ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

PM Modi Assam visit । মৰাণত ELF উদ্বোধনৰ পিছত গুৱাহাটীত কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 14, 2026
Reading Time: 1 min read
A A
0
PM Modi Assam visit । মৰাণত ELF উদ্বোধনৰ পিছত গুৱাহাটীত কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

এদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) । শনিবাৰে পুৱা ডিব্ৰুগড়ৰ চাবুৱাৰ বায়ুসেনা ছাউনিত উপস্থিত হয় প্ৰধানমন্ত্ৰী। তাৰ পৰা তেওঁ C-130J aircraft ত উঠি মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত অৱতৰণ কৰি নৱনির্মিত বায়ুসেনাৰ জৰুৰীকালীন অৱতৰণ সুবিধা ELF (Emergency Landing Facility) উদ্বোধন কৰে।

PM Modi Assam visit ।
মৰাণত ELF উদ্বোধনৰ পিছত গুৱাহাটীত কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰীৰ:

উল্লেখযোগ্য যে মৰাণ ৰাষ্ট্ৰীয় ঘাইপথত ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ইমাৰজেন্সী লেণ্ডিং ফিল্ডে বায়ুসেনাৰ যুঁজাৰু বিমান আৰু পৰিবহণ বিমানৰ বাবে কৌশলগত আৰু বহুমুখী ৰানৱে হিচাপে কাম কৰিব বুলি বায়ুসেনাৰ সূত্ৰত প্ৰকাশ।

IMG 20260214 WA0056 | ASSAM TIMES POST

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বায়ুসেনাৰ চীফ মাৰ্শ্বাল এ পি সিং। আনহাতে, প্ৰধানমন্ত্ৰী মোদীক এখন গামোচা, এটি ফুলাম জাপি আৰু চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী সতী সাধনীৰ এখনি প্ৰতিচ্ছবিৰে আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে। এই কাৰ্যসূচী সম্পন্ন কৰি মৰাণ ELF ৰ পৰাই গুৱাহাটীলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী।

গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিভাৱে উদ্বোধন কৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই দলংখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কিছু দূৰ খোজকাঢ়ি যায়।

ইয়াৰ পিছত তেওঁ লাচিত ঘাটত উপস্থিত হৈ ৰাইজক সম্বোধন কৰাৰ লগতে তাৰ পৰায়ে ভাৰ্চুৱেল মাধ্যমেৰে বঙৰাত নিৰ্মাণ কৰা আই আই এম গুৱাহাটীৰ অস্থায়ী চৌহদ মুকলি কৰে। উল্লেখযোগ্য যে আই আই এম গুৱাহাটী স্থায়ীভাৱে নিৰ্মাণ হ’ব পলাশবাৰীত। ইয়াৰ উপৰি প্ৰধানমন্ত্রীয়ে আমিনগাঁৱত এন আই চিয়ে নিৰ্মাণ কৰা ডাটা চেণ্টাৰো আনুষ্ঠানিকভাৱে মুকলি কৰে।

লগতে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বাবে প্ৰদান কৰা ১০০ খন ইলেক্ট্ৰ’নিক বাছ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আনহাতে, লাচিত ঘাটত এই অনুষ্ঠান সামৰি প্ৰধানমন্ত্রী খানাপাৰালৈ ৰাওনা হয়। খানাপাৰাত তেওঁ বিজেপিৰ ‘বুথ বিজয় সন্মিলন’ত অংশগ্ৰহণ কৰি নতুন দিল্লী অভিমুখে ৰ‍াওনা হ’ব।

Tags: গুৱাহাটীত কুমাৰ ভাস্কৰ বৰ্মামৰাণত ELF উদ্বোধনৰ পিছতসেতু মুকলি প্ৰধানমন্ত্ৰীৰ
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
ADVERTISEMENT
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx