PM Modi : সামৰিক সংঘৰ্ষই সমস্যা সমাধান নকৰে, পশ্চিম এছিয়া আৰু ইউক্ৰেইন সন্দৰ্ভত মোদী
পশ্চিম এছিয়াৰ সংঘাত আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধ (Russia-Ukraine war) সন্দৰ্ভত ভাৰতৰ স্থিতি (India's position) পুনৰ স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi)। ...







