ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

নিউজ ডেস্কঃ

News Desk by News Desk
May 6, 2026
Reading Time: 1 min read
A A
0
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

চৰকাৰ গঠন কৰিবলৈ আৰু মাত্ৰ ১০ খন আসনৰ প্ৰয়োজন। ইয়াৰ পৰাই আৰম্ভ হৈছে সংখ্যাৰ খেল। তামিল ছুপাৰষ্টাৰ তথা তামিলাগা ভেট্টি কাঝাগাম (TVK) (টিভিকে)ৰ চুপ্ৰিমো থালাপতি বিজয়ে (Thalapathi Vijay) কাৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰিব তাক লৈ চৰ্চা চলি আছে। ইতিমধ্যে কংগ্ৰেছে টিভিকেক সমৰ্থন কৰিবলৈ সাজু (Congress is ready to support TVK) বুলি ঘোষণা কৰিছে। কিন্তু চৰ্ত সাপেক্ষে। কংগ্ৰেছৰ হাতত আছে পাঁচখন আসন। কিন্তু তাৰ মাজতো বিজয়ে ‘মেজিক ফিগাৰ’ক স্পৰ্শ কৰিব নোৱাৰিব। চৰকাৰ গঠনৰ বাবে ১১৮ খন আসনৰ প্ৰয়োজন (118 seats are needed)। টিভিকেয়ে লাভ কৰিছে মুঠ ১০৮ খন আসন। কিন্তু বিজয়ে যদি ত্ৰিচি ইষ্টৰ আসনৰ পৰা পদত্যাগ কৰে তেন্তে টিভিকেৰ আসনৰ সংখ্যা হ’ব ১০৭ খন হ’ব।

ফলাফল ঘোষণাৰ পিছত তামিল ৰাজনীতিত আৰম্ভ হৈছে সংখ্যাৰ খেল। কিন্তু সেই খেলৰ ‘কেন্দ্ৰবিন্দু’ এতিয়া টিভিকে। কংগ্ৰেছ আৰু ক্ষুদ্ৰ দলসমূহেও ইয়াৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছে। সূত্ৰ অনুসৰি, বিজয়ৰ দলটোও তেওঁলোকৰ সৈতে যোগাযোগত আছে। কিন্তু এইবাৰ এআইএডিএমকেও এই সংখ্যাৰ খেলখনত জপিয়াই পৰিছে। উল্লেখ্য যে তেওঁলোকে এইবাৰৰ নিৰ্বাচনত ৪৭ খন আসনেৰে তৃতীয় স্থানত আছে। ডিএমকেয়ে লাভ কৰিছে ৫৯ খন আসন।

vijay1 | ASSAM TIMES POST
তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

সূত্ৰ অনুসৰি, টিভিকেৰ নেতাসকলে ইতিমধ্যে এআইএডিএমকেৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিছে। তামিল ৰাজনীতিত সংখ্যা বিজ্ঞানক লৈ উত্তেজনা আৰম্ভ হোৱাৰ সময়তে টিভিকেক সমৰ্থন কৰাটোক লৈ এআইএডিএমকেৰ ভিতৰত তৎপৰতা আৰম্ভ হৈছে। দলটোৰ কেইবাজনো বিধায়কে টিভিকেৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সূত্ৰই জনোৱা মতে, টিভিকেক সমৰ্থন কৰিব বিচৰা এআইএডিএমকেৰ বিধায়কসকল দলৰ সাধাৰণ সম্পাদক ই পালানিস্বামীৰ নেতৃত্বত ‘সুখী’ নহয়। ফলত বিধায়কসকল দলৰ ভিতৰতে বিভক্ত হৈ পৰিছে। সূত্ৰই জনোৱা মতে, তাৰ পিছত শীৰ্ষ নেতৃত্বই একপ্ৰকাৰ বিজয়ক সমৰ্থন কৰিবলৈ সন্মত হৈছে। সূত্ৰই জনোৱা মতে, আনকি টিভিকেয়েও এআইএডিএমকেৰ সৈতে যোগাযোগ কৰিছে। গতিকে, তামিলনাডুৰ ৰাজনৈতিক সমীকৰণ ক’লৈ ঘূৰিব সেয়া সমগ্ৰ দেশেই প্ৰত্যক্ষ কৰি আছে।

উল্লেখ্য যে বিজয়ৰ দলে এইবাৰ তামিলনাডুৰ নিৰ্বাচনত অভাৱনীয় ফলাফল লাভ কৰিছে। জানিব পৰা মতে, কংগ্ৰেছৰ বাহিৰেও টিভিকে নেতৃত্বই পিএমকে, বাওঁপন্থী, আইইউএমএলৰ দৰে সৰু সৰু দলৰ সৈতে কথা পাতিছে। কিন্তু সেই সমীকৰণত সোমাবলৈ এআইএডিএমকেও খেলপথাৰত প্ৰৱেশ কৰিছে। কিন্তু বিজয়ে এআইএডিএমকেৰ লগত মিলি চৰকাৰ গঠন কৰিব নে আন কোনোবা এই সমীকৰণৰ অংশীদাৰ হ’ব সেয়া লক্ষণীয় বিষয। অৱশ্যে এআইএডিএমকেৰ মুখপাত্ৰ কোভাই সত্যনে কয়, “বল বিজয়ৰ ক’ৰ্টত আছে। এতিয়া তেওঁ সিদ্ধান্ত ল’ব যে তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ আমাৰ সৈতে হাত মিলাবনে নাই।”

Tags: Tamilnadu
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx