ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bombay High Court । ব্ৰহ্মছৰ বিজ্ঞানীৰ চোৰাংচোৱাৰ অভিযোগ খাৰিজ, ৰেহাই পাব যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ পৰা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 2, 2025
Reading Time: 1 min read
A A
0
Bombay High Court । ব্ৰহ্মছৰ বিজ্ঞানীৰ চোৰাংচোৱাৰ অভিযোগ খাৰিজ, ৰেহাই পাব যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ পৰা

Oplus_131072

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

New Logo Smal | ASSAM TIMES POST

ব্ৰহ্মছ এৰোস্পেচৰ প্ৰাক্তন বিজ্ঞানী নিশান্ত আগৰৱালৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগত প্ৰায় সাত বছৰ পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযোগ আছিল যে তেওঁ পাকিস্তানলৈ স্পৰ্শকাতৰ তথ্য সৰবৰাহ কৰিছিল।

Bombay High Court ।
ব্ৰহ্মছৰ বিজ্ঞানীৰ চোৰাংচোৱাৰ অভিযোগ খাৰিজ:

নাগপুৰৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইমান বছৰ ধৰি কাৰাবন্দী হৈ থকাৰ পিছত অৱশেষত বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কাৰাগাৰৰ পৰা মুক্তি পাবলৈ ওলাইছে বিজ্ঞানীগৰাকী।

২০১৮ চনৰ অক্টোবৰ মাহত নিশান্তক গ্ৰেপ্তাৰ কৰা হৈছিল। বিগত বছৰ নাগপুৰৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল। পাকিস্তানী চোৰাংচোৱাক মিছাইল সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য সৰবৰাহ কৰাৰ অভিযোগত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

পিছত নিশান্তে এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। সোমবাৰে বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এই গোচৰত ৰায় দিয়ে। ব্ৰহ্মছ এৰোস্পেচৰ প্ৰাক্তন বিজ্ঞানীগৰাকীৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ খাৰিজ কৰে ন্যায়াধীশ অনিল কিলোৰ আৰু ন্যায়াধীশ প্ৰবীণ পাটিলৰ বিভাগীয় বিচাৰপীঠে।

উচ্চ ন্যায়ালয়ে কয় যে নিশান্তে কেইবাটাও পদ্ধতিগত নিয়ম উলংঘা কৰিছে। কিন্তু ৰাষ্ট্ৰই প্ৰমাণ কৰিব নোৱাৰিলে যে তেওঁ প্ৰকৃততে কোনো স্পৰ্শকাতৰ তথ্য পাকিস্তানলৈ সৰবৰাহ কৰিছিল। সেইবাবেই তেওঁৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ খাৰিজ কৰিলে আদালতে। কিন্তু চৰকাৰী গোপনীয়তা আইন (OSA) আৰু তথ্য-প্ৰযুক্তি আইনৰ নিৰ্দিষ্ট ধাৰাত তেওঁক দোষী সাব্যস্ত কৰা হয়। তেওঁ নিজৰ ব্যক্তিগত ডিভাইচত অনুমতি অবিহনে গোপন নথি-পত্ৰ ৰাখিছিল।

সেইবাবেই উচ্চ ন্যায়ালয়ে তেওঁক অ’ এছ এৰ নিৰ্দিষ্ট ধাৰাত দোষী সাব্যস্ত কৰে। উক্ত অভিযোগত আদালতে তেওঁক তিনি বছৰৰ কাৰাদণ্ড বিহে। ২০১৮ চনৰ অক্টোবৰৰ পৰা কাৰাগাৰত বন্দী হৈ থকা তেখেতৰ ছবছৰৰো অধিক সময় কাৰাগাৰত আছে। ফলত নিশান্তে ইতিমধ্যে শাস্তি পাৰ কৰিছে।

এই গোচৰত চৰকাৰে দাবী কৰিছিল যে নিশান্ত মধুচক্ৰত আবদ্ধ হৈছিল। পাকিস্তানী এজেণ্টে মহিলাৰ নামত ফেচবুকত ভুৱা প্ৰফাইল খুলি তেওঁক ফান্দত পেলায়। নিশান্তৰ লেপটপৰ পৰা ব্ৰহ্মছ সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য চুৰি কৰি মেলৱেৰৰ জৰিয়তে বিদেশী ছাৰ্ভাৰলৈ প্ৰেৰণ কৰা বুলি চৰকাৰে অভিযোগ উত্থাপন কৰে।

মহাৰাষ্ট্ৰ আৰক্ষীৰ এ টি এছে দাবী কৰিছে যে পাকিস্তানী এজেণ্টে ‘নেহা শৰ্মা’, ‘পূজা ৰঞ্জন’, ‘ছেজল কাপুৰ’ আদি বিভিন্ন নামেৰে ছ’চিয়েল মিডিয়াত ভুৱা একাউণ্ট খুলিছিল। তেনে এটা একাউণ্টৰ পৰা যোগাযোগ কৰি নিশান্তক ফান্দত পেলায়। অৱশ্যে উচ্চ ন্যায়ালয়ে কয় যে এই দাবীসমূহৰ সমৰ্থনত কোনো উপযুক্ত প্ৰমাণ আদালতত দাখিল কৰা হোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ব্ৰহ্মছৰ বিজ্ঞানীৰ চোৰাংচোৱাৰ অভিযোগ খাৰিজৰেহাই পাব যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ পৰা
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
51
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
51
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d