ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

নিউজ ডেস্কঃ

News Desk by News Desk
October 5, 2026
Reading Time: 1 min read
A A
0
Nagaon bye election : আজি ভোটগ্ৰহণৰ বাবে নগাঁও-মৰিগাঁওৰ পৰা ২৩০৭ কেন্দ্ৰলৈ ৰাওনা হ’ব ১১,৫৩৫ বিষয়াৰ দল

RELATED POSTS

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

New Logo Smal 2 | ASSAM TIMES POST

৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে কাইলৈ ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ নগাঁও আৰু মৰিগাঁও চহৰৰ পৰা ৰাওনা হ’ব। নগাঁও জিলাৰ ৰহা আৰু নগাঁও-বটদ্ৰৱা সমষ্টিৰ বাবে নগাঁও ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰূপহীহাট, চামগুৰি আৰু ধিং সমষ্টিৰ বাবে নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু মৰিগাঁও, জাগীৰোড আৰু লাহৰিঘাট সমষ্টিৰ বাবে মৰিগাঁও মহাবিদ্যালয়ৰ পৰা সৰ্বমুঠ ১১,৫৩৫ গৰাকী ভোটগ্ৰহণকাৰী বিষয়া -কৰ্মচাৰী কাইলৈ আগবেলাৰ ভিতৰতে ৰাওনা হ’ব।

ইয়াৰে পোলিং আৰু প্ৰিজাইডিং বিষয়া হৈছে ৯২২৮ আৰু ২৩০৭ জন নিৰাপত্তাৰক্ষী। তেওঁলোকে নগাঁও জিলাৰ ১৩৩৯ টা আৰু মৰিগাঁও জিলাৰ ৯৬৮ টা, অৰ্থাৎ মুঠ ২৩০৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে ৰাওনা হ’ব। প্ৰশাসনে ইয়াৰে ৬২৪ টা কেন্দ্ৰক ভিন ভিন দৃষ্টিকোণৰ পৰা স্পষ্টকাতৰ বুলি চিনাক্ত কৰিছে। সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ ৮ টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৯,০২,০০৯ জন।

ইয়াৰে ৯,৫৮,৫৯৫ জন পুৰুষ, ৯,৪৩,৩৬৪ গৰাকী মহিলা আৰু ৫০ গৰাকী তৃতীয় লিংগৰ ব্যক্তি। ডি-ভোটাৰৰ সংখ্যা হৈছে ১০,৭৮২ জন। পোলিং -প্ৰিজাইডিং বিষয়াৰ উপৰিও ২০৩ জন ছেক্টৰ বিষয়া আৰু ৫৩ জন জ’নেল বিষয়ায়ো ক্ষেত্ৰ পৰ্যায়ত নিজ নিজ অঞ্চলত উপস্থিত থাকিব। নগাঁও জিলাৰ বাবে নিয়োজিত ৫৪ জন মাইক্ৰো অবজাৰভাৰে ভোটগ্ৰহণৰ দিনা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কামকাজ পৰ্যবেক্ষণ কৰিব।

na | ASSAM TIMES POST
নগাঁৱৰ উপায়ুক্তই ভোট কেন্দ্ৰসমূহৰ নিৰীক্ষণ কৰি থকাৰ দৃষ্ট

নগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে ইয়াৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। ভোটগ্ৰহণকাৰী বিষয়াসকলৰ বাবে উপযুক্ত খাদ্য আৰু পৰ্য্যাপ্ত যানবাহনৰো ব্যৱস্থা কৰা হৈছে। নগাঁও ল’ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে নেহেৰুবালি খেলপথাৰত যানবাহন ৰখোৱাৰ লগতে খাদ্যগ্ৰহণৰ ব্যৱস্থা কৰাৰ বিপৰীতে ডচন স্কুলৰ বাবে গৰুফিল্ডত যানবাহন ৰখাৰ ব্যৱস্থা কৰা হৈছে। মৰিগাঁও জিলাৰ বাবে গাছবাৰী, দলবাৰী আৰু ভেটেনেৰী খেলপথাৰত গাড়ী ৰখাৰ ব্যৱস্থা কৰা হৈছে।

কেৱল ভোটগ্ৰহণকাৰী দলৰ বাবেই নগাঁও জিলাত ৫৮৪ খন আৰু মৰিগাঁও জিলাত ৪২৭ খন সৰু-ডাঙৰ গাড়ীৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন সম্পূৰ্ণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ব্যাপক তৎপৰতা চলোৱা হৈছে। সাম্ভাব্য যিকোনো ধৰণৰ হিংসাত্মক গতিবিধি ৰোধ কৰাৰ বাবে নিতৌ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দ্বাৰা ঠায়ে ঠায়ে ফ্লেগমাৰ্চ অব্যাহত ৰাখিছে।

আৰক্ষীয়ে নিয়মীয়া তহলদাৰী বৃদ্ধি কৰিছে। আজিও জনসংযোগ বিভাগৰ দ্বাৰা চামগুৰি, ধিং আৰু ৰূপহীহাট সমষ্টিত ভ্ৰাম্যমাণ দূৰভাষ যন্ত্ৰৰ জৰিয়তে শান্তি ৰক্ষাৰ বাবে ব্যাপক সজাগতামূলক প্ৰচাৰ চলাই থকা দেখা গৈছে। লোকসভা সমষ্টিটোৰ এই উপ-নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া আৰণ্যক শইকীয়াই সমূহ ৰাইজক যিকোনো প্ৰভাবৰ পৰা মুক্ত হৈ আনন্দমনেৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰক সবল কৰি তুলিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NagaonByeElection
Share4Tweet3Send

Related Posts

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ
Assam

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

by News Desk
October 5, 2026
50
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
Assam

Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ

by News Desk
October 5, 2026
50
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

by News Desk
October 4, 2026
51
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

by News Desk
October 3, 2026
51
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

by News Desk
October 3, 2026
52
Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত
Assam

Dergaon : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড সংঘটিত কৰা মহেশ্বৰ মাঝিক ফাঁচীৰ দাবীত

by News Desk
October 3, 2026
52
ADVERTISEMENT
Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ
Assam

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

October 5, 2026
50
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

October 5, 2026
50
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

October 5, 2026
50
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

October 5, 2026
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

October 5, 2026
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d