ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Child rape case I ৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা, বাধা দিয়াত যৌনাংগত সুমুৱাই দিলে ৰড

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 10, 2025
Reading Time: 1 min read
A A
0
Student gang rape : দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ কৰি ব্লেকমেইল, চাৰি সহপাঠীৰ নাম মাতৃক কৈ আত্মহত্যা কিশোৰীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

গুজৰাটৰ ৰাজকোটত এগৰাকী ছয় বছৰীয়া কিশোৰীক ধৰ্ষণৰ প্ৰচেষ্টা। অভিযোগ অনুসৰি, ধৰ্ষণত ব্যৰ্থ হোৱাৰ বাবে অভিযুক্তই যৌনাংগত ৰড সুমুৱাই দিয়ে। চিকিৎসালয়ত জীৱন-মৃত্যুৰে বৰ্তমান যুঁজি আছে শিশুটিয়ে। আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

Child rape case I
৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা, বাধা দিয়াত যৌনাংগত সুমুৱাই দিলে ৰড:

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৪ ডিচেম্বৰত ঘটনাটো সংঘটিত হৈছিল। নিৰ্যাতিতাৰ পিতৃ-মাতৃ কৃষক। সেইদিনাও তেওঁলোক কামলৈ গৈছিল। ৬ বছৰীয়া শিশুটিয়ে খেলপথাৰত খেলি আছিল। তাৰ পৰাই ৩৫ বছৰীয়া যুৱক এজনে তেওঁক ডাঙি নিৰ্জন ঠাইলৈ লৈ যায়। তাতে তেওঁক ধৰ্ষণৰ চেষ্টা কৰে।

ইফালে শিশুটিয়ে সমস্ত শক্তিৰে পলাবলৈ চেষ্টা কৰে। অভিযুক্তৰ পৰা মুক্ত হ’বলৈ তেওঁ চিঞৰে। সেই সময়ত আশে-পাশে থকা মানুহ আহিব বুলি আশংকা কৰি অভিযুক্তই শিশুটিক ধৰ্ষণ নকৰে যদিও খঙত তেওঁ শিশুটিৰ যৌনাংগত লোহাৰ ৰড এডাল সুমুৱাই দি পলাই যায়। ইফালে তেজেৰে লুতুৰি-পুতুৰি হৈ তীব্ৰ বিষত শিশুটিয়ে কান্দিবলৈ ধৰে।

কান্দোনৰ শব্দ শুনি স্থানীয় একাংশ লোকে গৈ তেওঁক উদ্ধাৰ কৰে। লগতে পিতৃ-মাতৃকো খবৰ দিয়েল। সংকটজনক অৱস্থাত তেওঁক ৰাজকোটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গুজৰাট আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ১০টা দল গঠন কৰে।

প্ৰায় ১০০ জন লোকক সোধা-পোছা কৰাৰ অন্তত ৯-১০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে মূল অভিযুক্তক উদ্ধাৰ কৰে। ধৃত ব্যক্তিজন পেছাত ঠিকাভিত্তিক শ্ৰমিক। অৱশ্যে তেওঁ গুজৰাটৰ বাসিন্দা নে আন ৰাজ্যৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। গুজৰাট আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়াল মধ্যপ্ৰদেশৰ বাসিন্দা।

জীৱিকাৰ সন্ধানত গুজৰাটলৈ আহিছিল পৰিয়ালটো। এতিয়ালৈকে তদন্তকাৰীৰ মতে মাত্ৰ এজন ব্যক্তিয়েহে এই ঘটনা সংঘটিত কৰিছে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছে।

Tags: বাধা দিয়াত যৌনাংগত সুমুৱাই দিলে ৰড৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx