ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi I বিজেপিয়ে বংগলৈ উন্নয়নৰ জোৱাৰ কঢ়িয়াই আনিব; পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰী

Staff Reporter by Staff Reporter
May 5, 2026
Reading Time: 1 min read
A A
0
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

সোমবাৰে ৰাজ্যবাসীয়ে আগন্তুক ৫ বছৰৰ বাবে পশ্চিমবংগৰ দায়িত্ব বিজেপিৰ হাতত অৰ্পণ কৰে। ইটোৰ পিছত সিটো গণনা কেন্দ্ৰৰ পৰা বিজেপিৰ উত্থানৰ খবৰ ওলাবলৈ ধৰে আৰু তৃণমূল কংগ্ৰেছ ক্ৰমান্বয়ে পিছপৰি যায়। বিপুল ব্যৱধানত নিজৰ খেল দেখুৱায় বিজেপিয়ে।

PM Modi I
পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰী:

তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ দিল্লীৰ পৰা বংগৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ কয়, “দেশৰ প্ৰায়বোৰ ৰাজ্যতে বিজেপি চৰকাৰ চলি আছে। ৰাইজৰ সেৱা কৰাটোৱেই মূল কাম। সেইবাবেই মানুহে তেওঁলোকক বিশ্বাস কৰে। ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ আত্মাই এতিয়া শান্তি পাইছে। তেওঁ ৰাজ্যক প্ৰথম স্থান দিছিল। পশ্চিমবংগৰ হৈ তেওঁ মহাযুদ্ধ কৰিছিল।

২০২৬ চনৰ ৪ মে’ত বংগৰ ৰাইজে বিজেপিক সুযোগ দিলে। আজিৰে পৰা বংগৰ ভাগ্যৰ লগত সংযোজন হৈছে এক নতুন অধ্যায়। বংগ ভয়ৰ পৰা মুক্ত। ই উন্নয়নৰ পথত যোগ দিছে। বংগ সলনি হৈছে। তাত থকা ৰাইজে নিজৰ নিজৰ ধৰণে ভোট দিলে। বংগৰ জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলাইছে। বিজেপিয়ে বংগলৈ কঢ়িয়াই আনিব উন্নয়নৰ জোৱাৰ।”

তেওঁ লগতে কয়, “বিজেপিয়ে লাভ কৰা আসনৰ সংখ্যা কেৱল এক সংখ্যা নহয়, ই ভয়-শান্তিৰ ৰাজনীতিৰ উত্তৰ। প্ৰতিজন বঙালীৰ বাবে দিনে-নিশাই কাম কৰিব বিজেপিয়ে। বংগত মহিলাসকলে লাভ কৰিব সুৰক্ষা। যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন পাব। আয়ুষ্মান ভাৰত প্ৰথম কেবিনেটতেই আৰম্ভ কৰিব। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সেয়াই হ’ব আমাৰ সংকল্প। বংগত সৃষ্টি হ’ব এক ভয়মুক্ত পৰিৱেশ। বংগত নতুন প্ৰভাত আহিব। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত কোনেও প্ৰাণ হেৰুওৱা নাই। মানুহে ভয় নোহোৱাকৈ ভোট দিলে। ৰাজনৈতিক দলসমূহে বংগৰ বাবে একেলগে কাম কৰিব লাগে। পৰিৱৰ্তন হ’ব, প্ৰতিশোধ নহয়। আমি কোনে কাক ভোট দিলে তাৰ ওপৰলৈ উঠি ৰাইজৰ সেৱা কৰিব লাগিব।”

তেওঁ লগতে কয়, “আজি ঐতিহাসিক, অভূতপূৰ্ব। বহু বছৰৰ কাম পূৰ্ণ হৈছে। এয়াই দেশৰ উজ্জ্বল ভৱিষ্যতৰ দিশ। এয়া আশাৰ দিন। ভাৰতৰ গণতন্ত্ৰৰ ওপৰত আস্থাৰ দিন। এক ভাৰতৰ ওপৰত আস্থাৰ দিন, শ্ৰেষ্ঠ ভাৰতৰ ওপৰত আস্থাৰ দিন। বংগ, অসম, পুডুচেৰী, তামিলনাডু, কেৰালাৰ জনসাধাৰণলৈ প্ৰণাম। কোটি কোটি বিজেপি সদস্যলৈ অভিনন্দন। সকলোৱে মিলি পদুম ফুল ফুলাইছে। নতুন ইতিহাস ৰচিত হৈছে।”

তেওঁ কয়, “এই নিৰ্বাচনত দলৰ কৰ্মীসকলে ডাঙৰ কাম কৰিলে। বিভিন্ন উপ-নিৰ্বাচনৰ ফলাফলো ভাল হৈছে। ইয়াৰ বাবে সাধাৰণ ৰাইজক ধন্যবাদ জনাইছোঁ। পাঁচখন ৰাজ্যৰ জনসাধাৰণে বিশ্বক দেখুৱাইছে যে ভাৰত গণতন্ত্ৰৰ আসন ৷

ৰাজ্যখনৰ ভোটাৰৰ হাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, “পশ্চিমবংগত ৯৩ শতাংশ ভোটাৰৰ ভোটদান এক ঐতিহাসিক পৰিঘটনা। মহিলাৰ ভোটদানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ বাবে নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছোঁ। বংগৰ বিজয়ৰ লগে লগে গংগোত্ৰীৰ পৰা গংগাসাগৰলৈকে পদুম ফুল ফুলি উঠিছে।”

২০১১ চনত বাওঁপন্থীক সলনি কৰি ৰাজ্যত যোৰাফুলৰ শিবিৰ ক্ষমতালৈ আহিছিল। তাৰ পিছত তৃণমূলৰ ছুপ্ৰিমো মমতা বেনাৰ্জীয়ে একেৰাহে তিনিটা কাৰ্যকাল শাসন কৰে। অৱশ্যে ২০২৬ চনত ভোট দেৱতাৰ মনত হয়তো আন কিবা এটা আছিল। সেইবাবেই এইবাৰ মুখ্যমন্ত্ৰীৰ পদ অক্ষুণ্ণ ৰাখিব নোৱাৰিলে। পশ্চিমবংগৰ ক্ষমতা এতিয়া বিজেপিৰ হাতত।

Tags: কঢ়িয়াই আনিব; পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰীবিজেপিয়ে বংগলৈ উন্নয়নৰ জোৱাৰ
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx