ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Music

Falcon festival : উমৰাংছ’ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই স্মৰিলে জুবিনদাক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
December 13, 2025
Reading Time: 1 min read
A A
0
Falcon festival : উমৰাংছ’ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই স্মৰিলে জুবিনদাক

RELATED POSTS

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই

New Logo Smal 2 | ASSAM TIMES POST

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰাৰ মুখত জয় জুবিনদা। অভিযোগনামা দাখিলৰ দিনটোতে উমৰাংছ’ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই স্মৰণ কৰিলে জুবিনদাক। উল্লেখযোগ্য যে শীতৰ আগমনৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ লগতে দেশী-বিদেশী চৰাইৰ আগমনে বিনন্দীয়া কৰি তুলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থান ।

 উমৰাংছ'ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই স্মৰিলে জুবিনদাক
উমৰাংছ’ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই স্মৰিলে জুবিনদাক

তেনেই এক আকৰ্ষণীয় মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায় পাৰ্বত্য জিলা ডিমা হাছাওৰ উমৰাংছ’ত।গুৰুত্বপূৰ্ণ যে পৰিভ্ৰমী চৰাই সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক উৎসৱ হৈছে ফেলকন উৎসৱ। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুত উদ্‌যাপন কৰা হয় এই বাৰ্ষিক উৎসৱ। প্ৰতি বছৰে অক্টোবৰ–নৱেম্বৰ মাহত এই উৎসৱ অনুষ্ঠিত কৰা হয়। বছৰৰ এই সময়ছোৱাত, এই অঞ্চললৈ অহা আমুৰ ফেলকন (Falco amurensis) নামৰ পৰিভ্ৰমী চৰাইৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়।

বন বিভাগে দিয়া তথ্য অনুসৰি অক্টোবৰ মাহৰ শেষৰ ফালৰ পৰা দক্ষিণ আফ্ৰিকা, পূব আফ্ৰিকা আৰু চাইবেৰিয়াৰ পৰা আৰাবিয়ান সাগৰ অতিক্ৰম কৰি অমুৰ ফেলকন পক্ষী আহে অসমৰ অন্যতম এই পাহাৰীয়া জিলাখনলৈ ।

অন্য বৰ্ষৰ দৰে এইবেলিও উমৰাংছ’ত আয়োজন কৰা এই ফেলকন উৎসৱত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰাই ১২ ডিচেম্বৰৰ নিশাৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰে। সুৰকাৰ তথা গায়ক বিশাল মিশ্ৰাই ফেষ্টিভেলৰ আৰম্ভণি অনুষ্ঠানত সুৰৰ মায়াজাল ৰচনা কৰাৰ আৰম্ভণিতে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰাৰ মুখত শুনিবলৈ পোৱা গ’ল জয় জুবিনদা।

অভিযোগনামা দাখিলৰ দিনটোতে উমৰাংছ’ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই জুবিনদাক স্মৰণ কৰাৰ লগতে বাৰে বাৰে গীতৰ মাজে মাজে চিঞৰি উঠিল জয় জুবিনদা। আৰু তাৰ পাছতেই অনুৰাগী, দৰ্শকেও একেলগে জুবিনদাৰ মায়াবিনী গীত আওৰাই কিছু সময়ৰ বাবে আবেগিক কৰি তোলে ফেলকন ফেষ্টিভেলৰ বাকৰি।

আনহাতে, অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ ১৩ ডিচেম্বৰত নিশা সুৰৰ মায়াজাল ৰচিব আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী শিল্পা ৰাওৱে। নেপথ্য গায়িকা নিকিতা গান্ধীয়েও সংগীত পৰিৱেশন কৰিব আয়োজিত এই ফেলকন ফেষ্টিভেলত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উমৰাংছ'ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই স্মৰিলে জুবিনদাক
Share4Tweet3Send

Related Posts

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই
Music

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই

by News Desk
June 1, 2026
50
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d