ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi High Court I বেয়া আচৰণ কৰা সন্তানক পিতৃ-মাতৃয়ে ঘৰৰ পৰা উলিয়াই দিব পাৰে, ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 3, 2025
Reading Time: 1 min read
A A
0
Delhi High Court I সামাজিক মাধ্যমত ন্যায়াধীশক মানহানি, ন্যায়ালয়ে দোষীক বিহিলে ১ লাখ টকাৰ জৰিমনা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

নিজৰ সন্তানে অসৎ আচৰণ বা হাৰাশাস্তি কৰিলে জ্যেষ্ঠজনে ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰে। এই পৰ্যবেক্ষণ দিল্লী উচ্চ ন্যায়ালয়ৰ (Delhi Hight Court)। লগতে অভিভাৱকে এই হাৰাশাস্তিৰ কোনো প্ৰমাণ দিব নালাগে বুলিও উল্লেখ কৰে।
Delhi High Court I
বেয়া আচৰণ কৰা সন্তানক পিতৃ-মাতৃয়ে ঘৰৰ পৰা উলিয়াই দিব পাৰে:

উচ্চ ন্যায়ালয়ে অভিভাৱকত্ব আৰু জ্যেষ্ঠ নাগৰিক আইন, ২০০৭ৰ অধীনত এই পৰ্যবেক্ষণৰ কথা প্ৰকাশ কৰিছে।
দিল্লীৰ ৰাজা গাৰ্ডেন অঞ্চলৰ বাসিন্দা পিয়াৰে দাখিল কৰা গোচৰত এই পৰ্যবেক্ষণ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ২০১৪ চনত পিয়াৰে দিল্লীৰ নতুন ৰঞ্জিত নগৰত থকা ঘৰৰ তৃতীয় মহলাত কন্যা, জোঁৱায়েক আৰু নাতি-নাতিনীক থাকিবলৈ অনুমতি দিছিল।

পিয়াৰে অভিযোগ কৰে যে তেওঁৰ কন্যাই ক্ৰমান্বয়ে তেওঁ আৰু তেওঁৰ পত্নীৰ লগত অসৎ আচৰণ কৰিবলৈ আৰম্ভ কৰে। পিয়াৰে ২০২২ চনত জ্যেষ্ঠ নাগৰিক আইন ২০০৭ৰ অধীনত কন্যা আৰু পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। জিলা দণ্ডাধীশে অভিযুক্ত কন্যাক পিতৃৰ ঘৰৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়ে।

 বিচাৰৰ সময়ত কন্যাক পিতৃয়ে ‘তেজ্য কন্যা’ বুলি অভিহিত কৰিছিল। জিলা দণ্ডাধীশৰ নিৰ্দেশৰ বিৰুদ্ধে কন্যাই বিভিন্ন আদালতত আবেদন জনায়। অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনায়। তাত উচ্চ ন্যায়ালয়ে কয় যে সন্তানে বেয়া আচৰণ কৰিলে পিতৃ-মাতৃয়ে ঘৰৰ পৰা উলিয়াই দিব পাৰে।

এই নিৰ্দেশ কাৰ্যকৰী হৈছেনে নাই চাবলৈ দিল্লীৰ উপ-আয়ুক্তক কোৱা হয়। এগৰাকী অধিবক্তাই কয় যে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশত স্পষ্ট হৈ পৰিছে যে পিতৃ-মাতৃৰ ঘৰত বসবাস কৰা সন্তানৰ স্থায়ী অধিকাৰ থাকিব নোৱাৰে। ২০০৭ চনৰ আইনখনে বয়োজ্যেষ্ঠসকলে নিজৰ ঘৰতে মৰ্যাদাৰে থাকিব পৰাতো সুনিশ্চিত কৰিছে। 

Tags: ঘৰৰ পৰা উলিয়াই দিব পাৰেন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়বেয়া আচৰণ কৰা সন্তানক পিতৃ-মাতৃয়ে
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT