ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival : ৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; মিনি বিশ্বত পৰিণত তাৰালাংছ’

ষ্টাফ ৰিপ’ৰ্টা, ডিফু :

News Desk by News Desk
February 16, 2026
Reading Time: 1 min read
A A
0
Karbi Youth Festival : ৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; মিনি বিশ্বত পৰিণত তাৰালাংছ’

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

সোমবাৰৰ পৰা আৰম্ভ হৈছে কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival)। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ ৫২ সংখ্যক (52 No) কাৰ্বি মহোৎসৱক কেন্দ্ৰ কৰি পুৱাৰে পৰা উদুলি-মুদুলি ডিফু (Diphu)ৰ সমীপৰ তাৰালাংছ’ৰ কাৰ্বি পিপ’লছ হল (Karbi Peoples Hall)ৰ বাকৰি৷ সৃষ্টি হৈছে এক বৰ্ণিল পৰিৱেশৰ। কাৰ্বি পৰম্পৰাগত সাজ-পাৰেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৩৪টা মণ্ডলৰ প্ৰায় ১০ হাজাৰোধিক শিল্পীৰ মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাই কাৰ্বি সংস্কৃতিক উজ্জীৱিত কৰি তোলে।

karbi1 | ASSAM TIMES POST
৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা

টাইৱান, হাংগেৰী আৰু নেপালৰ দূতাবাসৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই কাৰ্বি মহোৎসৱৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ইয়াৰ উপৰি কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ এটা সাংস্কৃতিক গৱেষকৰ দলেও অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা কাৰ্বি যুৱ মহোৎসৱ অহা ১৯ ফেব্ৰুৱাৰীলৈকে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷

karbi2 | ASSAM TIMES POST
কাৰ্বি যুৱ মহোৎসৱৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

কাৰ্বি কালচাৰেল চ’ছাইটীৰ সভাপতি হোমছিং বে’য়ে পুৱা পতকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত কাৰ্বি সংস্কৃতিৰ সৃষ্টিকৰ্তাৰূপে গণ্য কৰা ৰাংছিনা ছাৰপ’লৈ নৈবদ্য আগবঢ়াই বাকী কাৰ্যসূচীসমূহ শুভাৰম্ভ কৰা হয়৷ ইফালে বিয়লিৰ পৰা তাৰালাংছ’ৰ লংমিৰজেং, ছেংমিৰজেং মুকলি মঞ্চত বিভিন্ন প্ৰতিযোগিতাসমূহ আৰম্ভ হয়৷ আনহাতে, কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে জনজাতীয় গাঁও, বিভিন্ন বিভাগৰ প্ৰদৰ্শনীৰ লগতে বাণিজ্যমেলাও অনুষ্ঠিত হৈছে৷

karbi3 | ASSAM TIMES POST
৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ শোভাযাত্ৰা

এই চাৰিদিনীয়া কাৰ্যসূচীত কাৰ্বি লোক-সংস্কৃতি, নৃত্য-গীত আৰু বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ১৯ ফেব্ৰুৱাৰীৰ অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ’ব উজবেকিস্তানৰ সংগীত শিল্পীৰ দল । ইয়াৰ উপৰি ইণ্ডিয়ান আইডল খিতাপ বিজয়ী পৱনদ্বীপৰ সংগীতানুষ্ঠানো থাকিব৷

Tags: KarbiYouthFestival
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ
National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026
50
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx