ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

*ঐতিহাসিক শিৱসাগৰৰ শিৱদ’লত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী:উৎসৱৰ সমান্তৰাল ভাৱে ৫ শতাধিক বিপনীৰে অনুষ্ঠিত হব বাণিজ্য মেলা:

Staff Reporter by Staff Reporter
February 20, 2020
Reading Time: 1 min read
A A
0
*ঐতিহাসিক শিৱসাগৰৰ শিৱদ’লত আজিৰে পৰা  চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব  শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী:উৎসৱৰ সমান্তৰাল ভাৱে ৫ শতাধিক বিপনীৰে অনুষ্ঠিত হব বাণিজ্য মেলা:

RELATED POSTS

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

0 1 e1574345654996 5 | ASSAM TIMES POST ASSAM TIMES POST

আছিফ আলি: ঐতিহাসিক শিৱসাগৰৰ শিৱদ’লত আজিৰে পৰা ২৩ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ।শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ আজি শুভ উদ্ধোধন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই ৷শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক দলে জাতীয় জনগোষ্ঠীয় অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে নেপালৰ পৰা আমন্ত্ৰণ কৰা সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰিব বুলি উদ্যোক্তসকলে জানিবলৈ দিছে।

WhatsApp Image 2020 02 20 at 16.53.34 | ASSAM TIMES POST

ইয়াৰোপৰি প্ৰতিদিনে শিৱ বন্দনা কৰা হব। আনহাতে শেষৰ দিনা অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত হৰি হৰৰ যুদ্ধ আৰু বানৰ পৰাজয় ভাওনা প্ৰদৰ্শন কৰা হব।এইবাৰ আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৰৱ সাংস্কৃতিক কাৰ্যসূচী দ’লমুখ চাৰিআলিস্থিত ভাৰত ৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত কৰা হব।

শ্ৰী শ্ৰী শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা বাণিজ্য মেলাত পাঁচ শতাধিক বিপনী ৰ ব্যৱস্থা কৰা হৈছে।এই উৎসৱ আৰু মেলালৈ দেশৰ ভিন্ন প্ৰান্তৰ শিৱ ভক্ত সাধু সন্যাসী আৰু ব্যৱসায়ীৰ আগমন হয়।এই উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে ২০ ফেব্ৰুৱাৰী অৰ্থাৎ আজি শিৱসাগৰত স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰিছে।

WhatsApp Image 2020 02 20 at 00.10.10 1 | ASSAM TIMES POST
WhatsApp Image 2020 02 20 at 16.53.32 1 | ASSAM TIMES POST

আনহাতে এই উৎসৱত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ ১০ লক্ষাধিক ভক্তই পূজা-অৰ্চনা কৰাৰ সম্ভাৱনা আছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assamShivratriShivsagar
Share6Tweet4Send

Related Posts

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

by News Desk
October 5, 2026
50
Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ
Assam

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

by News Desk
October 5, 2026
50
Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল
Assam

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

by News Desk
October 5, 2026
50
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
Assam

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

by News Desk
October 5, 2026
50
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

by News Desk
October 4, 2026
51
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
51
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d