ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

নিউজ ডেস্কঃ

News Desk by News Desk
April 11, 2026
Reading Time: 1 min read
A A
0
ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

অৱশেষত নিজগৃহত উপস্থিত হৈছে আলফা স্বাধীনৰ (ULFA (I)) প্ৰাক্তন মেজৰ জেনেৰেল (Former Major General) অৰুণোদয় অসম (Arunodoi Asom) ওৰফে অৰুণোদয় দহোটীয়া (Arunodoy Dahotiya) ওৰফে বিজিত বৰুৱা (Bijit Barua)। শুকুৰবাৰে তেওঁ পত্নী আৰু দুই সন্তানৰ সৈতে জন্মস্থান চাবুৱাৰ নাদুৱা গোঁহাই গাঁৱত উপস্থিত (Naduwa Gohai village of Chabua) হয়।

উল্লেখ্য যে ২০০১ চনত আলফাত যোগদান কৰা অৰুণোদয় অসমে ২০২৫ চনৰ ২৩ নৱেম্বৰত অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰিছিল যদিও অসম আৰক্ষীয়ে তেওঁক আত্মগোপন কৰাই ৰাখিছিল। আত্মসমৰ্পণৰ সময়ত তেওঁ আলফা স্বাধীনৰ নিম্ন সদনৰ সাধাৰণ সম্পাদক তথা বিত্ত বিভাগৰ দায়িত্বত আছিল। আলফাত যোগদানৰ সুদীৰ্ঘ ২৮ বছৰৰ পাছত তেওঁ বিপ্লৱী সংগঠনটো ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহে।

ulfa | ASSAM TIMES POST
আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

আনহাতে, নিজগৃহত উপস্থিত হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অৰুণোদয় দহোটীয়াই কয় যে ঘৰলৈ আহি ভাল লাগিছে। জীৱনে বিভিন্ন সময়ত বিভিন্ন পথলৈ লৈ যায় যদিও মৰমে ঘৰলৈ উভতাই আনে বুলি তেওঁ উল্লেখ কৰে।

অৱশ্যে আলফা এৰাৰ প্ৰকৃত কাৰণ প্ৰকাশৰ পৰা তেওঁ বিৰত থাকে। আনহাতে, সুদীৰ্ঘ দিনৰ মূৰত ঘৰলৈ ঘূৰি আহি পৰিয়াল আৰু ভাই-বন্ধুক লগ পাই যথেষ্ট ভাললগা বুলি তেওঁ উল্লেখ কৰে। ইফালে আলফা নেতাজন জন্মভূমিত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ ঘৰ আৰু গাঁৱত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

Tags: ArunodoiAsom
Share4Tweet3Send

Related Posts

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx