ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran war : মোদীৰ এটা ফোনতেই ইতি পৰিব পাৰে ইৰাণ-ইজৰাইলৰ সংঘাত, কোনে কৰিলে এই দাবী

নিউজ ডেস্কঃ

News Desk by News Desk
March 10, 2026
Reading Time: 1 min read
A A
0
Iran war : মোদীৰ এটা ফোনতেই ইতি পৰিব পাৰে ইৰাণ-ইজৰাইলৰ সংঘাত, কোনে কৰিলে এই দাবী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ এটা ফোনেই ইৰাণ আৰু ইজৰাইল (Iran-Israel Conflict)ৰ সংঘাতৰ অন্ত পেলাব পাৰে। এই কথা ভাৰতীয় সংবাদ মাধ্যমক জনাইছে দেশত থকা প্ৰথমজন আৰৱ আমিৰশ্বাহীৰ ৰাষ্ট্ৰদূত (Ambassador of Arab Emirates) হুছেইন হাছান মিৰ্জা (Hussein Hasan Mirza)ই। ইৰাণ-ইজৰাইল সংঘাতৰ মাজত থকাৰ তেওঁলোকৰ কোনো ইচ্ছা নাই বুলিও তেওঁ কয়। হুছেইনে কয় যে কোনো পক্ষকেই নিজৰ ভূমি ব্যৱহাৰ কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবলৈ দিয়া নহ’ব। এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত হুছেইনে কয়, “সঁচা কথা ক’বলৈ গ’লে আমি এই সংঘাতত কেনেকৈ জড়িত হ’লোঁ সেয়া নিশ্চিত নহয়। ইউ এ ইয়ে এই সংঘাতত জড়িত হোৱাৰ কোনো কাৰণেই নাই।”

uae | ASSAM TIMES POST
মোদীৰ এটা ফোনতেই ইতি পৰিব পাৰে ইৰাণ-ইজৰাইলৰ সংঘাত, এই দাবী প্ৰাক্তন আমিৰশ্বাহীৰ ৰাষ্ট্ৰদূত হুছেইন হাছান মিৰ্জাই

উল্লেখযোগ্য যে আবুধাবিৰ ভৌগোলিক অৱস্থান উল্লেখযোগ্য। এফালে তেওঁলোক ইৰাণৰ চুবুৰীয়া দেশ। আনহাতে, আব্ৰাহাম চুক্তিৰ অধীনত ইজৰাইলৰ মিত্ৰ দেশ। সেয়েহে দুয়োখন দেশৰ বাবে ইউ এ ই গুৰুত্বপূৰ্ণ। হুছেইনে কয়, “আমি আমাৰ দুয়োৰে (ইৰাণ আৰু ইজৰাইলৰ) মাজত আলোচনা কৰিব পাৰো।” ইয়াৰ পিছতে হুছেইনে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি পশ্চিম এছিয়াৰ দেশসমূহৰ নেতাসকলৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ কিমান প্ৰভাৱ আছে। তেওঁ কয় যে কেৱল ৰাষ্ট্ৰৰ নেতাসকলেই নহয়, অঞ্চলটোৰ বাণিজ্যিক সংগঠনসমূহেও মোদীক সন্মান কৰে। তেওঁ কয়, “মোদীৰ পৰা ইৰাণ আৰু ইজৰাইললৈ এটা ফোন কলে এই সমস্যা সমাধান কৰিব পাৰে। ইয়াৰ অন্ত পৰিব পাৰে। এটা ফোন কলেই যথেষ্ট।” হুছেইন ইয়াৰ পিছত ইৰাণ আৰু ইজৰাইলক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, “আমাৰ মাটিত ইজনে সিজনৰ লগত যুঁজি আছে। এইটো গ্ৰহণযোগ্য নহয়।”

উল্লেখযোগ্য যে ২৮ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰি আহিছে। পশ্চিম এছিয়াৰ যিবোৰ দেশত আমেৰিকাৰ ঘাটি আছে, সেইবোৰ দেশত ইৰাণে প্ৰতিশোধ লৈছে। সংযুক্ত আৰব আমিৰশ্বাহীতো ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে। ইয়াৰ ফলত তাত স্বাভাৱিক জনজীৱন বিঘ্নিত হৈছে। সা-সম্পত্তিৰ ক্ষতি হৈছে। সাধাৰণ মানুহ আতংকিত হৈ ঘৰতে আবদ্ধ হৈ পৰিছে। ভাৰতত থকা সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰথম ৰাষ্ট্ৰদূতগৰাকীয়ে এই পৰিস্থিতিত মুখ খুলিছে।

Tags: HusseinHasanMirzaIranwar
Share4Tweet3Send

Related Posts

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ
National-International

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

by News Desk
April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে
National-International

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

by News Desk
April 29, 2026
50
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

by News Desk
April 29, 2026
50
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?
National-International

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

by News Desk
April 29, 2026
50
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
April 29, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

by Staff Reporter
April 29, 2026
50
ADVERTISEMENT
Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ
National-International

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে
National-International

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
50
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

April 29, 2026
50
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx