ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Shivraj Patil dies I প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 12, 2025
Reading Time: 1 min read
A A
0
Shivraj Patil dies I প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

Water conservation : পানী সংৰক্ষণৰ ইতিহাসত এক উজ্জ্বল উদাহৰণ ছত্তীশগড়ৰ এখন গাঁৱৰ ৰাইজৰ : ৩১০০ লাখ লিটাৰ পানী সংৰক্ষণ

প্ৰাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ (Shivraj patil) দেহাৱসান। শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ লাটুৰৰ নিজগৃহত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছৰ প্ৰবীণ নেতাগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।

Shivraj Patil dies I
প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান:

দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত শিৱৰাজ পাটিলে বিভিন্ন প্ৰশাসনিক দায়িত্ব পালন কৰিছে। ২০০৪ চনৰ পৰা ২০০৮ চনলৈ তেওঁ দেশৰ গৃহমন্ত্ৰী আছিল। কিন্তু ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত (২৬/১১ আক্ৰমণ বুলিও জনা যায়) শিৱৰাজ পাটিলে নিৰাপত্তাত বিফলতাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ মনমোহন সিং মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।

কিছুদিন ধৰি শিৱৰাজ পাটিল বাৰ্ধক্যজনিত বিভিন্ন সমস্যাত ভুগি আছিল। ৰাজনীতিতো তেওঁ বৰ বেছি সক্ৰিয় নাছিল। শুকুৰবাৰে পুৱা তেওঁৰ বাসগৃহ ‘দেৱঘৰ’ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত এজন পুত্ৰ (শৈলেশ পাটিল), এগৰাকী বোৱাৰী (অৰ্চনা পাটিল) আৰু দুগৰাকী নাতিনীক এৰি থৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে, “শিৱৰাজ পাটিলজীৰ মৃত্যুত দুখিত। তেওঁ আছিল এজন অভিজ্ঞ ৰাজনীতিবিদ। দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত তেওঁ বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ আৰু লোকসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল।”

প্ৰধানমন্ত্ৰীয়ে কয় যে কিছু মাহ পূৰ্বে শিৱৰাজ পাটিল তেওঁৰ বাসগৃহলৈ গৈছিল। সেয়াই আছিল তেওঁৰ সৈতে শেষ বৈঠক। উল্লেখ্য যে ১৯৩৫ চনৰ ১২ অক্টোবৰত মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ চাকুৰ গাঁৱত শিৱৰাজ পাটিলৰ জন্ম হৈছিল।

কম বয়সতে তেওঁ লাটুৰ পৌৰসভাৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয়। ১৯৭২ চনৰ পৰা ১৯৭৯ চনলৈ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা শিৱৰাজে ১৯৮০ চনৰ পৰা ১৯৯৯ চনলৈ একেৰাহে ৭ বাৰকৈ লাটুৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল। কিন্তু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ এজন প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়।

শিৱৰাজ পাটিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ত অধিষ্ঠিত হৈছে। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ পঞ্জাবৰ ৰাজ্যপাল আৰু ২০১০ চনৰ পৰা ২০১৫ চনলৈকে চণ্ডীগড় কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শিৱৰাজ পাটিলৰ পাণ্ডিত্য আৰু বিশ্লেষণাত্মক দক্ষতাক প্ৰশংসা কৰিছে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই। বিৰোধী দলৰ নেতাসকলেও তেওঁৰ সাংবিধানিক বিষয়ত পাণ্ডিত্য স্বীকাৰ কৰিছে।

শিৱৰাজক দল-মত নিৰ্বিশেষে সকলোৱে শলাগ লোৱাৰ আন এটা কাৰণো আছে। অৰ্থাৎ ৰাজহুৱা সভাতেই হওক বা ব্যক্তিগত কথা-বতৰাতেই হওক বিৰোধী নেতাৰ ওপৰত কেতিয়াও ব্যক্তিগত আক্ৰমণ কৰা নাছিল। এই ৰাজনৈতিক সংযম আৰু মৰ্যাদা তেওঁ জীৱনৰ শেষ দিনটোলৈকে বজাই ৰাখিছিল।

Tags: কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসানপ্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ
Share4Tweet3Send

Related Posts

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

by News Desk
July 11, 2026
50
‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

by News Desk
July 11, 2026
50
Water conservation : পানী সংৰক্ষণৰ ইতিহাসত এক উজ্জ্বল উদাহৰণ ছত্তীশগড়ৰ এখন গাঁৱৰ ৰাইজৰ : ৩১০০ লাখ লিটাৰ পানী সংৰক্ষণ
National-International

Water conservation : পানী সংৰক্ষণৰ ইতিহাসত এক উজ্জ্বল উদাহৰণ ছত্তীশগড়ৰ এখন গাঁৱৰ ৰাইজৰ : ৩১০০ লাখ লিটাৰ পানী সংৰক্ষণ

by News Desk
July 11, 2026
50
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

by News Desk
July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

by Staff Reporter
July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026
50
‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx