ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cervical Cancer I জৰায়ুমুখ কেন্সাৰ প্ৰতিৰোধত কেন্দ্ৰৰ বিশেষ উদ্যোগ, ১৪ বছৰীয়া কিশোৰীৰ বাবে বিশেষ পদক্ষেপ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 25, 2026
Reading Time: 1 min read
A A
0
Cancer : ভাৰতত বৃদ্ধি পাইছে নতুন প্ৰকাৰৰ কৰ্কট ৰোগ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ (Cancer)  অৰ্থাৎ জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি, শীঘ্ৰে সমগ্ৰ দেশতে হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি) টীকাকৰণ আঁচনি আৰম্ভ হ’ব। ১৪ বছৰ বয়সৰ ছোৱালীক এই ভেকচিন দিয়া হ’ব।

Cervical Cancer I
জৰায়ুমুখ কেন্সাৰ প্ৰতিৰোধত কেন্দ্ৰৰ বিশেষ উদ্যোগ:

সূত্ৰটোৱে জনোৱা মতে, এই আঁচনিখনত এইচ পি ভি ভেকচিন গাৰ্ডাচিলৰ একক ড’জ দিয়া হ’ব। এই ভেকচিনে এইচ পি ভি প্ৰকাৰ ১৬ আৰু ১৮ প্ৰতিৰোধ কৰাত সক্ৰিয় ভূমিকা পালন কৰে। এই ভাইৰাছে ছাৰ্ভাইকেল কেন্সাৰ বা জৰায়ুমুখৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে।

এগৰাকী বিষয়াই কয় যে বিশ্বৰ লগতে ভাৰতৰ বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে এই ভেকচিনৰ একক ড’জ মহিলাক নিৰ্দিষ্ট বয়সত দিলে সুৰক্ষা লাভ কৰিব। ১৪ বছৰ বয়সত ছোৱালীক এই ভেকচিন দিয়াটোৱে সৰ্বাধিক সুৰক্ষা প্ৰদান কৰিব।

কাৰণ তেনে ছোৱালী এতিয়াও কৰ’না ভাইৰাছৰ সংস্পৰ্শলৈ অহা নাই। মুকলি বজাৰত গাৰ্ডাচিল-৪ৰ এটা ড’জৰ দাম ৩,৯২৭ টকা। ১৫ বছৰৰ তলৰ ছোৱালীক মুঠ দুটা ড’জ দিব লাগে। ১৫ বছৰৰ ওপৰৰ ছোৱালীক এই ভেকচিনৰ তিনিটা ড’জ দিব লাগে।

এম এছ ডি ইণ্ডিয়াই এই ভেকচিন প্ৰস্তুত কৰে। অৱশ্যে চৰকাৰী আঁচনিৰ অধীনত ১৪ বছৰীয়া ছোৱালীয়ে এই ভেকচিন বিনামূলীয়াকৈ লাভ কৰিব। ভেকচিন লোৱাৰ ফলত ভৱিষ্যতে ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব বুলি বিশ্বাস কৰা হয়।

২০০৬ চনত এই ভেকচিন প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়াৰে পৰা বিশ্বজুৰি ৫০ কোটি ড’জ দিয়া হৈছে। এই টীকাকৰণ ইতিমধ্যে ১৬০ খন দেশত ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে স্বীকৃতি লাভ কৰিছে। এইবাৰ ভাৰততো প্ৰৱৰ্তন কৰা হ’ব। এইচ পি ভি ভেকচিনৰ এটা ড’জ ৯০ খন দেশত দিয়া হয়।

পৰিসংখ্যা অনুসৰি, ভাৰতত মহিলাসকলৰ যিধৰণৰ কেন্সাৰ হয়, ছাৰ্ভাইকেল কেন্সাৰ দ্বিতীয় স্থানত আছে। প্ৰতি বছৰে প্ৰায় ৮০ হাজাৰ মহিলা নতুনকৈ ইয়াৰ দ্বাৰা আক্ৰান্ত হয়। প্ৰতি বছৰে প্ৰায় ৪২ হাজাৰ মহিলাৰ এই কৰ্কট ৰোগত মৃত্যু হয়।

Tags: জৰায়ুমুখ কেন্সাৰ প্ৰতিৰোধত কেন্দ্ৰৰবিশেষ উদ্যোগ১৪ বছৰীয়া কিশোৰীৰ বাবে বিশেষ পদক্ষেপ
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx