ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

TISS Guwahati । গুৱাহাটীৰ শিক্ষা প্ৰতিষ্ঠানত মহিলা হোষ্টেলৰ স্নানাগাৰত গোপন কেমেৰা লগোৱাৰ অভিযোগ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 28, 2026
Reading Time: 1 min read
A A
0
TISS Guwahati । গুৱাহাটীৰ শিক্ষা প্ৰতিষ্ঠানত মহিলা হোষ্টেলৰ স্নানাগাৰত গোপন কেমেৰা লগোৱাৰ অভিযোগ

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

গুৱাহাটীৰ টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্স ইউনিভাৰ্চিটীত (TISS Guwahati) মহিলা হোষ্টেলৰ স্নানাগাৰত এটা গোপন কেমেৰা লগোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছত বুধবাৰে তাৰ পৰা কেমেৰাটো উদ্ধাৰ কৰে।
TISS Guwahati ।
গুৱাহাটীৰ শিক্ষা প্ৰতিষ্ঠানত মহিলা হোষ্টেলৰ স্নানাগাৰত গোপন কেমেৰা:

সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে। এই ঘটনাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। জানিব পৰা মতে, বুধবাৰে পুৱা এগৰাকী ছাত্ৰীয়ে হোষ্টেলৰ তৃতীয় মহলাৰ স্নানাগাৰত চাবোনৰ পেকেটৰ ভিতৰত লুকুৱাই থোৱা কেমেৰাটো উদ্ধাৰ কৰে।

ইয়াৰ পিছতে জালুকবাৰী আৰক্ষী থানাত এফ আই আৰ দাখিল কৰে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত কেমেৰাটোৱে ভিডিঅ’ ৰেকৰ্ডিং কৰি থকা বুলি জানিব পৰা গৈছে আৰু সম্ভৱতঃ পাঁচ দিন তাত ৰখা হৈছিল।

এই ঘটনাৰ লগত কোন বা কিয় জড়িত তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে। এই সন্দৰ্ভত গুৱাহাটীৰ ডিচিপি নোমল মহন্তই কয়, “আমি কেমেৰাটো উদ্ধাৰ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছোঁ, আমি সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছোঁ।”

ইফালে এই ঘটনাক তীব্ৰ গৰিহণা দিছে টি আই এছ এছ প্ৰশাসনে। তেওঁলোকে আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। এই ঘটনাৰ পিছতে হোষ্টেলৰ ছাত্ৰীসকলে কেম্পাছত প্ৰতিবাদ সাব্যস্ত কৰে। নিৰাপত্তাৰ অভাৱক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে। বাহিৰৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণৰ লগতে হোষ্টেলত চিচিটিভি কেমেৰা বৃদ্ধিৰ দাবী উত্থাপন কৰে।

Tags: কেমেৰা লগোৱাৰ অভিযোগগুৱাহাটীৰ শিক্ষা প্ৰতিষ্ঠানতমহিলা হোষ্টেলৰ স্নানাগাৰত গোপন
Share4Tweet3Send

Related Posts

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

ADVERTISEMENT
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT