ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Road accident : ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ তীৰ্থযাত্ৰীয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
April 16, 2026
Reading Time: 1 min read
A A
0
Road accident : ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ তীৰ্থযাত্ৰীয়ে

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুলত (Kurnool of Andhra Pradesh) টেংকাৰ আৰু তীৰ্থযাত্ৰী (Pilgrim) কঢ়িয়াই অনা এখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু (8 people died) হয়। আনহাতে, ১২ জনমান লোক আঘাতপ্ৰাপ্ত হয়। ইয়াৰে একাংশৰ অৱস্থা সংকটজনক বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে পুৱা ১৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, কৰ্ণাটক-অন্ধ্ৰ সীমান্তৰ সমীপৰ ধৰ্মপুৰ টোল প্লাজাৰ পৰা ৮-৯ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, কেইজনমান তীৰ্থযাত্ৰীক লৈ এখন পিকআপ ভেন মন্ত্ৰলয়ম গাঁৱৰ শ্ৰী ৰাঘবেন্দ্ৰ স্বামী মঠলৈ গৈ আছিল। পিকআপ ভেনখনত ২১ জন তীৰ্থযাত্ৰী আছিল। বৃহস্পতিবাৰে পুৱা ১৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। বিপৰীত দিশৰ পৰা অহা টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষত দুয়োখন বাহন বাগৰি পৰে। যিহেতু সময় পুৱা আছিল, সেয়ে আশে-পাশে কোনো লোক নাছিল।

ap1 | ASSAM TIMES POST
অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুলত টেংকাৰ আৰু তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাহনৰ মাজত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ তীৰ্থযাত্ৰীয়ে

অৱশ্যে আন চালকে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু এই সংঘৰ্ষৰ প্ৰভাৱ ইমানেই বেছি আছিল যে থিতাতে ৮ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত পাঁচগৰাকী মহিলা, এটি শিশু আৰু দুজন পুৰুষ। আটাইকেইজনেই কৰ্ণাটকৰ বাসিন্দা।

য়েম্মিগানুৰ মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱীয়ে জনোৱা মতে, আহতসকলক কুৰ্ণুলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক। প্ৰথম অৱস্থাত নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃত লোক আৰু আহতসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে।

Tags: roadaccident
Share4Tweet3Send

Related Posts

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

by Staff Reporter
June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

by News Desk
June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

by News Desk
June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT