ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
October 5, 2026
Reading Time: 1 min read
A A
0
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

RELATED POSTS

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

New Logo Smal 2 | ASSAM TIMES POST

নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধনক (SIR) লৈ যিমানেই বিতৰ্কৰ সৃষ্টি হৈছে, নতুন ভোটাৰ পঞ্জীয়নৰ বাবে ফৰ্ম ৬ৰ পৰিৱৰ্তনক লৈও সিমানে বিতৰ্ক হৈছে। ২৬ ছেপ্টেম্বৰত নিৰ্বাচন আয়োগে এক বিবৃতি প্ৰকাশ কৰি দাবী কৰিছিল যে উচ্চতম ন্যায়ালয়ে প্ৰ-পত্ৰ ৬ৰ (form 6) আবেদনৰ সৈতে ভোটাৰে দাখিল কৰিবলগীয়া ঘোষণা প্ৰ-পত্ৰও সমৰ্থন কৰিছে। এইবাৰ উচ্চতম ন্যায়ালয়ে আয়োগৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে উচ্চতম ন্যায়ালয়ে প্ৰ-পত্ৰ ৬ৰ পৰিৱৰ্তনত অনুমোদন নিদিলে। কোনে এই পৰিৱৰ্তনত অনুমোদন জনাইছে সেয়াও উচ্চতম ন্যায়ালয়ে জানিব বিচাৰিছে।

নতুন ভোটাৰসকলে প্ৰ-পত্ৰ ৬ ব্যৱহাৰ কৰি ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল। এইবাৰ এছ আই আৰৰ সময়ত নতুন ভোটাৰসকলে প্ৰ-পত্ৰ ৬ৰ সৈতে দিয়া অতিৰিক্ত ঘোষণা প্ৰ-পত্ৰত নিজৰ, পিতৃ-মাতৃ বা ককাক-আইতাকৰ নাম পূৰ্বৰ এছ আই আৰত আছে নে নাই সেই কথা উল্লেখ কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত এক বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ ফলত বৈধ ভোটাৰৰ নাম বাদ পৰিব পাৰে বুলি অভিযোগ উত্থাপন হৈছিল।

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়ুক্ত সুখবিন্দৰ সিং সান্ধুৱে এই সন্দৰ্ভত চৰকাৰে ৰেজিষ্ট্ৰেচন অব ইলেক্টৰ ৰুলছ, ১৯৬০ সংশোধন কৰাৰ পূৰ্বে প্ৰ-পত্ৰ সলনি কৰাটো সঠিক নহ’ব বুলি সকীয়াই দিছিল। কাৰণ আইনত কোৱাৰ দৰে এই সিদ্ধান্ত সংশোধন নকৰাকৈ ল’ব নোৱাৰি। কিন্তু অভিযোগ কৰা হৈছে যে সেই সতৰ্কবাণীৰ প্ৰতি কোনো গুৰুত্ব দিয়া হোৱা নাছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, সান্ধুৱে ফৰ্ম ৬ৰ পৰিৱৰ্তনক ‘অকৰ্তৃত্বশীল আৰু অবৈধ’ বুলি আপত্তি কৰি প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। ২৬ ছেপ্টেম্বৰত এক বিবৃতিত আয়োগে দাবী কৰে যে ভোটাৰসকলে প্ৰ-পত্ৰ ৬ৰ আবেদনৰ সৈতে দাখিল কৰিবলগীয়া ঘোষণা প্ৰ-পত্ৰ উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছে। এছ আই আৰ প্ৰক্ৰিয়াৰ বাহিৰে আন সময়ত ভোটাৰ তালিকাত পঞ্জীয়নৰ বাবে সাধাৰণ প্ৰ-পত্ৰখন ১৯৬০ চনৰ নিৰ্বাচক পঞ্জীয়ন নীতি অনুসৰি ব্যৱহাৰ কৰিব লাগিব।

form | ASSAM TIMES POST
নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

সোমবাৰে মুখ্য ন্যায়াধীশ কান্তে এই প্ৰশ্ন উত্থাপন কৰি কয়, “আমি সংশোধিত প্ৰ-পত্ৰ ৬ অনুমোদন কৰা নাছিলোঁ। এই কথা স্পষ্ট কৰাৰ প্ৰয়োজন আছে।” ইয়াৰ পিছত তেওঁ কয়, “নথি-পত্ৰ জমা দিওঁতে আমি চাব বিচাৰোঁ কোনে কৰিলে।” এই কথাক লৈ বিদ্ৰুপ কৰিছে বিৰোধী নেতাসকলে। সাংসদ অভিষেক বেনাৰ্জীয়ে নিজৰ এক্স পোষ্টত প্ৰশ্ন উত্থাপন কৰে, “কোনে দেশক বিপথে পৰিচালিত কৰিছে? এই সংঘাত আমাৰ দেশৰ হৃদয় পৰ্য্যন্ত বিস্তৃত।” তেওঁ পুনৰ দাবী কৰে যে ভোট চুৰি হৈছে।

পাটনা বাসিন্দা ৰাকেশ কুমাৰ সিং আৰু অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে দাখিল কৰা গোচৰত উচ্চতম ন্যায়ালয়ে এই পৰ্যবেক্ষণ কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত গঠিত আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰা হৈছে। গোচৰসমূহ নিষ্পত্তি নোহোৱালৈকে জ্ঞানেশ কুমাৰক নিলম্বন কৰাৰ বাবে জনস্বাৰ্থৰ গোচৰো দাখিল কৰা হৈছে। এছ আই আৰ পৰ্যায়ত প্ৰায় ১৩ কোটি ভোটাৰৰ নাম বাদ পৰাৰ অভিযোগৰ ওপৰত নজৰ ৰাখিবলৈ ন্যায়িক তদন্ত আয়োগ বা বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈও আদালতক অনুৰোধ জনোৱা হৈছে।

ইয়াৰ সৈতে জড়িত গোচৰসমূহ সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে উত্থাপন হয়। তদন্তৰ আবেদন সন্দৰ্ভত কেন্দ্ৰৰ বিবৃতি বিচাৰিছে শীৰ্ষ আদালতে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগক জাননী জাৰি কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SConform6
Share4Tweet3Send

Related Posts

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

by News Desk
October 6, 2026
50
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
50
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
50
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
52
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
50
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d