ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Donald Trump । বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পিছত মোদীক অভিনন্দন ট্ৰাম্পৰ

Staff Reporter by Staff Reporter
May 6, 2026
Reading Time: 1 min read
A A
0
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত

পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ

‎’হাৰাম’ সুৰা বিক্ৰী কৰি ঋণ পৰিশোধ কৰিব পাকিস্তানে

পশ্চিমবংগকে ধৰি দুখন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump)। মঙলবাৰে হোৱাইট হাউছৰ মুখপাত্ৰ কুশ দেশায়ে এই কথা সংবাদ সংস্থা পিটিআইক জনায়।

Donald Trump ।
বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পিছত মোদীক অভিনন্দন ট্ৰাম্পৰ:

দেশায়ে ট্ৰাম্পৰ অভিনন্দন নিশ্চিত কৰি কয়, “ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া, ঐতিহাসিক আৰু নিৰ্ণায়ক এই নিৰ্বাচনী জয়ৰ বাবে অভিনন্দন জনাইছে।” দেশায়ে পিটিআইকো কয়, “মাত্ৰ যোৱা মাহত তেওঁলোকৰ ফোন কলত ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি সন্মান প্ৰকাশ কৰিছিল আৰু কৈছিল, ‘ভাৰতে তেওঁক নেতা হিচাপে পোৱাটো ভাগ্যৰ কথা।’”

উল্লেখ্য যে সোমবাৰে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজেপিয়ে দুই তৃতীয়াংশতকৈ অধিক আসন দখল কৰি ক্ষমতা দখল কৰিবলৈ সাজু হৈছে। গেৰুৱা শিবিৰে অন্ত পোলায় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ১৫ বছৰীয়া শাসন।

আনহাতে, বিজেপিয়ে অসমতো একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰিছে। ইয়াৰ উপৰি মিত্ৰদল এন আৰ কংগ্ৰেছৰ ‘জুনিয়ৰ পাৰ্টনাৰ’ হিচাপে কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীতো দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিছে।

Tags: পিছত মোদীক অভিনন্দন ট্ৰাম্পৰবিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ
Share4Tweet3Send

Related Posts

‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত
National-International

‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত

by Staff Reporter
May 6, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ

by Staff Reporter
May 6, 2026
50
মাদক দ্ৰব্য সেৱন কৰাটো মানসিক ৰোগ, গুটখাই মদ খোৱাৰ প্ৰৱণতাক ওচৰ চপাই আনে:
National-International

‎’হাৰাম’ সুৰা বিক্ৰী কৰি ঋণ পৰিশোধ কৰিব পাকিস্তানে

by Staff Reporter
May 6, 2026
50
‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ
National-International

‎জল্পনা-কল্পনাৰ অৱসান I তামিলনাডুত বিজেপি আঁতৰাবলৈ বিজয়ক সমৰ্থন কংগ্ৰেছৰ

by Staff Reporter
May 6, 2026
50
‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ
National-International

‎হৰমুজত ‘অপাৰেচন প্ৰজেক্ট ফ্ৰীডম’ পেণ্টাগনৰ I পুনৰ ইৰাণ আক্ৰমণৰ হুংকাৰ মাৰ্কিন প্ৰতিৰক্ষা সচিবৰ

by Staff Reporter
May 6, 2026
50
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

by News Desk
May 5, 2026
50
ADVERTISEMENT
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

May 6, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

Donald Trump । বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পিছত মোদীক অভিনন্দন ট্ৰাম্পৰ

May 6, 2026
50
‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত
National-International

‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত

May 6, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ

May 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

May 6, 2026
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!

Donald Trump । বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পিছত মোদীক অভিনন্দন ট্ৰাম্পৰ

May 6, 2026
‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত

‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত

May 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx