ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

IndiGo crisis । ইণ্ডিগ’ত টিকট ক্ৰয় কৰিছিল নেকি? বিমান বাতিল হোৱাৰ পিছত কেনেদৰে লাভ কৰিব ধন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 6, 2025
Reading Time: 1 min read
A A
0
Woman died in Flight : মুম্বাই-বাৰানসী বিমানত মাজ আকাশতে মৃত্যু যাত্ৰীৰ, ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Republic Day : গণৰাজ্য দিৱসত দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰতীয় সেনাৰ প্ৰযুক্তি সাজু : প্ৰদৰ্শন হ’ব ৰবট কুকুৰ

Andhra Pardesh Bus tragedy : টায়াৰ ফাটি ডিভাইডাৰত খুন্দা, যাত্ৰীবাহী বাছত সংঘটিত অগ্নিকাণ্ডত মৃত্যু ৩

বিগত চাৰিদিন ধৰি সমগ্ৰ দেশত ইণ্ডিগ’ৰ বিমান (Indigo Flight) সেৱা ব্যাহত হৈ আছে। বাতিল কৰা হৈছে শ শ বিমান সেৱা। বিমানবন্দৰত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ লোক। কৰ্তৃপক্ষৰ তৰফৰ পৰা বাৰে বাৰে ক্ষমা বিচৰাৰ পিছতো দুখ কমা নাই যাত্ৰীৰ। খবৰ অনুসৰি, শনিবাৰেও ১০০০ ইণ্ডিগ’ৰ বিমান বাতিল কৰা হয়।

IndiGo crisis ।
বিমান বাতিল হোৱাৰ পিছত কেনেদৰে লাভ কৰিব ধন:

সেৱাসমূহ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ আৰু কেইদিনমান লাগিব। এনে পৰিস্থিতিত বাতিল হোৱা বিমানৰ টিকটৰ ধন ঘূৰাই কেনেকৈ পাব তাক লৈ বহুতে চিন্তিত হৈ পৰিছে। ইণ্ডিগ’ৱে জনাইছে যে যাত্ৰীসকলক কেৱল বাতিল কৰাই নহয়, পুনৰ নিৰ্ধাৰিত বিমানৰ বাবেও সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। কেইটামান সহজ পদক্ষেপ অনুসৰণ কৰি আপুনি দ্ৰুততাৰে ধন ঘূৰাই পাব পাৰে।

প্ৰথমে ইণ্ডিগ’ৰ ৱেবছাইটত গৈ ‘ৰিফাণ্ড’ (https://www.goindigo.in/refund.html)ত ক্লিক কৰিব লাগিব। টিকটৰ সবিশেষ (পি এন আৰ বা বুকিং নম্বৰ, ই-মেইল আইডি) দিব লাগিব। ইয়াৰ পিছত ‘Flight cancellation or booking’ ত ক্লিক কৰি ৰিফাণ্ডৰ পৰিমাণ চাব।

আপুনি যিটো পদ্ধতিৰ জৰিয়তে টকাখিনি ঘূৰাই পাব বিচাৰে সেইটো বাছি ল’ব লাগিব। ইয়াৰ পিছত ‘Proceed’-ত ক্লিক কৰি ‘Refund’ নিশ্চিত কৰক। স্ক্ৰীণত দেখা যাব, ‘আপোনাৰ বুকিং বাতিল কৰা হৈছে’।

অন্তৰ্দেশীয় বিমানৰ ক্ষেত্ৰত যদি আপুনি নগদ ধন ঘূৰাই পাব বিচাৰে তেন্তে বিমানবন্দৰৰ নিৰ্দিষ্ট কাউণ্টাৰৰ পৰা লাভ কৰিব পাৰিব। কিন্তু যদিহে এই ধন আন্তঃৰাষ্ট্ৰীয় কাউণ্টাৰত দিয়া হৈছিল তেন্তে ইণ্ডিগ’ক ইমেইল কৰি ধন ঘূৰাই লʼব লাগিব

যদিহে ইণ্ডিগ’ৰ বিমানৰ টিকট কোনো ট্ৰেভেল এজেন্সীৰ জৰিয়তে ক্ৰয় কৰা হৈছে, তেন্তে সেই এজেন্সীৰ একাউণ্টলৈ ধন ঘূৰাই দিয়া হ’ব। সেই ক্ষেত্ৰত ইণ্ডিগ’ কৰ্তৃপক্ষই এজেন্সীটোৰ সৈতে যোগাযোগ কৰি ধন লাভ কৰিবলৈ পৰামৰ্শ দিছে।
বিমান সেৱা আৰু যাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত ইণ্ডিগ’ দেশৰ সৰ্ববৃহৎ বিমান সংস্থা। কোম্পানীটোৰ সেৱাত ব্যাঘাত জন্মাত লাখ লাখ যাত্ৰী আবদ্ধ হৈ পৰে।

ইণ্ডিগ’ৱে শুকুৰবাৰে গোটেই দিনটোত ১০০০ৰো অধিক বিমান আৰু বৃহস্পতিবাৰে মুঠ ৫৫০খন বিমান বাতিল কৰে। শনিবাৰেও এশৰো অধিক বিমান বাতিল কৰিবলগীয়া হৈছে। যাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকে উপযুক্ত খাদ্য আৰু বাসস্থান নোহোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা বিমানবন্দৰত অপেক্ষা কৰি আছিল।

কিন্তু নিজৰ নিৰ্দিষ্ট গন্তব্যস্থানলৈ যোৱা বিমানসমূহ কিমান সময়ত যাত্ৰা কৰিব সেয়া স্পষ্ট হোৱা নাই। উচ্চতম ন্যায়ালয়েও বিষয়টোৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইতিমধ্যে দেশৰ বিমান নিয়ন্ত্ৰক ডি জি চি এয়ে এই ব্যাঘাতৰ কাৰণ জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ইণ্ডিগ’ত টিকট ক্ৰয় কৰিছিল নেকি?কেনেদৰে লাভ কৰিব ধনবিমান বাতিল হোৱাৰ পিছত
Share4Tweet3Send

Related Posts

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

by News Desk
January 22, 2026
50
Republic Day : গণৰাজ্য দিৱসত দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰতীয় সেনাৰ প্ৰযুক্তি সাজু : প্ৰদৰ্শন হ’ব ৰবট কুকুৰ
National-International

Republic Day : গণৰাজ্য দিৱসত দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰতীয় সেনাৰ প্ৰযুক্তি সাজু : প্ৰদৰ্শন হ’ব ৰবট কুকুৰ

by News Desk
January 22, 2026
50
Andhra Pardesh Bus tragedy : টায়াৰ ফাটি ডিভাইডাৰত খুন্দা, যাত্ৰীবাহী বাছত সংঘটিত অগ্নিকাণ্ডত মৃত্যু ৩
National-International

Andhra Pardesh Bus tragedy : টায়াৰ ফাটি ডিভাইডাৰত খুন্দা, যাত্ৰীবাহী বাছত সংঘটিত অগ্নিকাণ্ডত মৃত্যু ৩

by News Desk
January 22, 2026
50
Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে
National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

by News Desk
January 22, 2026
50
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান
National-International

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

by News Desk
January 22, 2026
50
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা
National-International

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

by Staff Reporter
January 22, 2026
50
ADVERTISEMENT
Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ
Assam

Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

January 22, 2026
50
Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২
 কাৰ্বি আংলঙ

Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২

January 22, 2026
50
World Cup boycott : ভাৰতত বাংলাদেশৰ বিশ্বকাপ বৰ্জন
Sports News

World Cup boycott : ভাৰতত বাংলাদেশৰ বিশ্বকাপ বৰ্জন

January 22, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

January 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

January 22, 2026
Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২

Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২

January 22, 2026
World Cup boycott : ভাৰতত বাংলাদেশৰ বিশ্বকাপ বৰ্জন

World Cup boycott : ভাৰতত বাংলাদেশৰ বিশ্বকাপ বৰ্জন

January 22, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13908) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2063) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3543) Lifestyle (24) literature (16) National-International (11367) NORTHEAST (893) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (505) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (1)  কাৰ্বি আংলঙ (4) कार्बी आंगलोंग (1) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d