ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on Digital arrest I ডিজিটেল গ্ৰেপ্তাৰৰ সকলো গোচৰৰ দায়িত্ব চিবিআইক অৰ্পণ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 2, 2025
Reading Time: 1 min read
A A
0
Three Dacoits Arrested in High-Profile Robbery Case Involving Local Leaders and Fake Journalist in Guwahati

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

New Logo Smal | ASSAM TIMES POST

‘ডিজিটেল গ্ৰেপ্তাৰ’ (Digital Arrest) ৰ সৈতে জড়িত সকলো অভিযোগৰ তদন্ত চিবিআইক অৰ্পণ কৰিছে দেশৰ শীৰ্ষ আদালতে। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে কয় যে দেশত ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ সৈতে জড়িত সকলো অভিযোগ চিবিআয়ে তদন্ত কৰিব।
SC on Digital arrest I
ডিজিটেল গ্ৰেপ্তাৰৰ সকলো গোচৰৰ দায়িত্ব চিবিআইক অৰ্পণ উচ্চতম ন্যায়ালয়ৰ:

সমগ্ৰ দেশতে ইয়াৰ সৈতে জড়িত সকলো অভিযোগৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে চিবিআইক এক ব্যাপক তদন্ত আৰম্ভ কৰিবলৈ কয়। এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক প্ৰয়োজনীয় সন্মতি দিবলৈও ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনাইছে আদালতে।

অনলাইন প্ৰৱঞ্চনা ৰোধৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক কেইবাটাও পৰামৰ্শ প্ৰদান কৰিছে আদালতে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লৈ চাইবাৰ অপৰাধীৰ বেংক একাউণ্ট বিচাৰি উলিয়াই ফ্ৰীজ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আদালতে প্ৰশ্ন কৰিছে যে ৰিজাৰ্ভ বেংকে এতিয়াও কিয় এনে কামত এ আই ব্যৱহাৰ কৰা নাই। উচ্চতম ন্যায়ালয়ে ৰিজাৰ্ভ বেংকলৈ জাননী প্ৰেৰণ কৰি ইয়াৰ উত্তৰ বিচাৰিছে।

শেহতীয়াকৈ ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ ফান্দ পাতি দেশৰ বিভিন্ন প্ৰান্তত বহু লোকক প্ৰতাৰণা কৰা হৈছে। স্থানীয় আৰক্ষী, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সন্দৰ্ভত দেশবাসীক সকীয়াই দিছে।

দেশবাসীক বুজাই দিয়া হৈছে যে দেশত এনেদৰে কাকো অনলাইনত গ্ৰেপ্তাৰ কৰাৰ কোনো ব্যৱস্থা নাই। ইয়াৰ পিছতো প্ৰৱঞ্চকৰ জালত পৰাটো বন্ধ হোৱা নাই। কিছু মাহ পূৰ্বে প্ৰৱঞ্চকে হাৰিয়ানাৰ আম্বালাৰ এজন বৃদ্ধক ভুৱা আদালতৰ আদেশ দেখুৱাই ‘ডিজিটেলি গ্ৰেপ্তাৰ’ কৰিছিল।

চাইবাৰ প্ৰৱঞ্চকসকলে তেওঁৰ পৰা ১.৫ কোটি টকা আদায় কৰিছিল। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে উচ্চতম ন্যায়ালয়ে স্বতঃপ্ৰণোদিত পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে শুনানিৰ সময়ত আদালতে এই প্ৰৱঞ্চনাৰ ফান্দক লৈ উদ্বেগ প্ৰকাশ কৰে।

উচ্চতম ন্যায়ালয়ে ‘ডিজিটেল গ্ৰেপ্তাৰ’ সন্দৰ্ভত কোনখন ৰাজ্যত কিমান এফ আই আৰ দাখিল কৰা হৈছে সেই সন্দৰ্ভতো সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা তথ্য বিচাৰে। উচ্চতম ন্যায়ালয়ে চিবিআইক এনেধৰণৰ জালিয়াতিৰ গোচৰৰ তদন্ত কেনেদৰে কৰিব সেই সন্দৰ্ভত এক নিৰ্দিষ্ট পৰিকল্পনা আদালতত দাখিল কৰিবলৈও কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ডিজিটেল গ্ৰেপ্তাৰৰ সকলো গোচৰৰদায়িত্ব চিবিআইক অৰ্পণ উচ্চতম ন্যায়ালয়ৰ
Share4Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
51
ADVERTISEMENT
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d