ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডকমকা আৰক্ষীৰ জালত স্বামী প্ৰণৱ বৰা

ASSAM TIMES POST by ASSAM TIMES POST
February 21, 2020
Reading Time: 1 min read
A A
0
ন-বোৱাৰী মাৰ্চি বৰাৰ ৰহস্যজনক আত্মহত্যাৰ খৰতকীয়া তদন্ত….. আৰক্ষীয়ে পাইছে ‘বহু ক্লু’……ডকমকা আৰক্ষীৰ জালত স্বামী প্ৰণৱ বৰা

RELATED POSTS

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

0 1 e1574345654996 5 | ASSAM TIMES POST ASSAM TIMES POST

ন-বোৱাৰী মাৰ্চি বৰাৰ ৰহস্যজনক আত্মহত্যাৰ খৰতকীয়া তদন্ত

আৰক্ষীয়ে পাইছে ‘বহু ক্লু’

ডিফু: অৱশেষত গ্ৰেপ্তাৰ হ’ল মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰা ৷ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অধীনস্থ কামপুৰীয়া গাঁৱত মাথোঁ দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা ন-বোৱাৰী মাৰ্চি বৰাই ১৪ ফেব্ৰুৱাৰীত ভেলেন্টাইন ডে’ৰ দিনা ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ পিছত বিগত প্ৰায় এসপ্তাহ ধৰি ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য অব্যাহত আছে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/02/WhatsApp-Video-2020-02-21-at-6.09.47-PM.mp4

কিয় কি পৰিস্থিতিত আত্মহনন পথ বাছি ল’লে মাৰ্চিয়ে ? সকলোৰে মনত এই প্ৰশ্নই দোলা দি থকাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া ডকমকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰাক ৷ উল্লেখ্য যে ডকমকাৰ কামপুৰীয়া গাঁৱত থকা স্বামীগৃহৰ শোৱনি কোঠাত ৰহস্যজনকভাৱে সন্ধিয়া চীপ লোৱা অৱস্থাত মাৰ্চিৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ ন্যায় বিচাৰি মাৰ্চিৰ পৰিয়ালে ১৭ ফেব্ৰুৱাৰীত গোচৰ তৰিছিল ডকমকা থানাত ৷

লগে লগে থানাত পঞ্জীয়নভূক্ত গোচৰ নং 9/2020 ৰ ভিত্তিত ডকমকা আৰক্ষীয়ে তদন্ত চলাই ভাৰতীয় দণ্ডবিধিৰ ধাৰা 306 ৰ অধীনত বৃহস্পতিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে ন-বোৱাৰী মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰাক ৷উল্লেখ্য যে তদন্তত স্বামী প্ৰণৱৰ বিৰুদ্ধে Abetment of Suicide ৰ যথেষ্ট ‘ক্লু’ পাইছে ডকমকা আৰক্ষীয়ে ৷

WhatsApp Image 2020 02 21 at 5.59.52 PM e1582292351405 | ASSAM TIMES POST

স্মৰ্তব্য অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত প্ৰণৱ বৰা চাকৰিৰ প্ৰশিক্ষণসূত্ৰে ঘটনা সংঘটিত হোৱাৰ দিনা মুম্বাইত আছিল ৷মাৰ্চিৰ স্বামী গ্ৰেপ্তাৰৰ পিছত স্বাভাৱিকবাৱেই দুখ অনুভৱ কৰা মাৰ্চিৰ মাতৃয়ে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মাৰ্চিৰ আত্মাই শান্তি পাবই লাগিব ৷ মই ন্যায় বিচাৰো ৷

একেই মন্তব্য পিতৃ বিয়োগৰ পিছত সৰুৰে পৰা মাৰ্চিক তুলি-তালি ডাঙৰ-দীঘল কৰা মাৰ্চিৰ খুড়া খিৰোদ বৰাৰ৷ ইপিনে, মাৰ্চি বৰাৰ স্বামী প্ৰণৱ বৰাক শুকুৰবাৰে (আজি) ডিফুৰ CJM আদালতত হাজিৰ কৰোৱা হয় ৷আৰক্ষীৰ জিম্মাত থকা মাৰ্চিৰ স্বামীয়ে দুয়োৰে মাজত কোনো ধৰণৰ কাজিয়া নাছিল বুলি মন্তব্য কৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featuredkarbi anglong
Share14Tweet5Send

Related Posts

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
50
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

by News Desk
September 19, 2026
52
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

by News Desk
September 19, 2026
55
শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ
Assam

শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

by News Desk
September 19, 2026
56
যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা
Assam

যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা

by News Desk
September 19, 2026
53
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d