ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi : সামৰিক সংঘৰ্ষই সমস্যা সমাধান নকৰে, পশ্চিম এছিয়া আৰু ইউক্ৰেইন সন্দৰ্ভত মোদী

নিউজ ডেস্কঃ

News Desk by News Desk
April 16, 2026
Reading Time: 1 min read
A A
0
PM Modi : সামৰিক সংঘৰ্ষই সমস্যা সমাধান নকৰে, পশ্চিম এছিয়া আৰু ইউক্ৰেইন সন্দৰ্ভত মোদী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

পশ্চিম এছিয়াৰ সংঘাত আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধ (Russia-Ukraine war) সন্দৰ্ভত ভাৰতৰ স্থিতি (India’s position) পুনৰ স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi)। সামৰিক সংঘাতৰ জৰিয়তে কোনো সমস্যা কেতিয়াও সমাধান নহয় বুলিও তেওঁ কয়। পশ্চিম এছিয়া হওক বা ইউক্ৰেইন, ভাৰত দুয়োটা ক্ষেত্ৰতে স্থিতিশীলতা আৰু স্থায়ী শান্তিৰ পক্ষত। ইউৰোপীয় সংঘৰ অন্যতম সদস্য ৰাষ্ট্ৰ অষ্ট্ৰিয়াৰ চেন্সেলৰ ক্রিষ্টিয়ান ষ্টোকাৰ ভাৰত ভ্ৰমণলৈ আহিছে। বৃহস্পতিবাৰে দিল্লীত মোদীয়ে তেওঁক সাক্ষাৎ কৰে। বৈঠকৰ পাছত দিয়া ভাষণৰ সময়ত প্রধানমন্ত্রীয়ে দ্বিপাক্ষিক সম্পর্কৰ লগতে বিশ্বৰ বিভিন্ন প্রান্তত চলি থকা যুদ্ধ পৰিস্থিতি সন্দর্ভতো মন্তব্য কৰে৷

তেওঁ কয়, “আজি সমগ্ৰ বিশ্বই অতি গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে।” তেওঁ লগতে উল্লেখ কৰে যে পৃথিৱীৰ সকলোৱে এই পৰিস্থিতি অনুভৱ কৰি আছে। মোদীয়ে কয়, “সামৰিক সংঘাতৰ জৰিয়তে কোনো সমস্যা সমাধান কৰিব নোৱাৰি, ভাৰত আৰু অষ্ট্ৰিয়া দুয়োখনেই এই ক্ষেত্ৰত একমত। আমি বিচাৰোঁ যে ইউক্ৰেইন আৰু পশ্চিম এছিয়াত স্থিতিশীলতা আৰু স্থায়ী শান্তি প্ৰতিষ্ঠা হওক।”

india 1 | ASSAM TIMES POST
সামৰিক সংঘৰ্ষই সমস্যা সমাধান নকৰে, পশ্চিম এছিয়া আৰু ইউক্ৰেইন সন্দৰ্ভত মোদী

উল্লেখ্য যে যুদ্ধ পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ দীৰ্ঘদিনীয়া স্থিতি এয়াই হৈ আহিছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধই হওক বা ইৰাণৰ সৈতে জড়িত উত্তেজনাই হওক, ভাৰতে বিগত সময়ছোৱাত সংঘাতৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ আহ্বান জনাই আহিছে। যোৱা মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মোদীৰ সৈতে ফোনযোগে কথা পাতিছিল। সেই সময়ছোৱাত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ লগতে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। এইবাৰ ইউৰোপীয় সংঘৰ এগৰাকী বন্ধুক নিজৰ পক্ষত লৈ নতুন দিল্লীৰ স্থিতি পুনৰ স্পষ্ট কৰি দিলে মোদীয়ে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ইউৰোপীয় দেশসমূহে আৰম্ভণিৰে পৰাই ইউক্ৰেইনৰ কাষত থিয় দিছে। এনে পৰিস্থিতিত সেই একেই ইউৰোপীয় মিত্ৰজোঁটৰ এগৰাকী নেতাক নিজৰ পক্ষত লৈ মোদীৰ বাৰ্তা আৰু অধিক তাৎপৰ্যপূৰ্ণ হৈ উঠিছে বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰতে ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ পাছত অষ্ট্ৰিয়াৰ চেন্সেলৰৰ ভাৰত ভ্ৰমণে অধিক তাৎপৰ্য লাভ কৰিছে । অৱশ্যে এই চুক্তি এতিয়াও কাৰ্যকৰী হোৱা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অষ্ট্ৰিয়াৰ চেন্সেলৰৰ ভাৰত ভ্ৰমণে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত এক নতুন দিশ দেখুৱাব।

Tags: Russia-Ukrainewar
Share4Tweet3Send

Related Posts

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

by News Desk
May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

by News Desk
May 4, 2026
50
Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

by News Desk
May 4, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

by News Desk
May 4, 2026
50
ADVERTISEMENT
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx