ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US Israel attack on Iran । আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী, সেনাপ্ৰধান: কৰাচীৰ মাৰ্কিন কনচুলেটত বিক্ষোভত নিহত ৮

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 1, 2026
Reading Time: 1 min read
A A
0
US Israel attack on Iran । আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী, সেনাপ্ৰধান: কৰাচীৰ মাৰ্কিন কনচুলেটত বিক্ষোভত নিহত ৮

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

কৰাচীৰ মার্কিন কনচুলেটত ইৰাণৰ সমর্থনত প্ৰদৰ্শন কৰা বিক্ষোভত প্ৰায় ৮ জন লোকৰ মৃত্যু হোৱা বুলি সংবাদ সংস্থা এ এফ পিয়ে জনাইছে। নিহতসকলৰ অধিকাংশৰে শৰীৰত গুলীৰ আঘাতৰ চিন আছে। অৱশ্যে এই গুলী কোনে চলাইছে সেয়া এতিয়াও স্পষ্ট নহয়। কিন্তু কেইবাটাও প্ৰতিবেদনে দাবী কৰিছে যে পাক সেনাই পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ গুলী চলাইছে।

US Israel attack on Iran ।
আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী, সেনাপ্ৰধান:

এটা দিনত ১২০০ বোমা নিক্ষেপ

আমেৰিকা-ইজৰাইল বায়ুসেনাই যৌথভাৱে ইৰাণত এটা দিনতে ১২০০ৰো অধিক বোমা নিক্ষেপ কৰিছে। মিনাবত ছোৱালী স্কুল, দক্ষিণ ইৰাণত হৰমোজগান প্রদেশত বোমা নিক্ষেপ কৰা হৈছে। হৰমোজগানত ১৪৮ জনৰ মৃত্যু হৈছে। আনহাতে, এই আক্ৰমণৰ গৰিহণা দি ইৰাণৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাঘচিয়ে প্ৰতিশোধৰ হুংকাৰ দিছে।

কৰাচীত বিক্ষোভ

খামেইনিৰ মৃত্যুৰ প্রতিবাদত পাকিস্তানৰ কৰাচীতো বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। মার্কিন কনচুলেটত প্ৰৱেশ কৰিছে উত্তেজিত জনতা।

ইৰাণৰ আৰু মন্ত্রী নিহত

ইৰাণৰ সেনাপ্রধান আব্দুল ৰহিম মৌছাভি, প্রতিৰক্ষামন্ত্রী আজিজ নাচিৰজাদেহো শনিবাৰৰ মার্কিন-ইজৰাইল আক্ৰমণত নিহত হৈছে। দেওবাৰে সেই কথা নিশ্চিত কৰিছে তেহৰানৰ চৰকাৰী সংবাদ সংস্থাই।

কাশ্মীৰতো বিক্ষোভ

ইৰাণৰ সর্বোচ্চ ধর্মীয় নেতা খামেইনিৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতো জম্মু-কাশ্মীৰৰ ৰাজপথত বিক্ষোভ প্ৰদৰ্শনৰ বাবে নামি পৰিছে বহু লোক। মার্কিন-ইজৰাইলি আগ্রাসনৰ বিৰুদ্ধে প্ৰতিবাদকাৰীয়ে ক্ষোভ উজাৰি দিয়ে। ইৰাণৰ সমর্থনত খামেইনিৰ ছবি হাতত লৈ শ্রীনগৰ, বান্দিপোৰা আদিতো প্ৰতিবাদ কৰিছে।

দোহাত ইটোৰ পাছত সিটো বিস্ফোৰণ

কাটাৰৰ ৰাজধানী দোহাতো আক্ৰমণ চলাইছে ইৰাণে। ইটোৰ পাছত সিটো বিস্ফোৰণৰ শব্দ শুনা গৈছে। মার্কিন ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে।

ট্রাম্পৰ পুনৰ সাৱধানবাণী

ইৰাণৰ বাহিনীয়ে তীব্র প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়াৰ পিছত সামাজিক মাধ্যমত নতুন বিবৃতি ট্রাম্পৰ। তেওঁ লিখিছে, ‘‘তেওঁলোকে কৈছে প্ৰত্যাক্ৰমণ কৰিবহেনো। সেইটো কৰাৰ সাহস নেদেখুৱাই যেন। যদি কৰে আমি এনেকুৱা আঘাত দিম, যাক পূৰ্বতে কেতিয়াও দেখা নাই।’’

ইজৰাইলত চাইৰেন

খামেইনিৰ মৃত্যুৰ পিছত পশ্চিম এছিয়াত নতুনকৈ ২৭টা মার্কিন ঘাটিতে ইৰাণে আক্ৰমণ আৰম্ভ কৰিছে। আনহাতে, ইজৰাইলত চাইৰেন বাজিছে। টেল আভিভত বাসিন্দাসকলক বাঙ্কাৰত বা নিৰাপদ আশ্রয়ত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। জৰ্ডানৰ সেনাবাহিনীয়ে এটি ক্ষেপণাস্ত্র ধ্বংস কৰিছে। সেইটো জৰ্ডানৰ আকাশসীমাত প্ৰৱেশ কৰিছিল। অৱশ্যে সেইটো ইৰাণৰ ক্ষেপণাস্ত্র নে ইজৰাইলৰ সেয়া স্পষ্ট নহয়।

ডুবাইত আবদ্ধ পি ভি সিন্ধু

ইৰাণত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ ঘটনাত ডুবাই বিমানবন্দৰত আবদ্ধ হৈ পৰে ভাৰতীয় বেডমিণ্টন তাৰকা পিভি সিন্ধু। সামাজিক মাধ্যমত তেওঁ লিখিছে, ‘‘পৰিস্থিতি ক্রমশ ভয়াৱহ হৈ উঠিছে।’’

চীনৰ কঠোৰ বাৰ্তা

ইৰাণত ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণৰ গৰিহণা দিছে চীনে। অবিলম্বে চীনা নাগৰিকসকলক ইৰাণ এৰাৰ নির্দেশ দিছে। বিমান পৰিসেৱা বিঘ্নিত হোৱাত কোন কোন স্থলপথ খোলা আছে সেয়াও কোৱা হৈছে।

খামেইনিৰ কন্যা-জোঁৱায়েকো নিহত

খামেইনিৰ কন্যা, জোঁৱাই আৰু নাতিনীৰো মৃত্যু হৈছে আমেৰিকা-ইজৰাইল বাহিনীৰ যৌথ আক্ৰমণত। মৃত্যু হৈছে খামেইনিৰ প্রধান উপদেষ্টা আৰু ইৰাণৰ প্রতিৰক্ষা কাউন্সিলৰ সচিব আলি ছামকানিৰো।

Tags: আমেৰিকা-ইজৰাইলৰ আক্ৰমণতইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীসেনাপ্ৰধান: কৰাচীৰ মাৰ্কিন কনচুলেটত বিক্ষোভত নিহত ৮
Share4Tweet3Send

Related Posts

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

by News Desk
May 11, 2026
50
Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

by News Desk
May 11, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

by Staff Reporter
May 11, 2026
50
ADVERTISEMENT
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

May 11, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

May 11, 2026
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

May 11, 2026
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx