ালে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। বুধবাৰে পুৱা আৰক্ষীয়ে হৰদয়ৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ বাবাটামৌ অঞ্চলত অভিযুক্তই আশ্ৰয় লোৱাৰ তথ্য লাভ কৰে।

up1 | ASSAM TIMES POST
উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

সেই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল অঞ্চলটোলৈ যায়। আৰক্ষীৰ দলটো দেখি অভিযুক্তই পলাবলৈ চেষ্টা কৰে। কিন্তু দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাৰ ফলত অভিযুক্ত থিতাতে নিহত হয়।

আৰক্ষীয়ে জনোৱা মতে, অভিযানৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়াজনো অভিযুক্তই নিক্ষেপ কৰা গুলীত আহত হয়। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখ্য যে ৩ মে’ত মাল্লাবান থানা এলেকাত এটি সাত বছৰীয়া শিশুক অপহৰণ কৰি ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, অপহৃত শিশুটিৰ ঘৰত ৭ লাখ টকাৰ মুক্তিপণ দাবী কৰা হৈছিল। শিশুটিৰ পৰিয়ালে উক্ত ধন দিবলৈ সময় বিচাৰিছিল। কিন্তু বাৰে বাৰে ভাবুকি দিয়া ফোন আহিবলৈ ধৰে। অৱশেষত শিশুটিৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে। তেতিয়াৰে পৰাই অনুসন্ধান চলি আছিল। বুধবাৰে পুৱা অভিযুক্তৰ অৱস্থান উদ্ধাৰ কৰে আৰু আৰক্ষীৰ গুলীত তেওঁ নিহত হয়।

Tags: UPEncounter
Share4Tweet3Send

Related Posts

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ
National-International

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

by News Desk
May 6, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

by News Desk
May 6, 2026
50
Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ
National-International

Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ

by News Desk
May 6, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

Donald Trump । বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পিছত মোদীক অভিনন্দন ট্ৰাম্পৰ

by Staff Reporter
May 6, 2026
50
‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত
National-International

‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত

by Staff Reporter
May 6, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ

by Staff Reporter
May 6, 2026
50
ADVERTISEMENT
UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ
National-International

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

May 6, 2026
50
WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ
National-International

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

May 6, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

May 6, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

May 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

May 6, 2026
WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

May 6, 2026
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

May 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx